ভাৰতৰ ৰাজনীতি কুইজ I অসমৰ ৰাজনীতি কুইজ

৫৩টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ,ভাৰতবৰ্ষৰ ৰাজনীতি,GK. Assamese GK 2023. Assamese General knowledge for Competitive Exams

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ Assamese GK “অসমৰ সাধাৰণ জ্ঞান” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে Assamese GK বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

assamese gk


১) প্ৰশ্ন : ৰাজ্যসভাৰ অধ্যক্ষ কোন?

উত্তৰ : উপ-ৰাষ্ট্ৰপতি।

২) প্ৰশ্ন : ৰাষ্ট্ৰপতিয়ে লোকসভাত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা দলৰ নেতাজনক কি পদত নিযুক্তি দিয়ে?

উত্তৰ : প্ৰধানমন্ত্ৰী।

৩) প্ৰশ্ন : কেবিনেট মন্ত্ৰী পৰিষদ সমূহীয়াকৈ কাৰ ওচৰত দায়ী?

উত্তৰ : লোকসভা।

৪) প্ৰশ্ন : ভাৰতবৰ্ষৰ মহান্যায়বাদীক কোনে নিযুক্তি দিয়ে?

উত্তৰ : ৰাষ্ট্ৰপতি।

Assamese GK

৫) প্ৰশ্ন : ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?

উত্তৰ : ৰাজ্যপাল।

৬) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন?

উত্তৰ : প্ৰধানমন্ত্ৰী।

৭) প্ৰশ্ন : চহৰ এখনৰ কোনটো প্ৰশাসনীয় গোটক স্থানীয়ভাৱে নিৰ্বাচন কৰা হয়?

উত্তৰ : নগৰপালিকা নিগম বা পৌৰ নিগম।

৮) প্ৰশ্ন : ভাৰতত ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন?

উত্তৰ : ৰাজ্যপাল।

৯) প্ৰশ্ন : ভাৰতবৰ্ষৰ সংসদৰ সভা দুখনৰ নাম কি?

উত্তৰ : লোকসভা আৰু ৰাজ্যসভা।

১০) প্ৰশ্ন : লোকসভাৰ নিৰ্বাচনত প্ৰ্তিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হোৱা প্ৰয়োজন?

উত্তৰ : ২৫ বছৰ।

১১) প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে?

উত্তৰ : দুজন সদস্য।

১২) প্ৰশ্ন : লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে?

উত্তৰ : লোকসভাৰ সদস্যসকলে।

১৩) প্ৰশ্ন : কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীসকলক কোনে নিযুক্তি দিয়ে?

উত্তৰ : ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।

Assamese GK

১৪) প্ৰশ্ন : ভাৰতবৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC) ৰ অধ্যক্ষ আৰু সদস্যসকলৰ কাৰ্যকাল কিমান?

উত্তৰ : ৬ বছৰ।

১৫) প্ৰশ্ন : ৰাজ্যসভাৰ সৰ্ব্বোচ্চ সদস্য সংখ্যা কিমান?

উত্তৰ : ২৫০ জন।

১৬) প্ৰশ্ন : লোকসভাৰ সৰ্ব্বোচ্চ সদস্য সংখ্যা কিমান?

উত্তৰ : ৫৫২ জন (সৰ্বাধিক)।

১৭) প্ৰশ্ন : ভাৰতৰ সাধাৰণ নিৰ্বাচন পোনপ্ৰথমে কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৫২ চনত।

১৮) প্ৰশ্ন : ভাৰতত ৰাষ্ট্ৰপতি নতুবা উপ-ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ভাৰতত কোনে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে?

উত্তৰ : উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশে।

১৯) প্ৰশ্ন : ৰাজ্যৰ ৰাজ্যপালৰ মৃত্যু হ’লে বা তেঁও পদত্যাগ কৰিলে, নতুন ৰাজ্যপাল এজনক নিযুক্তি প্ৰদান নকৰালৈকে ৰাজ্যপালৰ দায়িত্ব ভাৰ কোনে পালন কৰে?

উত্তৰ : উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ।

Assamese GK

২০) প্ৰশ্ন : ড° বি আৰ আম্বেদকাৰে ভাৰতীয় সংবিধানৰ কোনটো অধিকাৰক সংবিধানৰ ‘অন্তৰ আত্মা’ আখ্যা দিছিল?

উত্তৰ : সাংবিধানিক প্ৰ্তিকাৰৰ অধিকাৰ।

২১) প্ৰশ্ন : লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : জি ভি মাভালাংকাৰ।

২২) প্ৰশ্ন : ভাৰতত কিমানখন উচ্চ ন্যায়লয় আছে?

উত্তৰ : ২১ খন।

২৩) প্ৰশ্ন : স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল কোন আছিলে?

উত্তৰ : সৰোজিনী নাইডু।

২৪) প্ৰশ্ন : পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় সংবিধান কেতিয়া সংশোধন কৰা হৈছিল?

উত্তৰ : ১৯৫১ চন।

২৫) প্ৰশ্ন : ভাৰতীয় জাতীয় পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত কিমান?

উত্তৰ : ২:৩।

২৬) প্ৰশ্ন : ২৪ নং অনুচ্ছেদে শিশু শ্ৰ্মৰ বাধা দিয়া ক্ষেত্ৰটো কি?

উত্তৰ : বিপদসংকুল উদ্যোগত।

২৭) প্ৰশ্ন : ভাৰতবৰ্ষক কিয় গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়?

উত্তৰ : ৰাষ্ট্ৰৰ মূৰব্বীজনক জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কৰা হয়।

২৮) প্ৰশ্ন : ভাৰতৰ উচ্চতম ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰ : নতুন দিল্লী।

Assamese GK

২৯) প্ৰশ্ন : ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হয়।

উত্তৰ : ২৬ জানুৱাৰী, ১৯৫০ চন।

৩০) প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান?

উত্তৰ : ৫ বছৰ।

৩১) প্ৰশ্ন : ভাৰতৰ জাতীয় পতাকাত থকা অশোক চক্ৰত কিমানডাল দণ্ড আছে?

উত্তৰ : ২৪ ডাল।

৩২) প্ৰশ্ন : স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ : চি ৰাজাগোপালাচাৰী।

৩৩) প্ৰশ্ন : ভাৰতৰ সংবিধানত বৰ্তমান কিমানটা অনুসূচী আছে?

উত্তৰ : ১২ টা।

৩৪) প্ৰশ্ন : ভাৰতত হিন্দীৰ পিছতে সৰ্বাধিক কথিত ভাষাটো কি?

উত্তৰ : তেলেগু।

Assamese GK

৩৫) প্ৰশ্ন : ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ অন্তত কোনখন নতুন ৰাষ্ট্ৰ গঠিত হৈছিল?

উত্তৰ : বাংলাদেশ।

৩৬) প্ৰশ্ন : ভাৰতবৰ্ষত এজন নাগৰিকে কিমান বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে?

উত্তৰ : ১৮ বছৰ।

৩৭) প্ৰশ্ন : ‘ভাৰতীয় সংবিধানৰ পিতৃ’ স্বৰৃপ কাক আখ্যা দিয়া হয়?

উত্তৰ : ড° বি আৰ আম্বেদকাৰ।

৩৮) প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰ্পতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ’ব লাগে?

উত্তৰ : ৩৫ বছৰ।

৩৯) প্ৰশ্ন : এতিয়ালৈ মুঠ কেইটা আঞ্চলিক ভাষাক ভাৰতীয় সংবিধানে স্বীকৃতি প্ৰদান কৰিছে?

উত্তৰ : ২২ টা ভাষা।

৪০) প্ৰশ্ন : কোনখন বিধেয়ক কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰি?

উত্তৰ : বিত্তীয় বিধেয়ক।

Assamese GK

৪১) প্ৰশ্ন : ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে হিন্দীক ভাৰতৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছে?

উত্তৰ : ৩৪৩ নং অনুচ্ছেদ।

৪২) প্ৰশ্ন : ভাৰতৰ সংবিধানে নাগৰিকসকলৰ বাবে কিমানটা মৌলিক অধিকাৰ প্ৰদান কৰিছে?

উত্তৰ : ৬টা।

৪৩) প্ৰশ্ন : কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে কোনো এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰিব পাৰে?

উত্তৰ : ৩৫৬ নং অনুচ্ছেদ।

৪৪) প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান?

উত্তৰ : ৬৫ বছৰ।

৪৫) প্ৰশ্ন : কোনখন উচ্চ ন্যায়ালয়ে সৰ্বাধিক ৰাজ্যত ক্ষেত্ৰাধিকাৰ সাব্যস্ত কৰে?

উত্তৰ : গৌহাটী উচ্চ ন্যায়ালয় (গুৱাহাটী, অসম)।

৪৬) প্ৰশ্ন : ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল ৬ বছৰ?

উত্তৰ : জম্মু আৰু কাশ্মীৰ।

৪৭) প্ৰশ্ন : নিৰ্বাচকমণ্ডলীৰ সংখ্যাৰ ভিত্তিত ভাৰতৰ ক্ষুদ্ৰতম লোকসভা নিৰ্বাচনী সমষ্টি কোনখন?

উত্তৰ : লাক্ষাদ্বীপ।

Assamese GK

৪৮) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ১৯৮২ চনত পোন প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰ’নিক ভোট গ্ৰহণ যন্ত্ৰ (EVM) ব্যৱহাৰ কৰা হৈছিল?

উত্তৰ : কেৰালা ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন।

৪৯) প্ৰশ্ন : ভাৰতৰ পৰিকল্পনা আয়োগৰ সভাপতি কোন?

উত্তৰ : ভাৰতৰ প্ৰধানমন্ত্ৰী।

৫০) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যই লোকসভালৈ সৰ্ব্বাধিক সদস্য নিৰ্বাচিত কৰি পঠিয়ায়?

উত্তৰ : উত্তৰ প্ৰদেশ।

৫১) প্ৰশ্ন : ভাৰতীয় সংবিধানখন সংশোধনৰ দায়িত্ব কাৰ হাতত ন্যস্ত কৰা হৈছে?

উত্তৰ : ভাৰতীয় সংসদক হাতত ন্যস্ত কৰা হৈছে?

৫২) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যই ১৯৫৯ চনত পোন প্ৰথমে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ৰাজস্থান।

৫৩) প্ৰশ্ন : ভাৰতৰ কেৱল এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম কি?

উত্তৰ : দিল্লী।

Read more Assamese GK

Tags-
ভাৰতৰ সাধাৰণ জ্ঞান ২০২২
সাধাৰণ জ্ঞান 2023
ভাৰতৰ ইতিহাস pdf
বিজ্ঞানৰ সাধাৰণ জ্ঞান
ভাৰতৰ বুৰঞ্জী
ভাৰতৰ ইতিহাস Book
ভাৰতৰ ইতিহাস কুইজ
আধুনিক ভাৰতৰ ইতিহাস
সাধাৰণ জ্ঞান 2023 pdf
সাধাৰণ জ্ঞান অসম
ভাৰতৰ সাধাৰণ জ্ঞান
অসমৰ সাধাৰণ জ্ঞান ২০২২
বিজ্ঞানৰ সাধাৰণ জ্ঞান
ভাৰতৰ সাধাৰণ জ্ঞান ২০২২
সাধাৰণ জ্ঞান চতুৰ্থ শ্ৰেণীৰ
কুইজ প্ৰশ্ন উত্তৰ 2023
সাধাৰণ জ্ঞান অসম
অসমৰ সাধাৰণ জ্ঞান ২০২২
কুইজ প্ৰশ্ন উত্তৰ 2023
ভাৰতৰ সাধাৰণ জ্ঞান
সাধাৰণ জ্ঞান চতুৰ্থ শ্ৰেণীৰ
বিজ্ঞানৰ সাধাৰণ জ্ঞান
অসম কুইজ 2023
ভাৰতৰ সাধাৰণ জ্ঞান ২০২২
Career assam 360 result
Career assam 360 apply online
pwd assam career
assam govt job recruitment 2023
assam govt job for female
assam career constable
assam career ssc
private jobs in assam

 About Us-CareerAssam360 Provides latest Career Assam 360 news, Jobs in CareerAssam360, North East And All India Govt Jobs Employment Notification . CareerAssam 360 is the leading job portal in Career Assam360.Career Assam 360updates regular all latest Assam Govt jobs 2020, All India Govt jobs like SSC new jobs and notification, UPSC latest jobs, all latest medical jobs, defence latest job, new Army job, Indian Air force jobs, Navy jobs, Coast Guard jobs, latest Engineering jobs 2020, latest teaching jobs 2020, latest Bank job, IBPS latest notification 2020, latest Railway jobs, New Indian Railway job, latest graduate jobs, latest 10+2 job and latest 10th class passed job. We are released all latest State Govt jobs like latest Govt jobs in CareerAssam360, New Govt jobs in Delhi, latest Govt jobs in Haryana, MP Govt jobs, UP Govt jobs, Gujarat Govt jobs, Bihar Govt jobs, Punjab Govt jobs and Maharashtra Govt jobs etc. 

Previous Post Next Post