অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা প্ৰশ্ন উত্তৰ I অসমীয়া চলচ্চিত্ৰৰ ইতিহাস আৰু গতিধাৰা

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ.Assamese GK

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ Assamese GK “অসমৰ সাধাৰণ জ্ঞান” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে Assamese GK বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ.Assamese GK

                                           অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ

১) প্ৰশ্ন : শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথমখন চলচ্চিত্ৰ কোনখন?

উত্তৰ : দো বিঘা জমিন।

২) প্ৰশ্ন : ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন?

উত্তৰ : হৰিশ্চন্দ্ৰ ভাটৱাডেকাৰ।

৩) প্ৰশ্ন : ভাৰতীয় চলচ্চিত্ৰৰ জনক ৰৃপে কাক জনা যায়?

উত্তৰ : দাদা চাহেব ফাল্কে।

৪) প্ৰশ্ন : ভাৰতৰ প্ৰথম টেকনি-কালাৰ চিনেমা কোনখন?

উত্তৰ : ঝান্সী-কি-ৰাণী।

৫) প্ৰশ্ন : হিন্দী বোলছবিৰ তেওঁ আটাইতকৈ জনপ্ৰিয় অভিনেতা। বিবিছিৰ (BBC) মতামত সমীক্ষাৰ (Opinion poll)দ্বাৰা তেওঁক শতিকাৰ যশস্বী তাৰকাৰ (Celebrity star of the Millennium) সন্মান প্ৰদান কৰা হৈছে। তেওঁ কোন?

উত্তৰ : অমিতাভ বচ্চন।

৬) প্ৰশ্ন : ‘গান্ধী’ ছবিখনৰ বাবে কোনজন ভাৰতীয়ই অস্কাৰ বঁটা লাভ কৰিছিল?

উত্তৰ : ভানু আথাইয়া।

৭) প্ৰশ্ন : ভাৰতত নিৰ্মিত প্ৰথম সবাক চলচ্চিত্ৰ কোনখন?

উত্তৰ : কাগজ কে ফুল।

৮) প্ৰশ্ন : ভাৰতত আটাইতকৈ মৰ্যাদাসম্পন্ন চলচ্চিত্ৰ বঁটা কোনটো?

উত্তৰ : দাদা চাহেব ফাল্কে বঁটা।

৯) প্ৰশ্ন : ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমগৰাকী গায়ক কোন?

উত্তৰ : ডব্লিউ এম খান।

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ

১০) প্ৰশ্ন : শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা পোৱা একমাত্ৰ পুৰুষ অভিনেতাগৰাকীৰ নাম কি?

উত্তৰ : (দয়াৰা চলচ্চিত্ৰ্ত কৰা অভিনয়ৰ বাবে) নিৰ্মল পাণ্ডে।

১১) প্ৰশ্ন : বলীউডৰ প্ৰথম চিত্ৰ তাৰকাগৰাকী কোন, যাৰ মমৰ প্ৰতিমূৰ্তি লণ্ডনৰ বিখ্যাত মেডাম টুছাউডছ সংগ্ৰহালয়ত (Madame Tussaud’s Museum) সংৰক্ষিত কৰি থোৱা আছে?

উত্তৰ : অমিতাভ বচ্চন।

১২) প্ৰশ্ন : ‘শ্বোলে’ নামৰ জনপ্ৰিয় হিন্দী চলচ্চিত্ৰখনৰ পৰিচালকৰ নাম কি?

উত্তৰ : ৰমেশ চিপ্পি।

১৩) প্ৰশ্ন : ১৯৬৯ চনত ‘সাত হিন্দুস্তানী’ চলচ্চিত্ৰ খনত আত্মপ্ৰকাশৰ দ্বাৰা অভিনয় জীৱন আৰম্ভ কৰা অভিনেতাজন কোন?

উত্তৰ : অমিতাভ বচ্চন।

১৪) প্ৰশ্ন : সৰ্বপ্ৰথম ভাৰতীয় আলেখ্য চলচ্চিত্ৰ ‘ৰাজা হৰিশ্চন্দ্ৰ’ই কেতিয়া মুক্তি লাভ কৰিছিল?

উত্তৰ : ১৯১৩ চনত।

১৫) প্ৰশ্ন : কোনখন ভাৰতীয় চলচ্চিত্ৰই পোন প্ৰথমে অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছিল?

উত্তৰ : মাদাৰ ইণ্ডিয়া।

১৬) প্ৰশ্ন : ‘ভাৰতৰত্ন বটা’ লাভ কৰা ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ নিৰ্মাতাগৰাকী কোন?

উত্তৰ : সত্যজিৎ ৰায়।

১৭) প্ৰশ্ন : মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্ৰ কি?

উত্তৰ : মেইনে প্যাৰ কিয়া।

১৮) প্ৰশ্ন : ভাৰতত পৰীক্ষামূলকভাৱে কিমান চনত টেলিভিচন প্ৰচাৰ সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ : ১৯৫৯ চনত।

১৯) প্ৰশ্ন : ‘পদ্মশ্ৰী’ বঁটা লাভ কৰা ভাৰতৰ প্ৰথম অভিনেত্ৰীগৰাকী কোন?

উত্তৰ : নাৰ্গিছ দত্ত।

২০) প্ৰশ্ন : প্ৰসিদ্ধ অভিনেতা কামাল হাছান অভিনীত প্ৰথম হিন্দী চলচ্চিত্ৰ্খনৰ নাম কি?

উত্তৰ : এক দুজে কে লিয়ে।

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ

২১) প্ৰশ্ন : মহাৰাষ্ট্ৰৰ বাহিৰে ভাৰতৰ আন কোনখন ৰাজ্যই লতা মংগেশকাৰ বঁটা প্ৰদান কৰে?

উত্তৰ : মধ্য প্ৰদেশ।

২২) প্ৰশ্ন : ভাৰতৰ প্ৰথম চিনেমা হলটোৰ নাম কি?

উত্তৰ : এলফিন্সটন পিকচাৰ পেলেচ(মুম্বাই)।

২৩) প্ৰশ্ন : গায়ক লাকী আলীৰ পিতৃ হিন্দী চলচ্চিত্ৰৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা আছিল। তেওঁৰ নাম কি?

উত্তৰ : মেহেমুদ।

২৪) প্ৰশ্ন : হিন্দী চলচ্চিত্ৰৰ জগতত আভাস কুমাৰ গাংগুলী বুলিলে কোনজন জনপ্ৰিয় গায়কক বুজায়?

উত্তৰ : কিশোৰ কুমাৰ।

২৫) প্ৰশ্ন : ৰাজেশ খান্না অভিনীত প্ৰথম চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ : ৰাজ।

২৬) প্ৰশ্ন : বিখ্যাত সংগীতজ্ঞ নছৰত ফতেহ আলী খানে সংগীত পৰিচালনা কৰা অন্তিম চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ : কচ্চে ধাগে।

২৭) প্ৰশ্ন : প্ৰসিদ্ধ সংগীত শিল্পী উদিত নাৰায়ণে প্ৰথম গীত পৰিৱেশন কৰা চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ : উন্নিছ-বিছ।

২৮) প্ৰশ্ন : অভিনেত্ৰী নাৰ্গিছ দত্তই শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান লাভ কৰা চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ : ৰাত ঔৰ দিন।

২৯) প্ৰশ্ন : ‘মোগাম্বা খুশ হুৱা’ সংলাপটি মিষ্টাৰ ইণ্ডিয়া নামৰ হিন্দী চলচ্চিত্ৰখনৰ এটা জনপ্ৰিয় সংলাপ। উক্ত চলচ্চিত্ৰত এই সংলাপটি কোনজন অভিনেতাই ব্যৱহাৰ কৰিছিল?

উত্তৰ : অমৰীশ পুৰী।

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ

৩০) প্ৰশ্ন : ‘অংকুৰ’ চলচ্চিত্ৰৰ বাবে কোনগৰাকী অভিনেত্ৰীয়ে প্ৰথম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল?

উত্তৰ : শ্বাবানা আজমী।

৩১) প্ৰশ্ন : কোনগৰাকী ভাৰতীয় সংগীত পৰিচালকে ৮১তম অস্কাৰ বঁটা মহোৎসৱত শ্ৰেষ্ঠ সংগীতৰ বাবে অস্কাৰ বঁটা লাভ কৰে?

উত্তৰ : এ আৰ ৰহমান।

৩২) প্ৰশ্ন : এ আৰ ৰহমানে কোনখন চলচ্চিত্ৰত সংগীত পৰিচালনা কৰি ২০০৯ চনত অস্কাৰ বঁটা লাভ কৰে?

উত্তৰ : শ্লামডগ মিলিয়’নেৰী।

৩৩) প্ৰশ্ন : ২০০৯ চনৰ অস্কাৰ বঁটা মহোৎসৱত ডেনিয়েল বয়েলৰ পৰিচালনাত নিৰ্মিত শ্লামডগ মিলিয়’নেৰী ছবিখনে আঠোটা অস্কাৰ বঁটা লাভ কৰিছিল। এই চলচ্চিত্ৰ্খনৰ মূল অভিনেতা কোন আছিল?

উত্তৰ : দেৱ পেটেল।

৩৪) প্ৰশ্ন : ২০০৯ চনৰ আইফা বঁটা বিতৰণী অনুষ্ঠানত নিৰজ পাণ্ডেই শ্ৰেষ্ঠ কাহিনী শিতানত বঁটা লাভ কৰিছিল। তেওঁ কোনখন বোলছবিৰ কাহিনীৰ বাবে এই বঁটা লাভ কৰিছিল?

উত্তৰ : এ ৱেডনেচডে।

৩৫) প্ৰশ্ন : ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ পুৰষ্কাৰটোৰ নাম কি?

উত্তৰ : দাদা চাহেব ফাল্কে বঁটা।

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ

৩৬) প্ৰশ্ন : ৰমেশ চিপ্পিৰ পৰিচালনাত নিৰ্মিত জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ ‘শ্বোলে’ত গব্বৰ সিংৰ অভিনয় কৰা প্ৰখ্যাত অভিনেতাজনৰ নাম কি?

উত্তৰ : আমজাদ খান।

৩৭) প্ৰশ্ন : কোনখন উপন্যাসক আধাৰ হিচাপে লৈ দেৱানন্দ অভিনীত ‘গাইড’ চলচ্চিত্ৰখন নিৰ্মিত হৈছিল?

উত্তৰ : কে আৰ নাৰায়ণনৰ দ্বাৰা ৰচিত গাইড উপন্যাসৰ আধাৰত।

৩৮) প্ৰশ্ন : আমিৰ খানে বলিষ্ঠ অভিনয় কৰা আৰু অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা জনপ্ৰিয় চলচ্চিত্ৰ ‘লগান’ৰ পৰিচালক কোন আছিল?

উত্তৰ : আশুতোষ গোৱাৰিকাৰ।

৩৯) প্ৰশ্ন : অমিতাভ বচ্চন আৰু ৰাণী মুখাৰ্জী অভিনীত বলিউডৰ জনপ্ৰিয় ‘ব্লেক’ চলচ্চিত্ৰ কোনজন ব্যক্তিৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত কাহিনীৰ ওপৰত নিৰ্মিত?

উত্তৰ : হেলেন কিলাৰ।

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ

৪০) প্ৰশ্ন : বিভূতি ভূষণ বেনাৰ্জীৰ দ্বাৰা ৰচিত এখন উপন্যাসৰ আধাৰত ‘পথেৰ পাঁচালী’ নামৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাণ হৈছিল।এই চলচ্চিত্ৰৰ নিৰ্মাতা কোন আছিল?

উত্তৰ : সত্যজিৎ ৰায়।

৪১) প্ৰশ্ন : প্ৰথম ভাৰতীয় চলচ্চিত্ৰখনৰ নাম কি যিখন আন্ত:ৰাষ্ট্ৰীয় দৰ্শকৰ বাবে পুন:নিৰ্মাণ কৰা হয়?

উত্তৰ : মুন্নাভাই এম বি বি এছ।

৪২) প্ৰশ্ন : হিন্দী চলচ্চিত্ৰ জগতৰ কোনজন অভিনেতাক ‘দাদামণি’ নামেৰেও জনা যায়?

উত্তৰ : অশোক কুমাৰ।

৪৩) প্ৰশ্ন : হলিউডৰ কোনখন চলচ্চিত্ৰক হিন্দী ভাষাত ডাবিং কৰা হয়?

উত্তৰ : জুৰাছিক পাৰ্ক।

৪৪) প্ৰশ্ন : বলিউডৰ জনপ্ৰিয় সংগীত পৰিচালক এ আৰ ৰহমানে সংগীত পৰিচালনা কৰা প্ৰথম হিন্দী চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ : ৰোজা।

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ

৪৫) প্ৰশ্ন : ‘সিং ইজ কিং’ ছবিত বলিষ্ঠ অভিনয় কৰি সুনাম অৰ্জন কৰা অভিনেতাজনৰ নাম অক্ষয় কুমাৰ। বলিউডৰ এই জনপ্ৰিয় অভিনেতাজনৰ আচল নাম কি?

উত্তৰ : ৰাজিৱ ভাটিয়া।

৪৬) প্ৰশ্ন : অসমৰ এগৰাকী অভিনেত্ৰীয়ে শেখৰ কাপুৰৰ দ্বাৰা পৰিচালিত বেণ্ডিত কুইন চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল। এই অভিনেত্ৰীগৰাকীৰ নাম কি?

উত্তৰ : সীমা বিশ্বাস।

৪৭) প্ৰশ্ন : “সন্দেছে আতি হ্যায়……….” গীতটো শুনিলেই মনত পৰে জনপ্ৰিয় হিন্দী চিনেমা ব’ৰ্ডাৰ’ৰ নাম। এই জনপ্ৰিয় চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল?

উত্তৰ : জে পি দত্তা।

Tags-
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা pdf
অসমৰ চলচ্চিত্ৰৰ গতিধাৰা
বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ
অসমীয়া চলচ্চিত্ৰ নাম
অসমীয়া চলচ্চিত্ৰৰ ইতিহাস আৰু গতিধাৰা
অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে
অসমীয়া চলচ্চিত্ৰ সমালোচনা
অসমীয়া চিনেমাৰ জনক কোন
অসমীয়া চলচ্চিত্ৰ ৰ গতিধাৰা
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা প্ৰশ্ন উত্তৰ
অসমীয়া চিনেমাৰ ইতিহাস
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা class 12
অসমীয়া চলচ্চিত্ৰ নাম
অসমীয়া চিনেমাৰ জনক কোন
বোলছবি জগতলৈ অসমীয়া ছবিৰ অবদান
বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ
প্ৰথম অসমীয়া বোলছবি নির্মাতা কোন
গীতৰ কুইজ
ভাৰতবৰ্ষৰ প্ৰথম বোলছবি খনৰ নাম কি
প্ৰথম ভাৰতীয় চলচ্চিত্ৰ খনৰ নাম কি
অসমীয়া চলচ্চিত্ৰৰ ইতিহাস আৰু গতিধাৰা
প্ৰথম কথাছবি খনৰ নাম কি
প্ৰথম অসমীয়া কথাছবি খনৰ নাম ভাইটি
প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল
assam career grade iv
pwd assam career
assam govt job
assam govt job for female
assam govt job for female 2023
assam career ssc
private jobs in assam
assam career constable
assam career grade iv
assam career 2023
assam career constable
pwd assam career
assam career ssc
assam govt job
assam govt job for female
private jobs in assam
Career assam 360 result
Career assam 360 apply online
pwd assam career
assam govt job recruitment 2023
assam govt job for female
assam career constable
assam career ssc
private jobs in assam

Previous Post Next Post