অসম পুলিচৰ লাগতীয়াল প্ৰশ্নসমূহ

  ছালৰ ৰং কিহৰ উপৰত নিৰ্ভৰ কৰে  মেলালিন ওপৰত।


শেহতীয়াকৈ বিশ্বৰ সবাতোকৈ দীঘল মেট্ৰো লাইন  

Www.Carrierassam360.blogspot.com


ছাংঘাই চহৰত স্থাপন কৰা হৈছে।


প্ৰথম বৌদ্ধিক সংঘ কোনখন নগৰত হৈছে ৰাজগ্রীহ। 


ঝাৰখণ্ড বিহাৰৰ পৰা পৃথক হয় ১৫ নৱেম্বৰ ২০০০ চনত ।


 ৬১ তম  সংশোধনী আইনৰ দ্বাৰা ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ বাবে ভোটাৰৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰি দিয়া হৈছে ।


এছিয়াৰ বৌদ্ধ পোহৰ বুলি কোৱা হয়।


বিশ্বত ১৯৭৪ চনত  প্ৰথম বাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস পালন কৰিছিল ।


বৌদ্ধ চৰিতাখন অশ্বঘোষে ৰচনা কৰিছিল ।


2021 চনত ওড়িশা ৰাজ্য GST সংগ্রহত শীৰ্ষ স্থান দখল কৰিছে ।


এটা ভেকুলীৰ হৃদ্ পিণ্ডত  ৫ টা কোঠালী থাকে।


শেহতীয়াকৈ হিমাচল প্ৰদেশ দেশৰ প্ৰথমখন 'LPG যুক্ত ধোৱা মুক্ত' ৰাজ্যলৈ পৰিণত হৈছে।


লালটি গ্ৰন্থিত পিটলিন পোৱা যায় ।


ভাৰতীয় সংবিধানত মুঠ ২২ টা  অধ্যায় সংযোজন কৰা হৈছিল ।


চীনত ব্ৰহ্মপুত্ৰ নদীক য়াৰলুং চাংবো বুলি কোৱা হয়।


বাংলাদেশলৈ গংগা, মেঘনা,ব্ৰহ্মপুত্ৰ ভাৰতীয় নদী বৈ গৈছে।


ব্ৰহ্মপুত্ৰ ভাৰতীয় নদীক "ৰঙা নদী" বুলি কোৱা হয়।


অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক দিহাং/ চিয়াং বুলি কোৱা হয়।


গোত্ৰ শব্দটো পোন প্ৰথমে ঋক্ বেদ  পৰা লোৱা হৈছে।


 নেফ্ৰন কিডনী লগত জড়িত ।


 (SAI) ৰ স্থাপনা কোন চনত হৈছিল ১৯৮৪ চনত। 


শেহতীয়াকৈ ভাৰতৰ মুম্বাই পানীত চালিত টেক্সী সেৱা আৰম্ভ কৰা হৈছে।


২০১১ চনৰ লোকপিয়লৰ মতে ভাৰতৰ জনসংখ্যা ১২১.০৫ কোটি ।


আৰ্চ শব্দৰ অৰ্থ হল উপমানবিশিষ্ট ।


গায়ত্ৰী মন্ত্ৰ বিশ্বামিত্ৰ ৰচনা কৰিছিল।


সংবিধানৰ প্ৰথম অনুসূচীত  ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ বিৱৰণ উল্লেখ আছে।


চুদাংফাক বামুণী কোঁৱৰ  নামেৰে জনা যায় ।


চাণক্যৰ বাল্য কালৰ নাম বিষ্ণুগুপ্তা আছিল।


আৰ্চসকলৰ প্ৰধান খাদ্য চাউল আৰু মটৰ মাহ  আছিল।


৪৪ তম  সংশোধনী আইনৰ যোগেদি সম্পত্তি অধিকাৰক মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছল।


 ভাৰতৰ মধ্য প্ৰদেশ  ৰাজ্যত বিধান পৰিষদ নাই ।


নন্দ বংশৰ পিছত মৌৰ্য বংশই মাগছাথ ৰাজত্ব কৰিছিল।


ছয়াৰাম চাইনী  সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল।


প্ৰাৰম্ভিকভাৱে ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ আছে।


কপাহৰ পৰা বস্ত্ৰ উৎপাদন কৰা প্ৰথাটো ভাৰত পৰা আৰম্ভ হয়।


ভাৰত বুৰঞ্জীত মহম্মদ বিন টোগলক মহা জ্ঞানী মূৰ্খৰজা বুলি জনা যায় ।


শেষজন মৌৰ্য ৰজাজনৰ নাম বৃহদ্ৰুৎ আছিল ।


 ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনত নীলা ৰঙৰ ২৪ ডাল দণ্ড আছে।


নতুন দিল্লীত আয়োজিত ৪৬ তম GST পৰিষদৰ বৈঠকৰ অধ‍্যক্ষতা নিৰ্মলা সীতা ৰমনে কৰিছে ।


ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনী আইন দ্বাৰা সংবিধানত মৌলিক কৰ্তব্যক সংযোজন কৰা হৈছে।


কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম হ'ল সৌভাগ্য কুণ্ড ।


মহামালিপুৰম স্থাপিত হৈছিল গল্লভ ।


মেগেলানে সামুদ্ৰিক যাত্ৰীয়ে প্ৰমাণ কৰিছিল যে "পৃথিৱী খন ঘূৰণীয়া "।


শেহতীয়াকৈ চন্ডিগড় কল্পনা চাওলা মহাকাশ বিজ্ঞান গৱেষণা কেন্দ্ৰৰ উদঘাটন কৰা হৈছে ।


গুপ্ত সময়ত  পঞ্চৰত্ন ৰচনা হৈছিল।


বড়ো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল ? 


চুদাংফাই চৰগুৱা ৰাজধানী পাতিছিল।


জাপানত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল বোধি সেন।


১২২৮ চনত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল স্বৰ্গদেউ চাওলুং চুকাফা তেওঁ মৃত্যু হয় ১২৬৮ চনত।


কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল।


তৰুণ ৰাম ফুকন প্ৰথমে অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, যিয়ে গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু তেওঁক‘দেশভক্ত’ নামেৰে জনাজাত।


চন্দ্ৰকান্ত সিংহ আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ  আছিল।


১৯৬১ চনত  অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল।


১৮৮২ চনত অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছি।


১৯২১ চনত মহাত্মা গান্ধী অসমলৈ আহিছিল।


বসন্ত দাস‌ অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ আছিল।


মহাত্মা গান্ধীয়ে দাণ্ডি মাৰ্চ সম্পূৰ্ণ কৰিবলৈ 25 দিন সময় লাগিছিল।


দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা মহিলাসকল আছিল সৰোজিনী নাইডু আৰু দুৰ্গা বাই দেশমুখ।


নিমখ সত্যাগ্ৰহ ৬ এপ্ৰিল ১৯৩০ মুকলি কৰা হৈছিল।


মালাবাৰত সত্যাগ্ৰহ কে কেলাপ্পান আৰম্ভ কৰিছিল।


ধাৰাসনত সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব সৰোজিনী নাইডু দিছিল।


Previous Post Next Post