মাটিৰ জোখ-মাখ

✍️১২ফুট=১নল


 

Www.Carrierassam360.blogspot.com

✍️ ১৪৪ বৰ্গফুট =এক লেচা মাটি =১ নল X ১ নল

(অৰ্থাৎ ১২ ফুট X ১২ ফুট বা ৬ ফুট X ২৪ ফুট)

✍️ ২০ লেচা= ১ কঠা= ২০ X ১৪৪ = ২৮৮০ বৰ্গফুট,

✍️১০০ লেচা = ৫কঠা= ১ বিঘা=১০০X১৪৪= ১৪৪০০ বৰ্গফুট,

✍️ গতিকে, ১ বিঘা = ১৪৪০০ বৰ্গফুট,

✍️ আকৌ ৪ বিঘা =১ পুৰা =৪ X ১৪৪০০ =৫৭৬০০ বৰ্গফুট,

✍️এক একৰ =ও৩ বিঘা ২.৫ লেচা,

✍️এক হেক্টৰ =১০৭৬৩৯.১০৪২ বৰ্গফুট।

Previous Post Next Post