অসমীয়া সাহিত্যৰ জনক কোন ? অসমীয়া কথা সাহিত্য কাৰ ৰচনা ?

অসমীয়া সাহিত্য কুইজ – অসম সাহিত্য বুৰঞ্জী কুইজ


অসমীয়া সাহিত্য কুইজ – অসম সাহিত্য বুৰঞ্জী কুইজ

অসমীয়া সাহিত্য কুইজ ২০২ – অসম সাহিত্য কুইজ

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই অসমীয়া সাহিত্য বিষয়ক কুইজ ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাহিত্য সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

অসমীয়া সাহিত্য কুইজ









অসমীয়া সাহিত্য কুইজ ২০২ – অসম সাহিত্য কুইজ

১) প্ৰশ্ন : কিৰণ দেশাইৰ দ্বাৰা ৰচিত গ্ৰ্ন্থখন কি?

উত্তৰ : দ্য ইনহেৰিটেঞ্চ অৱ লছ।

২) প্ৰশ্ন : ‘গীত গোবিন্দ’ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰ : জয়দেৱ।

৩) প্ৰশ্ন : হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম কি?

উত্তৰ : ৰামায়ণ।

৪) প্ৰশ্ন : ‘দ্য বাইবেল’ নামৰ ইংৰাজী গ্ৰন্থখন কোনে তামিল ভাষালৈ অনুবাদ কৰিছিল?

উত্তৰ : অৰুমুগানাভালাৰ।

৫) প্ৰশ্ন : গীতাঞ্জলি নামৰ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ।

৬) প্ৰশ্ন : ৰাষ্ট্ৰীয় কবি হিচাপে ভাৰতৰ কোনগৰাকী ব্যক্তিক অভিহিত কৰা হয়?

উত্তৰ : মৈথেলী চৰণ গুপ্ত।

অসমীয়া সাহিত্য কুইজ ২০২ – অসম সাহিত্য কুইজ

৭) প্ৰশ্ন : ‘মাই এক্সপেৰিমেন্ট উইথ ট্ৰুথ’ নামৰ আত্মজীৱনীখন কোনজন প্ৰসিদ্ধ ভাৰতীয় ব্যক্তিৰ?

উত্তৰ : মহাত্মা গান্ধী।

৮) প্ৰশ্ন : ‘A Princess Remember’নামৰ আত্মজীৱনীখন কোনগৰাকী প্ৰসিদ্ধ লেখিকাৰ?

উত্তৰ : মহাৰাণী গায়ত্ৰী দেৱী।

৯) প্ৰশ্ন : মধুশালা গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰ : হৰিবংশ ৰায় বচ্চন।

১০) প্ৰশ্ন : প্ৰসিদ্ধ কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণৰ ককায়েক তথা প্ৰখ্যাত ভাৰতীয় লেখকগৰাকীৰ নাম কি?

উত্তৰ : আৰ কে নাৰায়ণ।

১১) প্ৰশ্ন : ক্ৰিকেট মাই ষ্টাইল নামৰ গ্ৰন্থখন কোনজন ভাৰতীয় ক্ৰিকেটাৰৰ ৰচনা?

উত্তৰ : কপিল দেৱ।

১২) প্ৰশ্ন : বংকিম চন্দ্ৰ চেটাৰ্জী কোন ভাষাৰ বিশিষ্ট লেখক?

উত্তৰ : বঙালী।

১৩) প্ৰশ্ন : The God of Small Things নামৰ গ্ৰন্থখন কোনজন ভাৰতীয়ই ৰচনা কৰিছে?

উত্তৰ : অৰুন্ধতী ৰয়।

১৪) প্ৰশ্ন : অৰ্থশাস্ত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছে?

উত্তৰ : চাণক্য।

অসমীয়া সাহিত্য কুইজ ২০২ – অসম সাহিত্য কুইজ

১৫) প্ৰশ্ন : অজিত তেণ্ডুলকাৰে ভ্ৰাতৃ শচীন তেণ্ডুলকাৰৰ ওপৰত লিখা জীৱনীমূলক গ্ৰন্থখনৰ নাম কি?

উত্তৰ : দ্য মেকিং অৱ এ ক্ৰিকেটাৰ।

১৬) প্ৰশ্ন : হৰ্ষবৰ্ধনৰ ৰাজত্বকালত তেওঁৰ ৰাজ কবিজন এজন সংস্কৃত পণ্ডিত আছিল। যিজনে ৰামচৰিতমানস গ্ৰন্থ ৰচনা কৰিছিল। সেই সংস্কৃত পণ্ডিতজনৰ নাম কি?

উত্তৰ : বাণভট্ট।

১৭) প্ৰশ্ন : ইণ্ডিয়া উইনচ ফ্ৰিডম গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰ : মৌলানা আবুল কালাম আজাদ।

১৮) প্ৰশ্ন : পঞ্চতন্ত্ৰ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰ : বিষ্ণু শৰ্মা।

১৯) প্ৰশ্ন : দ্য ৰেভেনু ষ্টাম্প: এন অট’বায়’গ্ৰাফী’ কোনজন ভাৰতীয় লেখিকাৰ আত্মজীৱনী?

উত্তৰ : অমৃতা প্ৰীতম।

২০) প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলাগৰাকীৰ নাম কি?

উত্তৰ : আশাপূৰ্ণা দেৱী(গ্ৰন্থ : প্ৰথম প্ৰতিশ্ৰুতি, ১৯৭৬ চন)।

২১) প্ৰশ্ন : অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা আৰু পদ্ম শ্ৰী পোৱা একমাত্ৰ ভাৰতীয় খেলক্বৈগৰাকীৰ নাম কি?

উত্তৰ : বাহাদুৰ সিং।

২২) প্ৰশ্ন : দাদা চাহেব ফাল্কে বঁটা কোনটো ক্ষেত্ৰ্ত দিয়া হয়?

অসমীয়া সাহিত্য কুইজ ২০২ – অসম সাহিত্য কুইজ

উত্তৰ :

২৩) প্ৰশ্ন : কোনটো ক্ষেত্ৰ্ত উৎকৃষ্ট পাৰদৰ্শিতাৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়?

উত্তৰ : ক্ৰীড়া।

২৪) প্ৰশ্ন : অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয়জনৰ নাম কি?

উত্তৰ : ভানু আথাইয়া।

২৫) প্ৰশ্ন : ভাৰতৰত্ন বঁটা লাভ কৰা একমাত্ৰ চলচ্চিত্ৰ নিৰ্মাতা কোন?

উত্তৰ : সত্যজিত ৰায়।

২৬) প্ৰশ্ন : জ্ঞানপীঠ বঁটা হৈছে ভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ সন্মান। বৰ্তমানলৈকে কোনটো ভাৰতীয় ভাষাৰ সাহিত্যিকে এই সন্মান সৰ্বাধিক বাৰ লাভ কৰিছে?

উত্তৰ : কানাড়া।

২৭) প্ৰশ্ন : ন’বেল বঁটা লাভ কৰা কোনজন ভাৰতীয়ই প্ৰথমে ভাৰতৰত্ন বঁটা লাভ কৰে?

উত্তৰ : ডা: চি ভি ৰমন।

২৮) প্ৰশ্ন : অসামৰিক দিশত ভাৰতৰ সৰ্ব্বোচ্চ বঁটাটোৰ নাম কি?

উত্তৰ : পৰম বীৰ চক্ৰ।

২৯) প্ৰশ্ন : পদ্মশ্ৰী বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী ভাৰতীয় এথলীটৰ নাম কি?

উত্তৰ : মিলখা সিং।

৩০) প্ৰশ্ন : ভাৰতীয় কলা, সাহিত্য, বিজ্ঞান আৰু ৰাজহুৱা সেৱাৰ ক্ষেত্ৰ্ত উল্লেখনীয় অৱদানৰ বাবে প্ৰদান কৰা ভাৰতৰ সৰ্বোচ্চ বঁটাটোৰ নাম কি?

উত্তৰ : ভাৰত ৰত্ন।

অসমীয়া সাহিত্য কুইজ ২০২ – অসম সাহিত্য কুইজ

৩১) প্ৰশ্ন : ২০০৭ চনত ‘দ্য ইনহেৰিটেঞ্চ অৱ লছ’ গ্ৰন্থৰ বাবে কোনজন ভাৰতীয় লেখিকাই বুকাৰ বঁটা লাভ কৰিছিল?

উত্তৰ : কিৰণ দেশাই।

৩২) প্ৰশ্ন : ক্ৰীড়াৰ সৈতে জড়িত কোন ধৰণৰ ব্যক্তিক দ্ৰোণাচাৰ্য্য বঁটা প্ৰদান কৰা হয়?

উত্তৰ : ক্ৰীড়া প্ৰ্শিক্ষকসকলক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়।

৩৩) প্ৰশ্ন : ২০০৯ বৰ্ষৰ ৰমন মেগছেছে বঁটা লাভ কৰা ভাৰতীয়জনৰ নাম কি?

উত্তৰ : দ্বীপ যোশী।

৩৪) প্ৰশ্ন : ২০০৯ চনৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা কোন তিনিজন ক্ৰীড়াবিদক প্ৰদান কৰা হয়?

উত্তৰ : এম চি মেৰিকম(বক্সিং), বিজেন্দ্ৰ সিং(বক্সিং) আৰু সুশীল কুমাৰ (মল্লযুদ্ধ)।

৩৫) প্ৰশ্ন : সংগীত নাটক অকাডেমীয়ে ২০০৯ চনৰ সংগীত ৰত্ন বঁটা কোনজন যশস্ব ব্যক্তিক প্ৰদান কৰে?

উত্তৰ : ড° ভূপেন হাজৰিকা।

৩৬) প্ৰশ্ন : ভাৰতৰত্ন বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকি মহিলাৰ নাম কি?

উত্তৰ : দেৱিকা ৰাণী।

৩৭) প্ৰশ্ন : ১৯৬৯ চনত পোন প্ৰথম বাৰৰ বাবে দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা প্ৰথম ব্যক্তিগৰাকী কোন?

উত্তৰ : ইন্দিৰা গান্ধী।

অসমীয়া সাহিত্য কুইজ ২০২ – অসম সাহিত্য কুইজ

৩৮) প্ৰশ্ন : মিচ ইউনিভাৰ্চ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয়গৰাকী কোন?

উত্তৰ : সুস্মিতা সেন।

৩৯) প্ৰশ্ন : মিচ ৱৰ্ল্ড খিতাপ লাভ কৰা প্ৰথম ভাৰতীয়গৰাকী কোন?

উত্তৰ : ৰীতা ফাৰিয়া

৪০) প্ৰশ্ন : লেনিন পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয়গৰাকী কোন?

উত্তৰ : চৈফুদ্দিন কিচলু(১৯৫২)।

৪১) প্ৰশ্ন : ন’বেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয়জনৰ নাম কি?

উত্তৰ : ৰবীন্দ্ৰ নাথ ঠাকুৰ(১৯৩১ চন)।

৪২) প্ৰশ্ন : শান্তিৰ ক্ষেত্ৰত ন’বেল বঁটা লাভ কৰা ভাৰতীয়জনৰ নাম কি?

উত্তৰ : মাদাৰ টেৰেছা।

৪৩) প্ৰশ্ন : মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকীৰ নাম কি?

উত্তৰ : আচাৰ্য বিনোৱা ভাৱে(১৯৫৮)।

৪৪) প্ৰশ্ন : অসমৰ কোনজন মুকাভিনয় শিল্পীক ২০১০ বৰ্ষৰ বাবে সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত কৰা হয়?

উত্তৰ : মইনুল হক

অসমীয়া সাহিত্য কুইজ ২০২ – অসম সাহিত্য কুইজ

Tags-
বিশ্ব কুইজ ২০২৩
কুইজ প্ৰশ্ন উত্তৰ 2023
সাধাৰণ জ্ঞান 2023 pdf
কুইজ তৃতীয় শ্ৰেণীৰ
অসমীয়া সাহিত্যৰ কুইজ
খেলৰ কুইজ ২০২৩
ভাৰত কুইজ 2023
অসমীয়া সংস্কৃতিৰ কুইজ
অসমীয়া কুইজ
অসমীয়া কুইজ ২০২2
অসমীয়া সংস্কৃতিৰ কুইজ
অসমীয়া কুইজ ২০২৩
বিহু কুইজ
বিশ্ব কুইজ
শিশু কুইজ
নতুন কুইজ
assam career grade iv
pwd assam career
assam govt job
assam govt job for female
assam govt job for female 2023
assam career ssc
private jobs in assam
assam career constable
assam career grade iv
assam career 2023
assam career constable
pwd assam career
assam career ssc
assam govt job
assam govt job for female
private jobs in assam
Career assam 360 result
Career assam 360 apply online
pwd assam career
assam govt job recruitment 2023
assam govt job for female
assam career constable
assam career ssc
private jobs in assam

About Us:-CareerAssam360 Provides latest Career Assam 360 news, Jobs in CareerAssam360, North East And All India Govt Jobs Employment Notification . CareerAssam 360 is the leading job portal in Career Assam360.Career Assam 360updates regular all latest Assam Govt jobs 2020, All India Govt jobs like SSC new jobs and notification, UPSC latest jobs, all latest medical jobs, defence latest job, new Army job, Indian Air force jobs, Navy jobs, Coast Guard jobs, latest Engineering jobs 2020, latest teaching jobs 2020, latest Bank job, IBPS latest notification 2020, latest Railway jobs, New Indian Railway job, latest graduate jobs, latest 10+2 job and latest 10th class passed job. We are released all latest State Govt jobs like latest Govt jobs in CareerAssam360, New Govt jobs in Delhi, latest Govt jobs in Haryana, MP Govt jobs, UP Govt jobs, Gujarat Govt jobs, Bihar Govt jobs, Punjab Govt jobs and Maharashtra Govt jobs etc.

Previous Post Next Post