অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ.Assamese GK
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ
উত্তৰ : দো বিঘা জমিন।
২) প্ৰশ্ন : ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন?
উত্তৰ : হৰিশ্চন্দ্ৰ ভাটৱাডেকাৰ।
৩) প্ৰশ্ন : ভাৰতীয় চলচ্চিত্ৰৰ জনক ৰৃপে কাক জনা যায়?
উত্তৰ : দাদা চাহেব ফাল্কে।
৪) প্ৰশ্ন : ভাৰতৰ প্ৰথম টেকনি-কালাৰ চিনেমা কোনখন?
উত্তৰ : ঝান্সী-কি-ৰাণী।
৫) প্ৰশ্ন : হিন্দী বোলছবিৰ তেওঁ আটাইতকৈ জনপ্ৰিয় অভিনেতা। বিবিছিৰ (BBC) মতামত সমীক্ষাৰ (Opinion poll)দ্বাৰা তেওঁক শতিকাৰ যশস্বী তাৰকাৰ (Celebrity star of the Millennium) সন্মান প্ৰদান কৰা হৈছে। তেওঁ কোন?
উত্তৰ : অমিতাভ বচ্চন।
৬) প্ৰশ্ন : ‘গান্ধী’ ছবিখনৰ বাবে কোনজন ভাৰতীয়ই অস্কাৰ বঁটা লাভ কৰিছিল?
উত্তৰ : ভানু আথাইয়া।
৭) প্ৰশ্ন : ভাৰতত নিৰ্মিত প্ৰথম সবাক চলচ্চিত্ৰ কোনখন?
উত্তৰ : কাগজ কে ফুল।
৮) প্ৰশ্ন : ভাৰতত আটাইতকৈ মৰ্যাদাসম্পন্ন চলচ্চিত্ৰ বঁটা কোনটো?
উত্তৰ : দাদা চাহেব ফাল্কে বঁটা।
৯) প্ৰশ্ন : ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমগৰাকী গায়ক কোন?
উত্তৰ : ডব্লিউ এম খান।
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ
১০) প্ৰশ্ন : শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা পোৱা একমাত্ৰ পুৰুষ অভিনেতাগৰাকীৰ নাম কি?
উত্তৰ : (দয়াৰা চলচ্চিত্ৰ্ত কৰা অভিনয়ৰ বাবে) নিৰ্মল পাণ্ডে।
১১) প্ৰশ্ন : বলীউডৰ প্ৰথম চিত্ৰ তাৰকাগৰাকী কোন, যাৰ মমৰ প্ৰতিমূৰ্তি লণ্ডনৰ বিখ্যাত মেডাম টুছাউডছ সংগ্ৰহালয়ত (Madame Tussaud’s Museum) সংৰক্ষিত কৰি থোৱা আছে?
উত্তৰ : অমিতাভ বচ্চন।
১২) প্ৰশ্ন : ‘শ্বোলে’ নামৰ জনপ্ৰিয় হিন্দী চলচ্চিত্ৰখনৰ পৰিচালকৰ নাম কি?
উত্তৰ : ৰমেশ চিপ্পি।
১৩) প্ৰশ্ন : ১৯৬৯ চনত ‘সাত হিন্দুস্তানী’ চলচ্চিত্ৰ খনত আত্মপ্ৰকাশৰ দ্বাৰা অভিনয় জীৱন আৰম্ভ কৰা অভিনেতাজন কোন?
উত্তৰ : অমিতাভ বচ্চন।
১৪) প্ৰশ্ন : সৰ্বপ্ৰথম ভাৰতীয় আলেখ্য চলচ্চিত্ৰ ‘ৰাজা হৰিশ্চন্দ্ৰ’ই কেতিয়া মুক্তি লাভ কৰিছিল?
উত্তৰ : ১৯১৩ চনত।
১৫) প্ৰশ্ন : কোনখন ভাৰতীয় চলচ্চিত্ৰই পোন প্ৰথমে অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছিল?
উত্তৰ : মাদাৰ ইণ্ডিয়া।
১৬) প্ৰশ্ন : ‘ভাৰতৰত্ন বটা’ লাভ কৰা ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ নিৰ্মাতাগৰাকী কোন?
উত্তৰ : সত্যজিৎ ৰায়।
১৭) প্ৰশ্ন : মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্ৰ কি?
উত্তৰ : মেইনে প্যাৰ কিয়া।
১৮) প্ৰশ্ন : ভাৰতত পৰীক্ষামূলকভাৱে কিমান চনত টেলিভিচন প্ৰচাৰ সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ : ১৯৫৯ চনত।
১৯) প্ৰশ্ন : ‘পদ্মশ্ৰী’ বঁটা লাভ কৰা ভাৰতৰ প্ৰথম অভিনেত্ৰীগৰাকী কোন?
উত্তৰ : নাৰ্গিছ দত্ত।
২০) প্ৰশ্ন : প্ৰসিদ্ধ অভিনেতা কামাল হাছান অভিনীত প্ৰথম হিন্দী চলচ্চিত্ৰ্খনৰ নাম কি?
উত্তৰ : এক দুজে কে লিয়ে।
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ
২১) প্ৰশ্ন : মহাৰাষ্ট্ৰৰ বাহিৰে ভাৰতৰ আন কোনখন ৰাজ্যই লতা মংগেশকাৰ বঁটা প্ৰদান কৰে?
উত্তৰ : মধ্য প্ৰদেশ।
২২) প্ৰশ্ন : ভাৰতৰ প্ৰথম চিনেমা হলটোৰ নাম কি?
উত্তৰ : এলফিন্সটন পিকচাৰ পেলেচ(মুম্বাই)।
২৩) প্ৰশ্ন : গায়ক লাকী আলীৰ পিতৃ হিন্দী চলচ্চিত্ৰৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা আছিল। তেওঁৰ নাম কি?
উত্তৰ : মেহেমুদ।
২৪) প্ৰশ্ন : হিন্দী চলচ্চিত্ৰৰ জগতত আভাস কুমাৰ গাংগুলী বুলিলে কোনজন জনপ্ৰিয় গায়কক বুজায়?
উত্তৰ : কিশোৰ কুমাৰ।
২৫) প্ৰশ্ন : ৰাজেশ খান্না অভিনীত প্ৰথম চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰ : ৰাজ।
২৬) প্ৰশ্ন : বিখ্যাত সংগীতজ্ঞ নছৰত ফতেহ আলী খানে সংগীত পৰিচালনা কৰা অন্তিম চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰ : কচ্চে ধাগে।
২৭) প্ৰশ্ন : প্ৰসিদ্ধ সংগীত শিল্পী উদিত নাৰায়ণে প্ৰথম গীত পৰিৱেশন কৰা চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰ : উন্নিছ-বিছ।
২৮) প্ৰশ্ন : অভিনেত্ৰী নাৰ্গিছ দত্তই শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান লাভ কৰা চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰ : ৰাত ঔৰ দিন।
২৯) প্ৰশ্ন : ‘মোগাম্বা খুশ হুৱা’ সংলাপটি মিষ্টাৰ ইণ্ডিয়া নামৰ হিন্দী চলচ্চিত্ৰখনৰ এটা জনপ্ৰিয় সংলাপ। উক্ত চলচ্চিত্ৰত এই সংলাপটি কোনজন অভিনেতাই ব্যৱহাৰ কৰিছিল?
উত্তৰ : অমৰীশ পুৰী।
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ
৩০) প্ৰশ্ন : ‘অংকুৰ’ চলচ্চিত্ৰৰ বাবে কোনগৰাকী অভিনেত্ৰীয়ে প্ৰথম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল?
উত্তৰ : শ্বাবানা আজমী।
৩১) প্ৰশ্ন : কোনগৰাকী ভাৰতীয় সংগীত পৰিচালকে ৮১তম অস্কাৰ বঁটা মহোৎসৱত শ্ৰেষ্ঠ সংগীতৰ বাবে অস্কাৰ বঁটা লাভ কৰে?
উত্তৰ : এ আৰ ৰহমান।
৩২) প্ৰশ্ন : এ আৰ ৰহমানে কোনখন চলচ্চিত্ৰত সংগীত পৰিচালনা কৰি ২০০৯ চনত অস্কাৰ বঁটা লাভ কৰে?
উত্তৰ : শ্লামডগ মিলিয়’নেৰী।
৩৩) প্ৰশ্ন : ২০০৯ চনৰ অস্কাৰ বঁটা মহোৎসৱত ডেনিয়েল বয়েলৰ পৰিচালনাত নিৰ্মিত শ্লামডগ মিলিয়’নেৰী ছবিখনে আঠোটা অস্কাৰ বঁটা লাভ কৰিছিল। এই চলচ্চিত্ৰ্খনৰ মূল অভিনেতা কোন আছিল?
উত্তৰ : দেৱ পেটেল।
৩৪) প্ৰশ্ন : ২০০৯ চনৰ আইফা বঁটা বিতৰণী অনুষ্ঠানত নিৰজ পাণ্ডেই শ্ৰেষ্ঠ কাহিনী শিতানত বঁটা লাভ কৰিছিল। তেওঁ কোনখন বোলছবিৰ কাহিনীৰ বাবে এই বঁটা লাভ কৰিছিল?
উত্তৰ : এ ৱেডনেচডে।
৩৫) প্ৰশ্ন : ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ পুৰষ্কাৰটোৰ নাম কি?
উত্তৰ : দাদা চাহেব ফাল্কে বঁটা।
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ
৩৬) প্ৰশ্ন : ৰমেশ চিপ্পিৰ পৰিচালনাত নিৰ্মিত জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ ‘শ্বোলে’ত গব্বৰ সিংৰ অভিনয় কৰা প্ৰখ্যাত অভিনেতাজনৰ নাম কি?
উত্তৰ : আমজাদ খান।
৩৭) প্ৰশ্ন : কোনখন উপন্যাসক আধাৰ হিচাপে লৈ দেৱানন্দ অভিনীত ‘গাইড’ চলচ্চিত্ৰখন নিৰ্মিত হৈছিল?
উত্তৰ : কে আৰ নাৰায়ণনৰ দ্বাৰা ৰচিত গাইড উপন্যাসৰ আধাৰত।
৩৮) প্ৰশ্ন : আমিৰ খানে বলিষ্ঠ অভিনয় কৰা আৰু অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা জনপ্ৰিয় চলচ্চিত্ৰ ‘লগান’ৰ পৰিচালক কোন আছিল?
উত্তৰ : আশুতোষ গোৱাৰিকাৰ।
৩৯) প্ৰশ্ন : অমিতাভ বচ্চন আৰু ৰাণী মুখাৰ্জী অভিনীত বলিউডৰ জনপ্ৰিয় ‘ব্লেক’ চলচ্চিত্ৰ কোনজন ব্যক্তিৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত কাহিনীৰ ওপৰত নিৰ্মিত?
উত্তৰ : হেলেন কিলাৰ।
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ
৪০) প্ৰশ্ন : বিভূতি ভূষণ বেনাৰ্জীৰ দ্বাৰা ৰচিত এখন উপন্যাসৰ আধাৰত ‘পথেৰ পাঁচালী’ নামৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাণ হৈছিল।এই চলচ্চিত্ৰৰ নিৰ্মাতা কোন আছিল?
উত্তৰ : সত্যজিৎ ৰায়।
৪১) প্ৰশ্ন : প্ৰথম ভাৰতীয় চলচ্চিত্ৰখনৰ নাম কি যিখন আন্ত:ৰাষ্ট্ৰীয় দৰ্শকৰ বাবে পুন:নিৰ্মাণ কৰা হয়?
উত্তৰ : মুন্নাভাই এম বি বি এছ।
৪২) প্ৰশ্ন : হিন্দী চলচ্চিত্ৰ জগতৰ কোনজন অভিনেতাক ‘দাদামণি’ নামেৰেও জনা যায়?
উত্তৰ : অশোক কুমাৰ।
৪৩) প্ৰশ্ন : হলিউডৰ কোনখন চলচ্চিত্ৰক হিন্দী ভাষাত ডাবিং কৰা হয়?
উত্তৰ : জুৰাছিক পাৰ্ক।
৪৪) প্ৰশ্ন : বলিউডৰ জনপ্ৰিয় সংগীত পৰিচালক এ আৰ ৰহমানে সংগীত পৰিচালনা কৰা প্ৰথম হিন্দী চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰ : ৰোজা।
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা/ অসমীয়া বােলছবি কুইজ
৪৫) প্ৰশ্ন : ‘সিং ইজ কিং’ ছবিত বলিষ্ঠ অভিনয় কৰি সুনাম অৰ্জন কৰা অভিনেতাজনৰ নাম অক্ষয় কুমাৰ। বলিউডৰ এই জনপ্ৰিয় অভিনেতাজনৰ আচল নাম কি?
উত্তৰ : ৰাজিৱ ভাটিয়া।
৪৬) প্ৰশ্ন : অসমৰ এগৰাকী অভিনেত্ৰীয়ে শেখৰ কাপুৰৰ দ্বাৰা পৰিচালিত বেণ্ডিত কুইন চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল। এই অভিনেত্ৰীগৰাকীৰ নাম কি?
উত্তৰ : সীমা বিশ্বাস।
৪৭) প্ৰশ্ন : “সন্দেছে আতি হ্যায়……….” গীতটো শুনিলেই মনত পৰে জনপ্ৰিয় হিন্দী চিনেমা ব’ৰ্ডাৰ’ৰ নাম। এই জনপ্ৰিয় চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল?
উত্তৰ : জে পি দত্তা।