Top 50 assamese gk in english I indian gk in assamese language

 সানমিহলি ৫০টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ!


১. অসমৰ কোনখন জিলাক ধপাঁত মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে?

➡️ যোৰহাট।


২."অসম কেশৰী" বুলি কাক কোৱা হয়?

➡️ অম্বিকাগিৰী ৰায় চৌধুৰীক।


৩. অসমৰ কোনখন জিলা মাটিকালি হিচাপে আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ?

➡️ সৰু জিলা:- দক্ষিণ শালমাৰা মানকাচৰ জিলা।

      ডাঙৰ জিলা:- কাৰ্বিআংলং জিলা।


৪. আন্তৰ্জাতিক যোগ দিৱস কোন তাৰিখে পালন কৰা হয়?

➡️ ২১জুন।


৫. গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত?

➡️ চিত্ৰাচল পাহাৰত।


৬. ভাৰতৰ বৃহত্তম মহানগৰ কোনখন?

➡️ মুম্বাই (Mumbai)


৭.অসমৰ ৰোমান্টিক চহৰ হিচাপে কোনখন চহৰক জনা যায়?

➡️ তেজপুৰ (Tezpur)


৮. এছিয়াৰ বৃহত্তম কলৰ বজাৰখন কত অৱস্থিত?

➡️ গোৱালপাৰা জিলা।


৯. থাইলেণ্ডৰ মুদ্ৰা কি?

➡️ বহট (Baht)


১০.ভাৰতৰ কোনখন উৎসৱত নাওঁ খেল পতা হয়?

➡️ অনাম (Onam)


১১. পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনখন?

➡️ এণ্ডিজ (Andes)


১২. কোনখন ৰাজ্য ৩৬সংখ্যক "ৱান নেচন ৱান কাৰ্ড" আঁচনি ৰূপায়ন কৰিছে?

➡️ অসম (Assam)


১৩. মিজোৰামক কি নামেৰে জনা যায়?

➡️ লুছাই হিলছ(Lusai Hills)


১৪."Hornbill festival" কত উৎযাপন কৰা হয়?

➡️ নাগালেণ্ড (Nagaland)


১৫. "Nongkrem Festival" কোন সম্প্ৰদায়ৰ দ্বাৰা উৎযাপন কৰা হয়?

➡️ খাছী (Khasi)


১৬. চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি জন কোন আছিল?

➡️ নীল আৰ্মষ্ট্ৰং(Nil Amstrong, 1969)


১৭. বায়ুমণ্ডলৰ কোনটো স্তৰত অজন স্তৰ আছে?

➡️ Stratosphere


১৮. বায়ুৰ চাপ জোখাৰ বাবে কি সজুলি ব্যৱহাৰ কৰা হয়?

➡️ বেৰোমিটাৰ(Barometer)


১৯. বিশ্ববেংক(World Bank) কিমান চনত প্ৰতিষ্ঠা কৰা হয়?

➡️ ৰাষ্ট্ৰসংঘৰ দ্বাৰা ১৯৪৫চনৰ ২৭ডিচেম্বৰত।


২০. বিশ্ববেংকৰ সদস্য ৰাষ্ট্ৰ কেইখন?

➡️১৮৫খন সদস্য ৰাষ্ট্ৰ।


২১. বিশ্ববেংকৰ প্ৰধান কাৰ্যালয় কত অবস্থিত?

➡️ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত।


২২. আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় কত?

➡️ ৱাশ্বিংটনত।


২৩. কমনৱেলথৰ সদস্য দেশৰ সংখ্যা কিমান?

➡️ ৫৪খন দেশ।


২৪. কমনৱেলথৰ মূখ্য কাৰ্যালয় কত অবস্থিত?

➡️ লণ্ডনত।


২৫.SAARCৰ সম্পূৰ্ণ নামটো কি?

➡️South Asian Assocition for Rengional Co-operation.


২৬. SAARC কিমান চনত গঠিত হৈছিল?

➡️ ১৯৮৫চনত


২৭.SAARCৰ  মূখ্য কাৰ্যালয় কত অবস্থিত?

➡️ নেপালৰ কাঠমাণ্ডুত।


২৮. গোষ্ঠী নিৰপেক্ষ আন্দোলন কিমান চনত আন্দোলনৰ সূচনা কৰে?

➡️ ১৯৬১চনত


২৯. গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম সন্মিলন কত অনুষ্ঠিত হয়?

➡️ যুগশ্লোভিয়াৰ বেলগ্ৰেডত।


৩০. গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৰ্তমান সদস্য দেশৰ সংখ্যা কিমান?

➡️১২০খন 


৩১.NATO কিমান চনত গঠন কৰা হয়?

➡️ ১৯৪৯চনৰ ৪এপ্ৰিলত।


৩২. বৰ্ত্তমান NATO ৰ সদস্য দেশৰ সংখ্যা কিমান?

➡️ ২৮খন


৩৩.NATO ৰ মূখ্য কাৰ্যালয় কত অবস্থিত?

➡️ বেলজিয়ামৰ ব্ৰুচলছত।


৩৪.G-15 কেতিয়া গঠন কৰা হয়?

➡️ ১৯৯০চনৰ মালেচিয়াত।


৩৫. ইণ্টোৰপালৰ মূখ্য কাৰ্যালয় কত অৱস্থিত?

➡️ ফ্ৰান্সৰ লিঅ চহৰত।


৩৬.বৰ্তমান বিশ্বৰ কিমানখন দেশ ইণ্টোৰপলৰ সদস্য?

➡️ ১৯০খন দেশ।


৩৭. ভাৰতৰ প্ৰাচীন সভ্যতা কি?

➡️ সিন্ধু সভ্যতা।


৩৮.কোনে আৰু কিমান চনত ভাৰতত মুছলমান সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে?

➡️ মহম্মদ ঘোৰীয়ে ১৯৯২চনত।


৩৯.কোনে আৰু কিমান চনত দাস বংশ প্ৰতিষ্ঠা কৰে?

➡️ ১২০৬চনত কুতুবুদ্দিন আইবাকে।


৪০. ভাৰতত প্ৰথম মহিলা শাসনকৰ্তা কোন আছিল?

➡️ দাস বংশৰ ৰাণী ৰেজিয়া চুলতানা।


৪১. টাইমূৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?

➡️ ১৩৯৮চনত।


৪২.কোনে আৰু কিমান চনত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে?

➡️ ১৫২৬চনত বাবৰে।


৪৩. ছেৰচাহৰ মৃত্যুৰ পিছত কোনে দিল্লীৰ সিংহাসনত বহে?

➡️ হুমায়ুন।


৪৪. আকবৰ কিমান চনত দিল্লীৰ সিংহাসনত বহে?

➡️ ১৫৫৬চনত।


৪৫. আকবৰে প্ৰচাৰ কৰা ধৰ্ম গ্ৰন্থখনৰ নাম কি?

➡️ "দিন-ইলাহি" ।


৪৬. কিমান চনত চিপাহী বিদ্ৰোহ হৈছিল?

➡️ ১৮৫৭চনত।


৪৭. বাহাদুৰ শ্বাহৰ কিমান চনত মৃত্যু হৈছিল?

➡️ ১৮৬২চনত।


৪৮. পলাশী যুদ্ধ কিমান চনত হৈছিল?

➡️ ১৭৫৭চনত।


৪৯. স্বাধীনতা আন্দোলন কিমান চনত হৈছিল?

➡️ ১৮৮৫চনত।


৫০. কিমান চনত ভাৰত ত্যাগ আন্দোলৰ সূচনা কৰে?

➡️ ১৯৪২চনত।


Previous Post Next Post