Countries of the world quiz answers I বিশ্ব কুইজ | অসমীয়া ভাষাত বিশ্ব কুইজ | World quiz

বিশ্ব কুইজ | অসমীয়া ভাষাত বিশ্ব কুইজ | World quiz


 ১) পৃথিৱীৰ মহাসাগৰ কেইখন?
উত্তৰঃ পাঁচ (৫) খন ।

২) পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ মহাদেশ কোনখন?
উত্তৰঃ অষ্ট্ৰেলিয়া ।

৩) বছৰৰ কোনটো দিনত দিন-ৰাতি সমান হয়?
উত্তৰঃ ২১ মাৰ্চ ।

৪) পৃথিৱীৰ গতি কেইটা আৰু কি কি?
উত্তৰঃপৃথিবীৰ গতি দুটা। আহ্নিক গতি আৰু বাৰ্ষিক গতি ।

৫) মঙ্গলগ্ৰহত চালকবিহীন মহাকাশযান প্ৰেৰণ কৰা প্ৰথম খন দেশ : আমেৰিকা যুক্তৰাষ্ট্ৰ 

৬) ভাৰতৰ প্ৰথম চালকবিহীন বিমান : লক্ষ্য 

৭) চন্দ্ৰক প্ৰদক্ষিণ কৰা প্ৰথম মহাকাশযান : লুনা-১০ 

৮) মঙ্গল গ্ৰহত অৱতৰণ কৰা প্ৰথম মহাকাশযান : ভাইকিং-1 

৯) চন্দ্ৰত অৱতৰণ কৰা প্ৰথম চালকৰ সৈতে মহাকাশযান : ঈগল 

১০) চন্দ্ৰলৈ মানুহ প্ৰদান কৰা বাহন : এপোলো-11 

১১) মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম স্পেচ শ্বাটল: কলম্বিয়া 

১২) আটাইতকৈ পুৰণি মহাকাশচাৰী : কাৰ্ল জি হানিজে 

১৩) কনিষ্ঠতম মহাকাশচাৰী : গেৰেমান টিটব 

১৪) মহাকাশলৈ যোৱা প্ৰথম শিক্ষক: শ্বেৰিন ক্ৰিষ্টা মেকলিফ (আমেৰিকা যুক্তৰাষ্ট্ৰ) 

১৫) মহাকাশলৈ যোৱা প্ৰথম আমেৰিকান মহিলা : চেলী ৰাইড 

১৬) মহাকাশত ঘূৰি ফুৰা প্ৰথম মহিলা: শ্বেতলানা চেভিটাস্কায়া 

১৭) প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী : কল্পনা চাওলা 

১৮) দুবাৰ মহাকাশলৈ যোৱা প্ৰথম যাত্ৰীঃ কৰ্ণেল ভ্লাদিমিৰ কোমাৰোভ 

১৯) প্থিৱীৰ উচ্চতম পানীৰ ফোৰোৱা কোনটো?
উত্তৰঃ আৰিজোন।

২০) প্থিৱীৰ উচ্চতম মিনাৰ কোমটো?
উত্তৰঃ কুতুব মিনাৰ (নতুন দিল্লী)।

২১) প্থিৱীৰ উচ্চতম ৰা'লষ্টেচনৰ নাম কি আৰু ক'ত আছে?
উত্তৰঃ কনডন ষ্টেেচন (বলিভিয়া)।

২২) প্থিৱাৰ উ্চ্তম বিমান বন্দৰটোৰ নাম কা আৰু ক'ত আছে?
উত্তৰঃ বাংডা বিমান বন্দৰ (তিব্বত)। 

২৩) বিশ্বৰ দীৰ্ঘতম দলংখন ক'ত আছে?
উত্তৰঃ চানদেশৰ ডংহাই দলং(৩২.৫ কিলোমিটাৰ) । 

২৪) প্থিৱীৰ বৃহৎ জলপ্ৰপাতৰ নাম কি আৰু ক'ত আছে?
উত্তৰ: চেটেল' এজ্ঞেল ( ভেনিজুৱেলা)।

২৫) বিশ্বৰ উচ্চতম স্তম্ভ কোনটো আৰু ক'ত আছে?
উত্তৰঃ চি এ টাৱাৰ (কাডান) ।

২৬) প্থিৱীৰ উচ্চতম ঘৰ বা বিল্ডিং কোনটো আৰু ক'ত আৱস্থিত?
উত্তৰঃ বাৰ্জ ডেবাই ( উচ্চতা ৫১২.১ মিটাৰ ২৯.০২৮ ফুট )।    
                                  
২৭) বিশ্বৰ উচ্চতম অফিচভৱন ক'ত আছে?
উত্তৰঃ পেট্ৰনছ টুিন টাৱাৰচ ( মালেয়েছিয়া )। 

২৮) বিশ্বৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী কোনটো?
উত্তৰঃ এণ্ডিজ ( দঃ আমেৰিতা ) । 

২৯) বিশ্বৰ দীৰ্ঘতম বন্ধ ?
উত্তৰঃ হীৰাকুন্দ ( মহানদী.ভাৰত )। 

৩০) বাশবৰ উচ্চতম আগ্নেগিৰি কোনটো?
উত্তৰঃ কটোপাক্সি ( এণ্ডিজ পৰ্বত)।

৩১) বিশ্বৰ দীৰ্গতম ৰে'লদলঙৰ নাম কি? 
উত্তৰঃ হেৰি প্লং দলং ( আমেৰিকা যুক্ত ৰাষ্ট্ৰ ) 

৩২) বিশ্বৰ উচ্চতম বান্ধ কোমচো আৰু ক'ত আছে?
উত্তৰঃ ৰগুণ স্কাই বান্ধ ( তাজাকিস্তান ) ।

৩৩) বাশ্বৰ দীৰ্ঘতম ৰে'লৰ প্লেটফৰ্ম কোনটো?
উত্তৰঃ খড়়গপুৰ ( ভাৰত ) দৈঘ্য় ২৭৩৩ ফুট । 

৩৪) বিশ্বৰ দীৰ্ঘতম বাৰান্দা কোনটো?
উত্তৰঃ ৰোমেশ্বৰম মন্দিৰৰ বাৰান্দা ( ভাৰত ) ।

৩৫)বিশ্বৰ দীৰ্গতম প্ৰাচীৰ কোনখন ?
উত্তৰঃ চীনৰ প্ৰাচীৰ ( দৈৰ্ঘ্য় ২৭৪০ কিঃকিঃ।

৩৬) বিশ্বৰ দীৰ্ঘতম ৰে'ল সুৰঙ্গটোৰ নাম কি?
উত্তৰঃ চেইকান ৰে'ল টানেল ( জাপান ,৫৩.৮৫ কিঃ মিঃ )। 

৩৭) বিশ্বৰ দীৰ্ঘতম মহাকাব্য়খনৰ নাম কি?
উত্তৰঃ মহাভাৰত ? 

৩৮) বিশ্বৰ বৃহত্তম স্থৱচৰ প্ৰাণী কোনবিধ ?
উত্তৰঃ আফ্ৰিকাৰ বনৰীয়া হাতী ( উচ্চতা ৩.২ মিটাৰ )। 

৩৯) বাশ্বৰ আটাইতকৈ দুখীয়া দেশ কতোনখন ?
উত্তৰঃ মোজাম্বিক ( আফ্ৰিকা )। 

৪০) বিশ্বৰ বৃহত্তম জলচৰ প্ৰাণী কোনবিধ?
উত্তৰঃ নীলা তিমি। 

৪১) বিশ্বৰ বৃহত্তম সাগৰিয়া চৰাি কোনবিধ?
উত্তৰঃ এলবেট্ৰছ। 

৪২) বিশ্বৰ বৃহতম ঘন্টা ?
উত্তৰঃ মস্কোৰ পিতলৰ ঘন্টা ( ওজন ২০০ টন )।

৪৩) বিশ্বৰ বৃহত্তম সাগৰ কোনখন?
উত্তৰঃ গক্ষিন চীন সাগৰ।

৪৪) বিশ্বৰ বৃহত্তম প্ৰাসাদ কোনটো আৰু ক'ত আছে?
উত্তৰঃ ইম্পোৰিয়েল পেচেল ( বেইজিং, চিন ) । 

৪৫) বিশ্বৰ বৃহত্তম মন্দিৰ কোনটো?
উত্তৰঃ এনকোৰ ৱাট ( কম্বোডিয়া )।

৪৬) বিশ্বৰ বৃহত্তম উদ্য়ান কোনখন?
উত্তৰঃ উত্তৰ-পৃৱ ৰাষ্ট্ৰীয় উদ্য়ান ( গ্ৰীনলেণ্ড ) ।

৪৭) বিশ্বৰ বৃহত্তম মগজিদটোৰ নাম কি? 
উত্তৰঃ মগজিদ অল হাৰাম ( ছৌদি আৰৱ )

৪৮) বিশ্বৰ বৃহত্তম ষ্টেডিয়ামটোৰ নাম কি আৰু ক'ত আছে?
উত্তৰঃ ৰংগ্ৰোডো মে ডে ষ্টেডিয়াম ( উত্তৰ কোৰিয়া ) য।

৪৯) বিশ্বৰ বৃহত্তম যাদুঘৰ ক'ত আছে?
উত্তৰঃ আমেৰিকাৰ মিউজয়াম আৱ নেচৰেল হিষ্ট'ৰী,নিৰ্উয়ক?

৫০) বিশ্বৰ বৃহত্তম মহাসাগৰ কোমখন?
উত্তৰঃ নিউৰ্য়ক ( ইউ এছ এ ) 

৫১) বিশ্বৰ বৃহত্তম গোটেল কোনখন আৰু ক'ত আছে?
উত্তৰঃ দি এক্সকেলিবাৰ হোটেল ( লাছ ভেগাছ, আমেৰিকা )।

৫২) বিশ্বৰ বৃহত্তম হ্ৰদ কোনটোক কোৱা হয়?
উত্তৰঃ কাস্পিয়ান ( গভীৰতা ৯৪৬ মিটাৰ, আয়তন ৩৯৪,২৯৯ বৰ্গ কিলোমিটাৰ )।

৫৩) বিশ্বৰ বৃহত্তম মৰুভৃমি নাম কি?
উত্তৰঃ উত্তৰ আফ্ৰিকাৰ চাহাৰা ( ৮৪,০০,০০০ বৰ্গ কিলোমিটাৰ )।

৫৪) বিশ্বৰ বৃহত্তম পুথিভৰালটোৰ নাম কি আৰু ক'ত আছে ?
উত্তৰঃ ইউনাইটেড ষ্টেট্ছ লাইব্ৰেী আৱ কংগ্ৰেছ; আমেৰিকা।

৫৫) বিশ্বৰ বৃহত্তম উপসাগৰ কোনখন ?
উত্তৰঃ মেক্সিকো উপসাগৰ ( ১৫,৪২,৯৯০ বৰ্গ কিলোমিটাৰ )।

৫৬) বিশ্বৰ বৃহত্তম নিমান বন্দটোৰ নাম কি?
উত্তৰঃ চিকোগা আন্তৰ্জাতিক বিমান বন্দৰ ( আমেৰিকা যুক্তৰাষ্ট )। 

৫৭) বিশ্বৰ সৰ্বাধিক জনবহুল দেশ কোনখন?
উত্তৰঃ চীনদেশ।

৫৮) বিশ্বৰআটাইতকৈ সৰি দিশ কি?
উত্তৰঃ আষ্টেলিয়া?

৫৯) বিশ্বৰ সাৰ্বধিক জনবহুল মহানগৰ কোনখন?
উত্তৰঃ চাংহাই ( চানদেশ )।

৬০) বিশ্বৰ আটাইতকৈ দ্ৰ্ৰুতবেগীচৰাই কোনবিধ?
উত্তৰঃ ছুইফট।

৬১) বিশ্বৰ আটাইতকৈল কম জনসংখ্য়া থকা দেশ কোনখন?
উত্তৰঃ ভেটিকান চিটি।

৬২)বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ কোনখন?
উত্তৰঃ ভাৰতৰ্বষ।

৬৩)বিশ্বৰ আটািতকৈ শীতল ঠাই কোনখন? 
উত্তৰঃ ভাৰ্খুয়ানক্স ( ছাইবেৰিয়া )। 

৬৪) বিশ্বৰ বৃবত্তম চৰাই কোনবিধ ?
উত্তৰঃ উটপক্ষী ।

৬৫)বিশ্বৰ আটািতকৈ দীঘল নদীখন কোনখন?
উত্তৰঃ মিছিছিপি 
Previous Post Next Post