সানমিহলি ৫০টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ!
১. অসমৰ কোনখন জিলাক ধপাঁত মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে?
➡️ যোৰহাট।
২."অসম কেশৰী" বুলি কাক কোৱা হয়?
➡️ অম্বিকাগিৰী ৰায় চৌধুৰীক।
৩. অসমৰ কোনখন জিলা মাটিকালি হিচাপে আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ?
➡️ সৰু জিলা:- দক্ষিণ শালমাৰা মানকাচৰ জিলা।
ডাঙৰ জিলা:- কাৰ্বিআংলং জিলা।
৪. আন্তৰ্জাতিক যোগ দিৱস কোন তাৰিখে পালন কৰা হয়?
➡️ ২১জুন।
৫. গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত?
➡️ চিত্ৰাচল পাহাৰত।
৬. ভাৰতৰ বৃহত্তম মহানগৰ কোনখন?
➡️ মুম্বাই (Mumbai)
৭.অসমৰ ৰোমান্টিক চহৰ হিচাপে কোনখন চহৰক জনা যায়?
➡️ তেজপুৰ (Tezpur)
৮. এছিয়াৰ বৃহত্তম কলৰ বজাৰখন কত অৱস্থিত?
➡️ গোৱালপাৰা জিলা।
৯. থাইলেণ্ডৰ মুদ্ৰা কি?
➡️ বহট (Baht)
১০.ভাৰতৰ কোনখন উৎসৱত নাওঁ খেল পতা হয়?
➡️ অনাম (Onam)
১১. পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনখন?
➡️ এণ্ডিজ (Andes)
১২. কোনখন ৰাজ্য ৩৬সংখ্যক "ৱান নেচন ৱান কাৰ্ড" আঁচনি ৰূপায়ন কৰিছে?
➡️ অসম (Assam)
১৩. মিজোৰামক কি নামেৰে জনা যায়?
➡️ লুছাই হিলছ(Lusai Hills)
১৪."Hornbill festival" কত উৎযাপন কৰা হয়?
➡️ নাগালেণ্ড (Nagaland)
১৫. "Nongkrem Festival" কোন সম্প্ৰদায়ৰ দ্বাৰা উৎযাপন কৰা হয়?
➡️ খাছী (Khasi)
১৬. চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি জন কোন আছিল?
➡️ নীল আৰ্মষ্ট্ৰং(Nil Amstrong, 1969)
১৭. বায়ুমণ্ডলৰ কোনটো স্তৰত অজন স্তৰ আছে?
➡️ Stratosphere
১৮. বায়ুৰ চাপ জোখাৰ বাবে কি সজুলি ব্যৱহাৰ কৰা হয়?
➡️ বেৰোমিটাৰ(Barometer)
১৯. বিশ্ববেংক(World Bank) কিমান চনত প্ৰতিষ্ঠা কৰা হয়?
➡️ ৰাষ্ট্ৰসংঘৰ দ্বাৰা ১৯৪৫চনৰ ২৭ডিচেম্বৰত।
২০. বিশ্ববেংকৰ সদস্য ৰাষ্ট্ৰ কেইখন?
➡️১৮৫খন সদস্য ৰাষ্ট্ৰ।
২১. বিশ্ববেংকৰ প্ৰধান কাৰ্যালয় কত অবস্থিত?
➡️ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত।
২২. আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় কত?
➡️ ৱাশ্বিংটনত।
২৩. কমনৱেলথৰ সদস্য দেশৰ সংখ্যা কিমান?
➡️ ৫৪খন দেশ।
২৪. কমনৱেলথৰ মূখ্য কাৰ্যালয় কত অবস্থিত?
➡️ লণ্ডনত।
২৫.SAARCৰ সম্পূৰ্ণ নামটো কি?
➡️South Asian Assocition for Rengional Co-operation.
২৬. SAARC কিমান চনত গঠিত হৈছিল?
➡️ ১৯৮৫চনত
২৭.SAARCৰ মূখ্য কাৰ্যালয় কত অবস্থিত?
➡️ নেপালৰ কাঠমাণ্ডুত।
২৮. গোষ্ঠী নিৰপেক্ষ আন্দোলন কিমান চনত আন্দোলনৰ সূচনা কৰে?
➡️ ১৯৬১চনত
২৯. গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম সন্মিলন কত অনুষ্ঠিত হয়?
➡️ যুগশ্লোভিয়াৰ বেলগ্ৰেডত।
৩০. গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৰ্তমান সদস্য দেশৰ সংখ্যা কিমান?
➡️১২০খন
৩১.NATO কিমান চনত গঠন কৰা হয়?
➡️ ১৯৪৯চনৰ ৪এপ্ৰিলত।
৩২. বৰ্ত্তমান NATO ৰ সদস্য দেশৰ সংখ্যা কিমান?
➡️ ২৮খন
৩৩.NATO ৰ মূখ্য কাৰ্যালয় কত অবস্থিত?
➡️ বেলজিয়ামৰ ব্ৰুচলছত।
৩৪.G-15 কেতিয়া গঠন কৰা হয়?
➡️ ১৯৯০চনৰ মালেচিয়াত।
৩৫. ইণ্টোৰপালৰ মূখ্য কাৰ্যালয় কত অৱস্থিত?
➡️ ফ্ৰান্সৰ লিঅ চহৰত।
৩৬.বৰ্তমান বিশ্বৰ কিমানখন দেশ ইণ্টোৰপলৰ সদস্য?
➡️ ১৯০খন দেশ।
৩৭. ভাৰতৰ প্ৰাচীন সভ্যতা কি?
➡️ সিন্ধু সভ্যতা।
৩৮.কোনে আৰু কিমান চনত ভাৰতত মুছলমান সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে?
➡️ মহম্মদ ঘোৰীয়ে ১৯৯২চনত।
৩৯.কোনে আৰু কিমান চনত দাস বংশ প্ৰতিষ্ঠা কৰে?
➡️ ১২০৬চনত কুতুবুদ্দিন আইবাকে।
৪০. ভাৰতত প্ৰথম মহিলা শাসনকৰ্তা কোন আছিল?
➡️ দাস বংশৰ ৰাণী ৰেজিয়া চুলতানা।
৪১. টাইমূৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?
➡️ ১৩৯৮চনত।
৪২.কোনে আৰু কিমান চনত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে?
➡️ ১৫২৬চনত বাবৰে।
৪৩. ছেৰচাহৰ মৃত্যুৰ পিছত কোনে দিল্লীৰ সিংহাসনত বহে?
➡️ হুমায়ুন।
৪৪. আকবৰ কিমান চনত দিল্লীৰ সিংহাসনত বহে?
➡️ ১৫৫৬চনত।
৪৫. আকবৰে প্ৰচাৰ কৰা ধৰ্ম গ্ৰন্থখনৰ নাম কি?
➡️ "দিন-ইলাহি" ।
৪৬. কিমান চনত চিপাহী বিদ্ৰোহ হৈছিল?
➡️ ১৮৫৭চনত।
৪৭. বাহাদুৰ শ্বাহৰ কিমান চনত মৃত্যু হৈছিল?
➡️ ১৮৬২চনত।
৪৮. পলাশী যুদ্ধ কিমান চনত হৈছিল?
➡️ ১৭৫৭চনত।
৪৯. স্বাধীনতা আন্দোলন কিমান চনত হৈছিল?
➡️ ১৮৮৫চনত।
৫০. কিমান চনত ভাৰত ত্যাগ আন্দোলৰ সূচনা কৰে?
➡️ ১৯৪২চনত।