Assam economy gk questions and answers I Assam economy gk pdf download

"অসমৰ অৰ্থনীতি" অসমীয়া ভাষাত

১) অসমত প্ৰথমবাৰৰ বাবে কিমান চনত খাৰুৱা তেলৰ সন্ধান পোৱা যায় ?
উত্তৰঃ ২৬ মাৰ্চ, ১৮৬৭ চনত

২) অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈ খনৰ নাম কি?
উত্তৰঃ বুঢ়ীদিহিং

৩) ভাৰতত উৎপাদিত মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমে বহন কৰে ?
উত্তৰঃ ৩৫ শতাংশ ।

৪) অসমত ভূগৰ্ভত থকা প্ৰকৃতিক গেছৰ পৰিমাণ কিমান ?
উত্তৰঃ ২৩০০০ নিযুত টন

৫) অসমত পোন প্ৰথমে কিমান চনত কয়লাৰ সন্ধান ওলাই ?
উত্তৰঃ ১৮২৮ চনত

৬) অসমৰ চূণশীল থকা এখন ঠাইৰ নাম ?
উত্তৰঃ গৰমপানী

৭) অসমৰ কোনখন জিলাত "ভাৰতীয় চাহ বৰ্ড"ৰ পঞ্জীয়ণভূক্ত সৰ্বাধিক ক্ষুদ্ৰ চাহ উৎপাদনকাৰী উদ্যোগ আছে?
উত্তৰঃ গোলাঘাট

৮) নুনমাটি তেল শোধানগৰ কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ ১৯৬২ চনত ।

৯) বঙাইগাও তেল শোধানগৰ কেতিয়া স্থাপিত হৈছিল ?
উত্তৰঃ  ১৯৭৯ চনত ।

১০) নুনলীগড় তেল শোধানগৰ কেতিয়া স্থাপিত হৈছিল ?
উত্তৰঃ ১৯৯৯

১১) অসমৰ ভিতৰত সৰ্ববৃহৎ চিমেণ্ট ফেক্টৰীটোৰ নাম কি?
উত্তৰঃ বোকাজান

১২) বোকাজান চিমেণ্ট ফেক্টৰী কেতিয়া প্ৰতিষ্ঠা হৈছিল ?
উত্তৰঃ ১৯৭৭ চনত

১৩) অসমৰ সৰ্ববৃহৎ সাৰ কাৰখানাটো ক'ত অৱস্থিত?
উত্তৰঃ নামৰূপত ।

১৪) অসমৰ প্ৰথমটো চেনিকল কিমান চনত প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ১৯৫৫ চনত ।

১৫) অসমত সৰ্বমুঠ কিমানটা প্লাইউড ফেক্টৰী আছে ?
উত্তৰঃ ৫৫ টা ।

১৬) অসমৰ প্ৰথমটো কাগজ উদ্যোগ কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ ১৯৭১চনত ।

১৭) অসমৰ প্ৰথমটো কাগজ কল ক'ত স্থাপন কৰা হৈছিল?
উত্তৰঃ  যোগীঘোপাত ।

১৮)  নগাঁও কাগজ কল কিমান চনত স্থাপিত হৈছিল ?
উত্তৰঃ ১৯৮৫ চনত ।

১৯) অসমত কিমানটা পশুস্বাস্থ্য কেন্দ্ৰ আছে ?
উত্তৰঃ ৮০৪ টা ।

২০) অসমত কিমানখন পশু চিকিৎসালয় আছে ?
উত্তৰঃ ২২খন ।

২১) অসমৰ মানুহৰ উপাৰ্জনৰ প্ৰধান উৎস কি ?
উত্তৰঃ কৃষি আৰু পশু ।

২২) অসমৰ আটাইতকৈ ডাঙৰ উদ্যোগ কি?
উত্তৰঃ চাহ ।

২৩) অসম কিহৰ বাবে বিখ্যাত ?
উত্তৰঃ পাট-মুগা ।

২৪) অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়?
উত্তৰঃ শুৱালকুছি ।

২৫) অসমৰ সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি?
উত্তৰঃ মিকিৰ পাহাৰ ।

২৬) হাঁতীৰ দাতৰ কাৰখানা থকা ঠাইখনৰ নাম কি?
উত্তৰঃ বৰপেটা ।

২৭) অসমৰ সৰ্বাধিক জাঁপি প্ৰস্তুত কৰা জিলাখনৰ নাম কি?
উত্তৰঃ নলবাৰী

২৮) অসমত চাহ খেতি কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ ১৮৬০ চনত ।

২৯)অসমৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ কোন ?
উত্তৰঃ প্ৰিয়ংকা চোপ্ৰা ।

৩০) কিমান চনত ভাৰতত বিমুদ্ৰাকৰণ আৰম্ভ হৈছিল ?
উত্তৰঃ ২০১৬ চনত  ।



Previous Post Next Post