অসম চৰকাৰৰ প্ৰতিযোগিতা মূলক পৰীক্ষা লগত জড়িত প্ৰশ্ন উত্তৰ

১) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি জন হ'ল ভোগেশ্বৰ বৰুৱা ।

 
Www.Carrierassam360.blogspot.com



২) ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ ৫ তম ৰাষ্ট্ৰপতি আছিল।


৩) গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল ১৯৯৯ চনত ।


৪) অসমৰ পৰা প্ৰথম ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল হৰিশংকৰ ব্ৰক্ষ্ম ।


৫) অসমৰ  Lion Man of Assam বুলি জনা যায় ৰাধা গোবিন্দ বৰুৱা ।


৬)সৰ্বানন্দ সোণোৱাল অসমৰ ১৪ তম মুখ্যমন্ত্ৰী।


৭) চৈয়দ আব্দুল মালিকে ১৯৭২ চনত অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।


৮) অসমৰ ৰুদ্ৰ বৰুৱা লুইত কোঁৱৰ বুলিও জনা যায়।


৯)২০১৭ চনত জয়ন্ত মাধৱ বৰাই অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।


১০) চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল বীৰ পালে।


১১) ১৯০৩ চনত Assam Association গঠন হৈছিল।


১২) Assam Association ৰ প্ৰথম সভাপতি আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ।


১৩) এছিয়াৰ প্ৰথম তেল শোধনাগাৰ হ'ল ডিগবৈ ।


১৪)ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল ৯০১ চনত ।


১৫)ডিগবৈ তেল শোধনাগাৰটো অসমৰ তিনিচুকীয়া জিলাত জিলাত অৱস্থিত।


১৬) অসমৰ ডিগবৈ চহৰক তৈলনগৰী হিচাপে জনা যায়।


১৭) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমূৰ ।


১৮) অসমৰ জাতীয় পক্ষী হ'ল দেও হাহঁ ।


১৯) অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ ।


২০)ভট্টদেৱৰ সম্পূৰ্ণ নামটো বৈকুন্ঠ নাথ ভাগৱত ভট্টাচাৰ্য ।


২১) অসমৰ গোৱালপাৰা জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত।


২২) অসমৰ আটাইতকৈ ওখ পৰ্বতমালা হ'ল বৰাইল পৰ্বত ।


২৩) অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?

২ খন ।


২৪) অসমীয়া সাহিত্যত আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোৱঁৰ হিচাপে জনা যায়।


২৫) অসমীয়া সাহিত্যিত ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট বুলি জনা যায়।


২৬) অসমীয়া সাহিত্যত ৰঘুনাথ চৌধাৰী বিহগী কবি বুলি জনা যায।


২৭) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম মোৰ জীৱন সোৱঁৰণ।


২৮) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কদমকলি।


২৯) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম হ'ল পদুম কুৱঁৰী ।


৩০) অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিল শৰৎ চন্দ্ৰ গোস্বামী ।


৩১)চাহৰ বৈজ্ঞানিক নাম হ'ল কেমেলিয়া চিনেচিছ ।


৩২) উত্তৰ-পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ যোৰহাট জিলাৰ টুকলাইত অৱস্থিত ।


৩৩)ভাৰত চৰকাৰে ১৯৮১ চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে।


৩৪) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ৪৩০ বৰ্গ কিঃমিঃ।


৩৫) অসমৰ ৰাজ্যিক ফুল কপৌ ফুল ।


৩৬) উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাৱঁত অৱস্থিত।


৩৭) উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমূখ স্বৰূপ বুলি গুৱাহাটী চহৰক জনা যায়।


৩৮) অসমৰ প্ৰথম বিমান চালক জনৰ নাম হ'ল মহানন্দ দাস।


৩৯) দিছপুৰৰ আগতে অসমৰ ৰাজধানী শ্বিলং আছিল।


৪০) পৃথিৱীৰ ক্ষুদ্ৰতম নদী-দ্বীপটোৰ নাম হ'ল উমানন্দ ।


৪১)'অসমীয়া মহিলাই কাপোৰত সপোন ৰচে' বুলি কৈছিল মহাত্মা গান্ধী ।


৪২) অসমৰ দেৰগাওঁ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে।


৪৩) বড়ো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল।


৪৪) অসমৰ ধুবুৰী  দিয়াচলাইৰ কাৰখানা আছে।


৪৫) কটন কলেজ ১৯০১ চনত স্থাপন কৰা হৈছিল।


৪৬) অসমৰ নামৰূপ সাৰ কাৰখানা আছে।


৪৭) অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় খন তেজপুৰ অৱস্থিত।


৪৮) অসমৰ শিলঘাট মৰাপাটৰ কাৰখানা আছে।


৪৯)'নটসূৰ্য' বুলি ফণী শৰ্মা জনা যায়।


৫০) প্ৰথম অসমীয়া উপন্যাস খনৰ নাম ভানুমতী।

Previous Post Next Post