১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথম কত আৰম্ভ হৈছিল? ভাৰতৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে কোন চনত অনুষ্ঠিত হৈছিল?

আধুনিক ভাৰতৰ গুৰুত্বপূৰ্ণ চন আৰু ঘটনা I Assam career

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ Assam Careerত “অসমৰ সাধাৰণ জ্ঞান” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ Assam Careerৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

Assam career


১) প্ৰশ্ন : কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্ত্ত বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল?

উত্তৰ : ১৯০৫ চনৰ বংগ বিভাজন।

২) প্ৰশ্ন : ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূ-খন্দৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ : ৱাৰেণ হেষ্টিংছ।

৩) প্ৰশ্ন : ৰবাৰ্ট ক্লাইভ কেতিআ বংগৰ গৱৰ্ণৰ হৈছিল?

উত্তৰ : ১৭৬৪ খ্ৰীষ্টাব্দত।

৪) প্ৰশ্ন : টিপু চুলতান কোন আছিল

উত্তৰ : তেওঁ মহিশূৰৰ চুলতান আছিল।

৫) প্ৰশ্ন : ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?

উত্তৰ : জে বি কৃপালানি।

৬) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচপে আনুষ্ঠানিক্ভাৱে ঘোষণা কৰিছিল?

উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৭) প্ৰশ্ন : অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল?

উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৮) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰ : নানা চাহেব।

৯) প্ৰশ্ন : কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল?

উত্তৰ : উমেশ চন্দ্ৰ বেনাৰ্জী।

১০) প্ৰশ্ন : বৃটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল?

উত্তৰ : ১৮৭৭ খ্ৰীষ্টাব্দত।

১১) প্ৰশ্ন : ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰ্দান কৰিছিল।ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

উত্তৰ : লৰ্ড কেনিং।

Assam Career

১২) প্ৰশ্ন : উত্তৰ-পশ্মিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে ১৯০৫ চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন কোন আছিল?

উত্তৰ : লৰ্ড কাৰ্জন।

১৩) প্ৰশ্ন : ‘সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী’ হিচাপে কাক জনা যায়?

উত্তৰ : লৰ্ড চাৰ্লছ মেটকাফে।

১৪) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৮৮৫ খ্ৰীষ্টাব্দত বোম্বাইত।

১৫) প্ৰশ্ন : মুছ্লিম লীগ কেতিয়া গঠন হৈছিল?

উত্তৰ : ১৯০৬ চনত।

১৬) প্ৰশ্ন : কলিকতাত ( বৰ্তমানৰ ক’লকাতাত) ভাৰতীয় এচ’ছিয়েচন কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ : সুৰেন্দ্ৰ নাথ বেনৰ্জী।

১৭) প্ৰশ্ন : বৃটিছ ৰাজত্বত কোনখন চহৰ ভাৰতৰ গ্ৰীস্মকালীন ৰাজধানী আছিল?

উত্তৰ : ছিমলা।

১৮) প্ৰশ্ন : কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল?

উত্তৰ : ১৯১১ চনত।

Assam Career

১৯) প্ৰশ্ন : কোন চনত বৃটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯১৯ চনত।

২০) প্ৰশ্ন : জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী কোন আছিল?

উত্তৰ : ১৯১৯ চনৰ ১৩ এপ্ৰিলত; জেনেৰেল ডায়াৰ ইয়াৰ বাবে দায়ী আছিল।

২১) প্ৰশ্ন :  কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতা দাবী উত্থাপন কৰে?

উত্তৰ : লৰ্ড আৰউইন।

২২) প্ৰশ্ন : গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯১৭ চনত।

২৩) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯২০ চনত।

২৪) প্ৰশ্ন : ভাৰতবৰ্ষত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল?

উত্তৰ : ড০ এনি বেছান্ত।

২৫) প্ৰশ্ন : গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯২৩ চনত।

২৬) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বসন্মতভাৱে পূৰ্ণ স্বাধীনতা দাবী কেতিয়া উত্থাপন কৰিছিল?

উত্তৰ : ১৯২৯ চনৰ লাহোৰ অধিৱেশনত।

২৭) প্ৰশ্ন : ১৯৩০ চনৰ ৬ এপ্ৰিলত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল?

উত্তৰ : মহাত্মা গান্ধীৰ দাণ্ডি পদযাত্ৰা।

২৮) প্ৰশ্ন : গান্ধীজীয়ে ক’ৰ পৰা ঐতিহাসিক দান্দি যাত্ৰা আৰম্ভ কৰিছিল?

উত্তৰ : আহমেদাবাদৰ সবৰমতী আশ্ৰম।

২৯) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনৰ বাবে গান্ধীজীক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল?

উত্তৰ : ১৯২৪ চনৰ বেলগাম অধিৱেশনৰ বাবে।

৩০) প্ৰশ্ন : মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন (১৯২০-২২) কিয় প্ৰত্যাহাৰ কৰিছিল?

উত্তৰ : চৌৰি-চৌৰাত সংঘটিত হিংসাৰ কাৰণে।

৩১) প্ৰশ্ন : বিখ্যাত গান্ধী-আৰউইন চুক্তি কেতি্য়া স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৯৩১ চনত।

Assam Career

৩২) প্ৰশ্ন : ১৯৪৬ চনৰ ১৯ মাৰ্চত কেবিনেট আয়োগক ভাৰতলৈ কিয় প্ৰেৰণ কৰা হৈছিল?

উত্তৰ : ক্ষমতাৰ হস্তান্তৰকৰণৰ বাবে সাংবিধানিক ব্যৱস্থা গ্ৰহণাৰ্থে।

৩৩) প্ৰশ্ন : গান্ধী যুগৰ প্ৰাৰম্ভিক কালছোৱাত সৰোজিনি নাইডুৱে ‘হিন্দু-মুছলমান একতাৰ ৰাষ্ট্ৰ্দূত’ বুলি অভিহিত কৰা ব্যক্তিজনৰ নাম কি?

উত্তৰ : মহম্মদ আলি জিন্না।

৩৪) প্ৰশ্ন : ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কেতিয়া আৰু ক’ৰ পৰা আৰম্ভ কৰিছিল?

উত্তৰ : ১৯৪২ চনৰ ৮ আগষ্টত, বোম্বাইৰ পৰা।

৩৫) প্ৰশ্ন : ভাৰতলৈ কেবিনেট মিছ্ন কেতিয়া আৰু কাৰ নেতৃত্বত প্ৰেৰণ কৰা হৈছিল?

উত্তৰ : ১৯৪৬ ৰ মাৰ্চ মাহত আৰু ইয়াৰ নেতৃত্ব লৈছিল লৰ্ড পেথিক লৰেন্সে।

৩৬) প্ৰশ্ন : ১৯৪৭ চনত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামৰ দুখন পৃথক দেশলৈ বিভাজন কৰা সম্পৰ্কে কোনে ঘোষণা কৰিছিল?

উত্তৰ : ভাৰতৰ তেতিয়াৰ ভাইচৰয় লৰ্ড মাউন্টবেটেনে।

৩৭) প্ৰশ্ন : বৃটিছ সংসদে স্বাধীনতা আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯৪৯ চনৰ জুলাইত।

৩৮) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি?

উত্তৰ : চি ৰাজাগোপালাচাৰী।

৩৯) প্ৰশ্ন : ইষ্ট ইন্ডিয়া কোম্পানী কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৬০০ খ্ৰীষ্টাব্দত।

Assam Career

৪০) প্ৰশ্ন : ভাৰতবৰ্ষত ‘স্বত্ব বিলোপ নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল।

উত্তৰ : লৰ্ড ডেলহাউচি।

৪১) প্ৰশ্ন : ভাৰত এচ’ছিয়েচন কেতিয়া গঠন হৈছিল?

উত্তৰ : ১৮৭৬ খ্ৰীষ্টাব্দত।

৪২) প্ৰশ্ন : চৌৰা-চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?

উত্তৰ : ১৯২১ চনত।

৪৩) প্ৰশ্ন : আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১৯৩০ চনত।

৪৪) প্ৰশ্ন : স্বামী ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্যজনৰ নাম কি?

উত্তৰ : স্বামী বিবেকানন্দ।

৪৫) প্ৰশ্ন : ‘জয়হিন্দ’ আৰু ‘দিল্লী চলো’ শ্লোগান দুটা প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰ : সুভাষ চন্দ্ৰ বসু।

৪৬) প্ৰশ্ন : জালিয়ানৱালাবাগ হত্যাকাণ্ড ক’ত সংঘটিত হৈছিল?

উত্তৰ : অমৃতসৰ।

Assam Career

৪৭) প্ৰশ্ন : কাৰ শাসনৰ সময়ত ভাৰতীয় অসামৰিক সেৱা আৰম্ভ হৈছিল?

উত্তৰ : লৰ্ড কৰ্ণৱালিজৰ শাসনৰ সময়ত।

৪৮) প্ৰশ্ন : সীমান্ত গান্ধী বুলি কাক জনা যায়।

উত্তৰ : খান আব্দুল গফৰ খান।

৪৯) প্ৰশ্ন : ৰাষ্ট্ৰসংঘ পৰিষদত সভাপতিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তিৰ নাম কি?

উত্তৰ : বিজয়ালক্ষ্মী পন্ডিত।

৫০) প্ৰশ্ন : কোনে পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল?

উত্তৰ : পন্ডিত জৱাহাৰলাল নেহেৰু।

৫১) প্ৰশ্ন : ভাৰতবৰ্ষত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৫২ চনত।

৫২) প্ৰশ্ন : উচ্চ শিক্ষাৰ বাবে ইংৰাজী মাধ্যমৰ কোনে পোষকতা কৰিছিল?

উত্তৰ : লৰ্ড মেক’লে।

৫৩) প্ৰশ্ন : আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ : স্বামী দয়ানন্দ সৰস্বতী।

৫৪) প্ৰশ্ন : ভাৰতবৰ্ষৰ অন্তিমজন ভাইচৰয় কোন আছিল?

উত্তৰ : লৰ্ড মাউন্টবেটেন।

৫৫) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া সাহসী ৰাণীগৰাকীৰ নাম কি আছিল?

উত্তৰ : ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।

৫৬) প্ৰশ্ন : কোনটো ঘটনা বিফল হোৱাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ক্ৰিপছ মিছ্ন।

Assam Career

৫৭) প্ৰশ্ন : কোনখন আইনে ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচন বিধি প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯০৯ চনৰ ভাৰতীয় পৰিষদ আইন।

৫৮) প্ৰশ্ন : মহাত্মা গান্ধীৰ কোনবিধ সামগ্ৰী দাণ্ডি যাত্ৰাৰ লগত জড়িত?

উত্তৰ : নিমখ।

৫৯) প্ৰশ্ন : মাৰ্গাৰেট এলিজাবেথ ন’বেলক কোনে ‘নিবেদিতা’ আখ্যা দিছিল?

উত্তৰ : স্বামী বিবেকানন্দ।

৬০) প্ৰশ্ন : বৃটিছসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ ওচৰত সাহায্য বিচাৰিছিল?

উত্তৰ : টিপু চুলতান।

৬১) প্ৰশ্ন : তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন?

উত্তৰ : ড° বি আৰ আম্বেদকাৰ।

৬২) প্ৰশ্ন : মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ২ অক্টোবৰ, ১৮৭৯।

৬৩) প্ৰশ্ন : ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল?

Assam Career

উত্তৰ : মহাত্মা গান্ধী।

৬৪) প্ৰশ্ন : ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰে?

উত্তৰ : ১৫ আগষ্ট, ১৯৪৭।

৬৫) প্ৰশ্ন : ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰ : ক্লিমেন্ট এটলী।

৬৬) প্ৰশ্ন : জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : অসহযোগ আন্দোলন।

৬৭) প্ৰশ্ন : ভাৰতত ‘ৰাজপথ’ নিৰ্মাণৰ সূচনা কৰা প্ৰথম বৃটিছ গৱৰ্ণৰ-জেনেৰেলজনৰ নাম কি?

উত্তৰ : লৰ্ড ডেলহাউচি।

৬৮) প্ৰশ্ন : স্বামী বিবেকানন্দই অংশ গ্ৰহণ কৰা বিশ্ব ধৰ্মৰ প্ৰ্সিদ্ধ সভাখন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : চিকাগোত।

৬৯) প্ৰশ্ন : কোন চনত পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল।

Assam Career

উত্তৰ : ১৯৩৬।

Tags-
ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ question answer
ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ mcq
A959c7 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
ভাৰতীয় জাতীয়তাবাদৰ পিতৃ কোন
চিপাহী বিদ্রোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।
ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্রধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।
ভাৰতীয় জাতীয়তাবাদৰ বিকাশ
স্যাৰে জাহাছে আচ্ছা গীতৰ গীতিকাৰ কোন
অসমৰ ইতিহাস ১৮২৬-১৯৪৭
অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ
অসমৰ ইতিহাস ১২২৮-১৮২৬
ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
অসমৰ ইতিহাস প্ৰশ্ন
অসমৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইৰ নাম
অসমৰ ইতিহাস pdf
ভাৰতৰ বৃহত্তম ৰাজ্য
মধ্যযুগৰ অসমীয়া সমাজ class 8
মধ্যযুগৰ অসমীয়া সমাজ
পাঠ-৩ মধ্যযুগৰ অসমীয়া সমাজ
মধ্যযুগৰ অসম পাঠ ২
মধ্যযুগৰ অসম class 8 lesson 2
মধ্যযুগৰ অসম class 8 question
পাঠ - ১১ মধ্যযুগৰ অসমীয়া সমাজ
মধ্যযুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা
মধ্যযুগৰ অসম
সমল বুলিলে কি বুজা class 7
মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
লিখিত সমল মানে কি
মহম্মদ ঘোৰী
মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন
অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান class 7 lesson 2
সমল বুলিলে কি বুজা
Career assam 360 result
Career assam 360 apply online
pwd assam career
assam govt job recruitment 2023
assam govt job for female
assam career constable
assam career ssc
private jobs in assam
Career assam 360 result login
Career assam 360 result 2020
assam career grade iv
pwd assam career
assam govt job for female
assam govt job recruitment 2023
job assam
assam police
Career assam 360 result login 2020
assam career grade iv
pwd assam career
job assam
assam govt job recruitment 2023
assam police
assam govt job for female
assam career ssc
About Us-CareerAssam360 Provides latest Career Assam 360 news, Jobs in CareerAssam360, North East And All India Govt Jobs Employment Notification . CareerAssam 360 is the leading job portal in Career Assam360.Career Assam 360updates regular all latest Assam Govt jobs 2020, All India Govt jobs like SSC new jobs and notification, UPSC latest jobs, all latest medical jobs, defence latest job, new Army job, Indian Air force jobs, Navy jobs, Coast Guard jobs, latest Engineering jobs 2020, latest teaching jobs 2020, latest Bank job, IBPS latest notification 2020, latest Railway jobs, New Indian Railway job, latest graduate jobs, latest 10+2 job and latest 10th class passed job. We are released all latest State Govt jobs like latest Govt jobs in CareerAssam360, New Govt jobs in Delhi, latest Govt jobs in Haryana, MP Govt jobs, UP Govt jobs, Gujarat Govt jobs, Bihar Govt jobs, Punjab Govt jobs and Maharashtra Govt jobs etc.

Previous Post Next Post