Www.Carrierassam360.blogspot.com ✍️ ১৪৪ বৰ্গফুট =এক লেচা মাটি =১ নল X ১ নল(অৰ্থাৎ ১২ ফুট X ১২ ফুট বা ৬ ফুট X ২৪ ফুট) ✍️ ২০ লেচা= ১ কঠা= ২০ X ১৪৪ = ২৮৮০ বৰ্গফুট, ✍️১০০ লেচা = ৫কঠা= ১ বিঘা=১০০X১৪৪= ১৪৪০০ বৰ্গফুট, ✍️ গতিকে, ১ বিঘা = ১৪৪০০ বৰ্গফুট, ✍️ আকৌ ৪ বিঘা =১ পুৰা =৪ X ১৪৪০০ =৫৭৬০০ বৰ্গফুট, ✍️এক একৰ =ও৩ বিঘা ২.৫ লেচা, ✍️এক হেক্টৰ =১০৭৬৩৯.১০৪২ বৰ্গফুট।
|