মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ I মধ্য যুগৰ ভাৰতৰ ইতিহাস

ভাৰতবৰ্ষৰ মধ্যযুগৰ অসমৰ সাধাৰণ জ্ঞান I Assamese gk 

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ ভাৰতবৰ্ষৰ মধ্যযুগৰ অসমৰ সাধাৰণ জ্ঞান” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAMESE GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

assamese gk


১) প্ৰশ্ন : কেতিয়া আৰু কাৰ কাৰ মাজত তৰাইনৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১১৯১ খ্ৰীষ্টাব্দত পৃথ্বিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত।

২)প্ৰশ্ন : কোনজন চুলতানে অশোকৰ স্তম্ভ দিল্লীলৈ স্থানান্তৰিত কৰিছিল?

উত্তৰ : ফিৰোজ শ্বাহ টোগলক।

৩) প্ৰশ্ন : দাস বংশৰ চুলতানসকলে ভাৰতৰ ক’ত ৰাজধানী স্থাপন কৰিছিল।

উত্তৰ : দিল্লী।

৪) প্ৰশ্ন : খিলিজী বংশৰ প্ৰথম চুলতানজনৰ নাম কি?

উত্তৰ : জালালুদ্দিন খিলিজী।

৫) প্ৰশ্ন : আলাউদ্দিন খিলিজীৰ ৰাজত্বকালত দিল্লী ভ্ৰ্মণ কৰা আফ্ৰিকীয় ভ্ৰমণকাৰীজনৰ নাম কি আছিল?

উত্তৰ : ইবন বতুতা।

৬) প্ৰশ্ন : টোগলক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : গিয়াছুদ্দিন টোগলক।

৭) প্ৰশ্ন : গিয়াছুদ্দিন টোগলকৰ উত্তৰাধিকাৰী কোন আছিল?

উত্তৰ : মহম্মদ বিন টোগলক।

৮) প্ৰশ্ন : দিল্লীৰ প্ৰথমজন আফগান চুলতান বুলি কাক কোৱা হয়?

উত্তৰ : বাহল’ল লোডী।

৯) প্ৰশ্ন : আগ্ৰাৰ ওচৰৰ কোনখন ঠাই ছিকন্দৰ লোডীৰ নামেৰে নামকৰণ কৰা হয়।

উত্তৰ : ছিকন্দৰবাদ।

১০) প্ৰশ্ন : ব্ৰিটিছ ইষ্ট ইন্দিয়া কোম্পানীয়ে তেওঁলোকৰ প্ৰথম বাণিজ্যিক কেন্দ্ৰ ক’ত স্থাপন কৰিছিল?

উত্তৰ : চুৰাট।

Assamese Gk

১১) প্ৰশ্ন : কেতিয়া আৰু কাৰ কাৰ মাজত প্ৰথম পানিপথৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৫২৬ খ্ৰীষ্টাব্দত ইব্ৰাহিম লোডী আৰু বাবৰৰ মাজত।

১২) প্ৰশ্ন : বাবৰে তেওঁৰ স্মৃতি আৰু অভিজ্ঞতাসমূহ এখন গ্ৰ্ন্থত লিপিবদ্ধ কৰিছিল। গ্ৰন্থখনৰ নাম কি?

উত্তৰ : বাবৰনামা আৰু এইখন তুৰ্কী ভাষাত লিখিছিল।

১৩) প্ৰশ্ন : বাবৰৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী কোন হৈছিল?

উত্তৰ : বাবৰৰপুত্ৰ হুমায়ুন।

১৪) প্ৰশ্ন : পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰ : ১৫৫৬ খ্ৰীষ্টাব্দত হিমু আৰু বৈৰাম খাঁৰ মাজত।

১৫) প্ৰশ্ন : নিজৰ জীয়েকক আকবৰলৈ বিয়া দিয়া ৰাজপুত ৰজাজনৰ নাম কি আছিল?

উত্তৰ : অম্বৰৰ ৰজা বিহাৰীমল।

১৬) প্ৰশ্ন : আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মীয় শাখাটোৰ নাম কি?

উত্তৰ : দীন-ই-ইলাহি।

১৭) প্ৰশ্ন : কোনজন পন্দিতে আইন-ই-আকবৰী নামৰ গ্ৰ্ন্থখন লিখিছিল?

উত্তৰ : আবুল ফজল।

১৮) প্ৰশ্ন : জাহাংগীৰে লিখা আত্মজীৱনীখনৰ নাম কি আছিল?

উত্তৰ : তুজক-ই-জাহাংগীৰি।

১৯) প্ৰশ্ন : সম্ৰাট ছাহজাহানে কোনখন নগৰ নিৰ্মাণ কৰিছিল?

উত্তৰ : ছাহজাহানাবাদ।

২০) প্ৰশ্ন : কোন খ্ৰীষ্টাব্দত ছাহজাহানে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল?

উত্তৰ : ১৬৪৮ খ্ৰীষ্টাব্দত।

২১) প্ৰশ্ন : শিৱাজীক ঔৰংজেৱে আটক কৰা অৱস্থাৰ পৰা মুক্ত কৰাত কোনে সহায় কৰিছিল?

উত্তৰ : জয় সিং।

২২) প্ৰশ্ন : ভাস্ক-ডা-গামাই কেতিয়া ভাৰতমুখী সমুদ্ৰ্পথ আৱিস্কাৰ কৰিছিল?

উত্তৰ : ১৪৯৮ খ্ৰীষ্টাব্দ।

Assamese Gk

২৩) প্ৰশ্ন : কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালক মোগল বংশৰ সোণালী যুগ হিচাপে আখ্যা দিয়া হয়?

উত্তৰ : ছাহজাহান।

২৪) প্ৰশ্ন : কোনজন মধ্যযুগীয় ভাৰতীয় লিখকে তেওঁৰ লিখনীত আমেৰিকা আৱিস্কাৰৰ বিষয়ে উল্লেখ কৰিছিল?

উত্তৰ : আবুল ফজল।

২৫) প্ৰশ্ন : ভাৰতত কোনে প্ৰথমে মুদ্ৰাৰ প্ৰচলন কৰিছিল?

উত্তৰ : মহম্মদ বিন টোগলক।

২৬) প্ৰশ্ন : ময়ুৰ সিংহাসনত বহা অন্তিমজন মোগল সম্ৰাটৰ নাম কি?

উত্তৰ : মহম্মদ ছাহ।

২৭) প্ৰশ্ন : বাবৰে প্ৰথমবাৰ ভাৰত আক্ৰমণ কৰাৰ সময়ত দিল্লীৰ চুলতান কোন আছিল?

উত্তৰ : ইব্ৰাহীম লোডী।

২৮) প্ৰশ্ন : ভাৰতবৰ্ষত দাস বংশ কোনে প্ৰ্তিষ্ঠা কৰিছিল?

উত্তৰ : কুতুবুদ্দিন আইবাক।

২৯) প্ৰশ্ন : মহম্মদ ঘজনীৰ ৰাজসভাত থকা বিখ্যাত পন্দিতজনৰ নাম কি আছিল?

উত্তৰ : আলবেৰুণী।

৩০) প্ৰশ্ন : বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ লেখক কোন?

উত্তৰ : তুলসী দাস।

৩১) প্ৰশ্ন : আকবৰে নিৰ্মাণ কৰা আগ্ৰাৰ ওচৰৰ নতুন নগৰখনৰ নাম কি আছিল?

উত্তৰ : ফাতেহপুৰ চিক্ৰী।

৩২) প্ৰশ্ন : মধ্যযুগৰ ভাৰতত কোনজন শাসকে ঐতিহাসিক ৰাজ আলি গ্ৰেন্দ ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল?

উত্তৰ : শ্বেৰ শ্বাহ ছুৰী।

৩৩) প্ৰশ্ন : দিল্লীৰ কোনটো ৰাজবংশই ১০২৬ আৰু ১২৯০ খ্ৰীষ্টাব্দৰ মাজত শাসনকাৰ্য চলাইছিল?

উত্তৰ : দাস বংশই।

Assamese Gk

৩৪) প্ৰশ্ন : ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন?

উত্তৰ : ৰেজিয়া চুলতানা।

৩৫) প্ৰশ্ন : কোনগৰাকী মোগল সম্ৰাটে তাজমহল সাজিছিল।

উত্তৰ : ছাহজাহান।

৩৬) প্ৰশ্ন : কাৰ শাসনকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল?

উত্তৰ : আকবৰ।

৩৭) প্ৰশ্ন : মোগল সাম্ৰাজ্যৰ অন্তিমজন শাসকৰ নাম কি আছিল?

উত্তৰ : বাহাদুৰ শ্বাহ জাফৰ।

৩৮) প্ৰশ্ন : কোনজন সম্ৰাটে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল?

উত্তৰ : বাবৰ।

৩৯) প্ৰশ্ন : ইংৰাজসকলক ভাৰতত বেহা-বেপাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা প্ৰথম মোগল সম্ৰাটজনৰ নাম কি?

উত্তৰ : জাহাংগীৰ।

৪০) প্ৰশ্ন : কোনখন যুদ্ধৰ জৰিয়তে মোগল সাম্ৰাজ্যৰ ভেটি তৈয়াৰ কৰিছিল?

উত্তৰ : পানিপথৰ প্ৰথম যুদ্ধ 

৪১)প্ৰশ্ন : কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্ত্ত বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল?

উত্তৰ : ১৯০৫ চনৰ বংগ বিভাজন।

৪২) প্ৰশ্ন : ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূ-খন্দৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ : ৱাৰেণ হেষ্টিংছ।

৪৩) প্ৰশ্ন : ৰবাৰ্ট ক্লাইভ কেতিআ বংগৰ গৱৰ্ণৰ হৈছিল?

Assamese Gk

উত্তৰ : ১৭৬৪ খ্ৰীষ্টাব্দত।

৪৪) প্ৰশ্ন : টিপু চুলতান কোন আছিল

উত্তৰ : তেওঁ মহিশূৰৰ চুলতান আছিল।

৫৫) প্ৰশ্ন : ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?

উত্তৰ : জে বি কৃপালানি।

৪৬) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচপে আনুষ্ঠানিক্ভাৱে ঘোষণা কৰিছিল?

উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৪৭) প্ৰশ্ন : অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল?

উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৪৮) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰ : নানা চাহেব।

৪৯) প্ৰশ্ন : কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল?

উত্তৰ : উমেশ চন্দ্ৰ বেনাৰ্জী।

৫০) প্ৰশ্ন : বৃটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল?

উত্তৰ : ১৮৭৭ খ্ৰীষ্টাব্দত।

Read More.....

Assamese Gk

৫১) প্ৰশ্ন : ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰ্দান কৰিছিল।ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

উত্তৰ : লৰ্ড কেনিং।

৫২) প্ৰশ্ন : উত্তৰ-পশ্মিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে ১৯০৫ চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন কোন আছিল?

উত্তৰ : লৰ্ড কাৰ্জন।

৫৩) প্ৰশ্ন : ‘সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী’ হিচাপে কাক জনা যায়?

উত্তৰ : লৰ্ড চাৰ্লছ মেটকাফে।

৫৪) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৮৮৫ খ্ৰীষ্টাব্দত বোম্বাইত।

৫৫) প্ৰশ্ন : মুছ্লিম লীগ কেতিয়া গঠন হৈছিল?

উত্তৰ : ১৯০৬ চনত।

৫৬) প্ৰশ্ন : কলিকতাত ( বৰ্তমানৰ ক’লকাতাত) ভাৰতীয় এচ’ছিয়েচন কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ : সুৰেন্দ্ৰ নাথ বেনৰ্জী।

৫৭) প্ৰশ্ন : বৃটিছ ৰাজত্বত কোনখন চহৰ ভাৰতৰ গ্ৰীস্মকালীন ৰাজধানী আছিল?

উত্তৰ : ছিমলা।

৫৮) প্ৰশ্ন : কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল?

উত্তৰ : ১৯১১ চনত।

৫৯) প্ৰশ্ন : কোন চনত বৃটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯১৯ চনত।

৬০) প্ৰশ্ন : জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী কোন আছিল?

উত্তৰ : ১৯১৯ চনৰ ১৩ এপ্ৰিলত; জেনেৰেল ডায়াৰ ইয়াৰ বাবে দায়ী আছিল।

৬১) প্ৰশ্ন : কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতা দাবী উত্থাপন কৰে?

উত্তৰ : লৰ্ড আৰউইন।

৬২) প্ৰশ্ন : গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল?

Assamese Gk

উত্তৰ : ১৯১৭ চনত।

৬৩) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯২০ চনত।

৬৪) প্ৰশ্ন : ভাৰতবৰ্ষত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল?

উত্তৰ : ড০ এনি বেছান্ত।

৬৫) প্ৰশ্ন : গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯২৩ চনত।

৬৬) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বসন্মতভাৱে পূৰ্ণ স্বাধীনতা দাবী কেতিয়া উত্থাপন কৰিছিল?

উত্তৰ : ১৯২৯ চনৰ লাহোৰ অধিৱেশনত।

৬৭) প্ৰশ্ন : ১৯৩০ চনৰ ৬ এপ্ৰিলত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল?

উত্তৰ : মহাত্মা গান্ধীৰ দাণ্ডি পদযাত্ৰা।

৬৮) প্ৰশ্ন : গান্ধীজীয়ে ক’ৰ পৰা ঐতিহাসিক দান্দি যাত্ৰা আৰম্ভ কৰিছিল?

উত্তৰ : আহমেদাবাদৰ সবৰমতী আশ্ৰম।

৬৯) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনৰ বাবে গান্ধীজীক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল?

উত্তৰ : ১৯২৪ চনৰ বেলগাম অধিৱেশনৰ বাবে।

Assamese Gk

৬০) প্ৰশ্ন : মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন (১৯২০-২২) কিয় প্ৰত্যাহাৰ কৰিছিল?

উত্তৰ : চৌৰি-চৌৰাত সংঘটিত হিংসাৰ কাৰণে।

৬১) প্ৰশ্ন : বিখ্যাত গান্ধী-আৰউইন চুক্তি কেতি্য়া স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৯৩১ চনত।

৬২) প্ৰশ্ন : ১৯৪৬ চনৰ ১৯ মাৰ্চত কেবিনেট আয়োগক ভাৰতলৈ কিয় প্ৰেৰণ কৰা হৈছিল?

উত্তৰ : ক্ষমতাৰ হস্তান্তৰকৰণৰ বাবে সাংবিধানিক ব্যৱস্থা গ্ৰহণাৰ্থে।

৬৩) প্ৰশ্ন : গান্ধী যুগৰ প্ৰাৰম্ভিক কালছোৱাত সৰোজিনি নাইডুৱে ‘হিন্দু-মুছলমান একতাৰ ৰাষ্ট্ৰ্দূত’ বুলি অভিহিত কৰা ব্যক্তিজনৰ নাম কি?

উত্তৰ : মহম্মদ আলি জিন্না।

৬৪) প্ৰশ্ন : ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কেতিয়া আৰু ক’ৰ পৰা আৰম্ভ কৰিছিল?

উত্তৰ : ১৯৪২ চনৰ ৮ আগষ্টত, বোম্বাইৰ পৰা।

৬৫) প্ৰশ্ন : ভাৰতলৈ কেবিনেট মিছ্ন কেতিয়া আৰু কাৰ নেতৃত্বত প্ৰেৰণ কৰা হৈছিল?

উত্তৰ : ১৯৪৬ ৰ মাৰ্চ মাহত আৰু ইয়াৰ নেতৃত্ব লৈছিল লৰ্ড পেথিক লৰেন্সে।

৬৬) প্ৰশ্ন : ১৯৪৭ চনত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামৰ দুখন পৃথক দেশলৈ বিভাজন কৰা সম্পৰ্কে কোনে ঘোষণা কৰিছিল?

উত্তৰ : ভাৰতৰ তেতিয়াৰ ভাইচৰয় লৰ্ড মাউন্টবেটেনে।

৬৭) প্ৰশ্ন : বৃটিছ সংসদে স্বাধীনতা আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯৪৯ চনৰ জুলাইত।

৬৮) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি?

উত্তৰ : চি ৰাজাগোপালাচাৰী।

৬৯) প্ৰশ্ন : ইষ্ট ইন্ডিয়া কোম্পানী কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৬০০ খ্ৰীষ্টাব্দত।

৭০) প্ৰশ্ন : ভাৰতবৰ্ষত ‘স্বত্ব বিলোপ নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল।

উত্তৰ : লৰ্ড ডেলহাউচি।

৭১) প্ৰশ্ন : ভাৰত এচ’ছিয়েচন কেতিয়া গঠন হৈছিল?

উত্তৰ : ১৮৭৬ খ্ৰীষ্টাব্দত।

৭২) প্ৰশ্ন : চৌৰা-চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?

উত্তৰ : ১৯২১ চনত।

৭৩) প্ৰশ্ন : আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১৯৩০ চনত।

Assamese Gk

৭৪) প্ৰশ্ন : স্বামী ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্যজনৰ নাম কি?

উত্তৰ : স্বামী বিবেকানন্দ।

৭৫) প্ৰশ্ন : ‘জয়হিন্দ’ আৰু ‘দিল্লী চলো’ শ্লোগান দুটা প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰ : সুভাষ চন্দ্ৰ বসু।

৭৬) প্ৰশ্ন : জালিয়ানৱালাবাগ হত্যাকাণ্ড ক’ত সংঘটিত হৈছিল?

উত্তৰ : অমৃতসৰ।

৭৭) প্ৰশ্ন : কাৰ শাসনৰ সময়ত ভাৰতীয় অসামৰিক সেৱা আৰম্ভ হৈছিল?

উত্তৰ : লৰ্ড কৰ্ণৱালিজৰ শাসনৰ সময়ত।

৭৮) প্ৰশ্ন : সীমান্ত গান্ধী বুলি কাক জনা যায়।

উত্তৰ : খান আব্দুল গফৰ খান।

৭৯) প্ৰশ্ন : ৰাষ্ট্ৰসংঘ পৰিষদত সভাপতিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তিৰ নাম কি?

উত্তৰ : বিজয়ালক্ষ্মী পন্ডিত।

৮০) প্ৰশ্ন : কোনে পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল?

উত্তৰ : পন্ডিত জৱাহাৰলাল নেহেৰু।

৮১) প্ৰশ্ন : ভাৰতবৰ্ষত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৫২ চনত।

৮২) প্ৰশ্ন : উচ্চ শিক্ষাৰ বাবে ইংৰাজী মাধ্যমৰ কোনে পোষকতা কৰিছিল?

উত্তৰ : লৰ্ড মেক’লে।

৮৩) প্ৰশ্ন : আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ : স্বামী দয়ানন্দ সৰস্বতী।

৮৪) প্ৰশ্ন : ভাৰতবৰ্ষৰ অন্তিমজন ভাইচৰয় কোন আছিল?

উত্তৰ : লৰ্ড মাউন্টবেটেন।

৮৫) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া সাহসী ৰাণীগৰাকীৰ নাম কি আছিল?

উত্তৰ : ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।

৮৬) প্ৰশ্ন : কোনটো ঘটনা বিফল হোৱাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ক্ৰিপছ মিছ্ন।

৮৭) প্ৰশ্ন : কোনখন আইনে ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচন বিধি প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯০৯ চনৰ ভাৰতীয় পৰিষদ আইন।

৮৮) প্ৰশ্ন : মহাত্মা গান্ধীৰ কোনবিধ সামগ্ৰী দাণ্ডি যাত্ৰাৰ লগত জড়িত?

উত্তৰ : নিমখ।

Assamese Gk

৮৯) প্ৰশ্ন : মাৰ্গাৰেট এলিজাবেথ ন’বেলক কোনে ‘নিবেদিতা’ আখ্যা দিছিল?

উত্তৰ : স্বামী বিবেকানন্দ।

৯০) প্ৰশ্ন : বৃটিছসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ ওচৰত সাহায্য বিচাৰিছিল?

উত্তৰ : টিপু চুলতান।

৯১) প্ৰশ্ন : তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন?

উত্তৰ : ড° বি আৰ আম্বেদকাৰ।

৯২) প্ৰশ্ন : মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ২ অক্টোবৰ, ১৮৭৯।

৯৩) প্ৰশ্ন : ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল?

উত্তৰ : মহাত্মা গান্ধী।

৯৪) প্ৰশ্ন : ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰে?

উত্তৰ : ১৫ আগষ্ট, ১৯৪৭।

৯৫) প্ৰশ্ন : ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰ : ক্লিমেন্ট এটলী।

৬) প্ৰশ্ন : জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : অসহযোগ আন্দোলন।

৯৭) প্ৰশ্ন : ভাৰতত ‘ৰাজপথ’ নিৰ্মাণৰ সূচনা কৰা প্ৰথম বৃটিছ গৱৰ্ণৰ-জেনেৰেলজনৰ নাম কি?

উত্তৰ : লৰ্ড ডেলহাউচি।

৯৮) প্ৰশ্ন : স্বামী বিবেকানন্দই অংশ গ্ৰহণ কৰা বিশ্ব ধৰ্মৰ প্ৰ্সিদ্ধ সভাখন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : চিকাগোত।

Assamese Gk

৯৯) প্ৰশ্ন : কোন চনত পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল।

উত্তৰ : ১৯৩৬।

Tags-
মধ্যযুগৰ অসমীয়া সমাজ class 8
মধ্যযুগৰ অসমীয়া সমাজ
পাঠ-৩ মধ্যযুগৰ অসমীয়া সমাজ
মধ্যযুগৰ অসম পাঠ ২
মধ্যযুগৰ অসম class 8 lesson 2
মধ্যযুগৰ অসম class 8 question
পাঠ - ১১ মধ্যযুগৰ অসমীয়া সমাজ
মধ্যযুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা
মধ্যযুগৰ অসম
সমল বুলিলে কি বুজা class 7
মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
লিখিত সমল মানে কি
মহম্মদ ঘোৰী
মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন
অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান class 7 lesson 2
সমল বুলিলে কি বুজা
Career assam 360 result
Career assam 360 apply online
pwd assam career
assam govt job recruitment 2023
assam govt job for female
assam career constable
assam career ssc
private jobs in assam
Career assam 360 result login
Career assam 360 result 2020
assam career grade iv
pwd assam career
assam govt job for female
assam govt job recruitment 2023
job assam
assam police
Career assam 360 result login 2020
assam career grade iv
pwd assam career
job assam
assam govt job recruitment 2023
assam police
assam govt job for female
assam career ssc
About Us-CareerAssam360 Provides latest Career Assam 360 news, Jobs in CareerAssam360, North East And All India Govt Jobs Employment Notification . CareerAssam 360 is the leading job portal in Career Assam360.Career Assam 360updates regular all latest Assam Govt jobs 2020, All India Govt jobs like SSC new jobs and notification, UPSC latest jobs, all latest medical jobs, defence latest job, new Army job, Indian Air force jobs, Navy jobs, Coast Guard jobs, latest Engineering jobs 2020, latest teaching jobs 2020, latest Bank job, IBPS latest notification 2020, latest Railway jobs, New Indian Railway job, latest graduate jobs, latest 10+2 job and latest 10th class passed job. We are released all latest State Govt jobs like latest Govt jobs in CareerAssam360, New Govt jobs in Delhi, latest Govt jobs in Haryana, MP Govt jobs, UP Govt jobs, Gujarat Govt jobs, Bihar Govt jobs, Punjab Govt jobs and Maharashtra Govt jobs etc."


Previous Post Next Post