ভাৰতত পোন প্ৰথম ৰেল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল? ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল?

অসমৰ সাধাৰণ জ্ঞান-2023 I Assam career

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ Assam career ত “অসমৰ সাধাৰণ জ্ঞান” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ Assam Careerৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।
১): ভাৰতত প্ৰথম ৰেল’পথ কেতিয়া আৰু কোন চহৰৰ মাজত স্থাপন কৰা হৈছিল?
Assam career


উত্তৰ : ১৮৫৩ চনত থানে আৰু মুম্বাইৰ মাজত।

২) প্ৰশ্ন : ভাৰতবৰ্ষত সৰ্বপ্ৰথম টেলিগ্ৰাফ লাইন কেতিয়া আৰু ক’ত মুকলি কৰা হৈছিল?

উত্তৰ : ১৮৫৩ চনত ক’লকাতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত।

৩) প্ৰশ্ন : ২০০৪ চনৰ ২০ ছেপ্তেম্বৰত পোণ প্ৰথমবাৰৰ বাবে শিক্ষাৰ উদ্দেশ্যে আছুতীয়াকৈ স্থাপন কৰা উপগ্ৰহটো অন্ধ্ৰ্প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা হৈছিল। উপগ্ৰ্হটোৰ নাম কি?

উত্তৰ : এডুচেট।

৪) প্ৰশ্ন : ভাৰতবৰ্ষত প্ৰথমটো বস্ত্ৰ উৎপাদন কাৰখানা কেতিয়া আৰু ক’ত আৰম্ভ হৈছিল?

উত্তৰ : ১৮৫৪ চনত মুম্বাইত।

৫) প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰথমটো মৰাপাট কাৰখান কেতিয়া আৰু ক’ত আৰম্ভ হৈছিল?

উত্তৰ : ১৮৫৪ চনত ক’লকাতাত।

৬) প্ৰশ্ন : ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে কোন চনত টেলিফোন সেৱা স্থাপন কৰা হৈছিল।

উত্তৰ : ১৮৮১ চনত

Assam career

৭) প্ৰশ্ন : ভাৰতৰ প্ৰথমটো জলবিদ্যুৎ প্ৰকল্প কেতিয়া আৰু ক’ত স্থাপন কৰা হৈছিল?

উত্তৰ : ১৮৯৭-৯৮ চনত দাৰ্জিলিঙত।

৮) প্ৰশ্ন : ভাৰতবৰ্ষত সম্প্ৰচাৰ কেন্দ্ৰ কেতিয়া আৰু ক’ত মুকলি কৰা হৈছিল?

উত্তৰ : ১৯২৭ চনত মুম্বাইত।

৯) প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১৯৫১ চনত।

১০) প্ৰশ্ন : ভাৰতবৰ্ষত প্ৰথমটো উপগ্ৰহ কেতিয়া উৎক্ষেপন কৰা হৈছিল?

উত্তৰ : ১৯৭৫ চনৰ ১৯ এপ্ৰিলত।

১১) প্ৰশ্ন : প্ৰথমটো ভাৰতীয় টেষ্ট টিউব শিশু কোন?

উত্তৰ : মণি আৰু শ্যামজী চাওলাৰ সন্তান হিচাপে জন্ম গ্ৰহণ কৰা বেবী হৰ্ষ।

১২) প্ৰশ্ন : দেশীয়ভাৱে নিৰ্মিত আৰু উৎক্ষেপিত ভাৰতৰ প্ৰথমটো দূৰ সংবেদী উপগ্ৰহটো কি?

উত্তৰ : আই আৰ এছ-ডি২।

১৩) প্ৰশ্ন : ভাৰতৰ প্ৰথমটো ভূ-স্থৈতিক উপগ্ৰহৰ নাম কি?

Assam career

উত্তৰ : এপ’ল (APPLE)।

১৪) প্ৰশ্ন : ভাৰতত মুদ্ৰিত প্ৰথমখন বাতৰি কাকতৰ নাম কি?

উত্তৰ : বেঙ্গল গেজেট।

১৫) প্ৰশ্ন : ভাৰতত তৈয়াৰ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?

উত্তৰ : আৰ্যভট্ট।

১৬) প্ৰশ্ন : ভাৰতবৰ্ষত কোনে প্ৰথমে ৰে’ল পৰিবহণ ব্যৱস্থাৰ আৰম্ভণি কৰিছিল?

উত্তৰ :লৰ্ড ডেলহাউচি, ১৮৫৩ চনত।

১৭) প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰথমটো ভূ-গৰ্ভস্থ পৰমাণু পৰীক্ষা কোন ঠাইত সম্পন্ন কৰা হৈছিল?

উত্তৰ : পোখৰাণ।

১৮) প্ৰশ্ন : উপগ্ৰহৰ লগত যোগাযোগৰ বাবে পৃথিৱীস্থিত কেন্দ্ৰ ভাৰতৰ ক’ত পোন প্ৰথমতে স্থাপন কৰা হৈছিল?

উত্তৰ : পুনেৰ ওচৰৰ আৰ্ভি।

১৯) প্ৰশ্ন : ভাৰতৰ পাৰমাণৱিক শক্তি আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : ড° হোমী জাহাঙ্গীৰ ভাবা।

Tags-
ভাৰতৰ সাধাৰণ জ্ঞান ২০২২
সাধাৰণ জ্ঞান 2023
ভাৰতৰ ইতিহাস pdf
বিজ্ঞানৰ সাধাৰণ জ্ঞান
ভাৰতৰ বুৰঞ্জী
ভাৰতৰ ইতিহাস Book
ভাৰতৰ ইতিহাস কুইজ
আধুনিক ভাৰতৰ ইতিহাস
সাধাৰণ জ্ঞান 2023 pdf
সাধাৰণ জ্ঞান অসম
ভাৰতৰ সাধাৰণ জ্ঞান
অসমৰ সাধাৰণ জ্ঞান ২০২২
বিজ্ঞানৰ সাধাৰণ জ্ঞান
ভাৰতৰ সাধাৰণ জ্ঞান ২০২২
সাধাৰণ জ্ঞান চতুৰ্থ শ্ৰেণীৰ
কুইজ প্ৰশ্ন উত্তৰ 2023
সাধাৰণ জ্ঞান অসম
অসমৰ সাধাৰণ জ্ঞান ২০২২
কুইজ প্ৰশ্ন উত্তৰ 2023
ভাৰতৰ সাধাৰণ জ্ঞান
সাধাৰণ জ্ঞান চতুৰ্থ শ্ৰেণীৰ
বিজ্ঞানৰ সাধাৰণ জ্ঞান
অসম কুইজ 2023
ভাৰতৰ সাধাৰণ জ্ঞান ২০২২
Career assam 360 result
Career assam 360 apply online
pwd assam career
assam govt job recruitment 2023
assam govt job for female
assam career constable
assam career ssc
private jobs in assam
About Us- CareerAssam360 Provides latest Career Assam 360 news, Jobs in CareerAssam360, North East And All India Govt Jobs Employment Notification . CareerAssam 360 is the leading job portal in Career Assam360.Career Assam 360updates regular all latest Assam Govt jobs 2020, All India Govt jobs like SSC new jobs and notification, UPSC latest jobs, all latest medical jobs, defence latest job, new Army job, Indian Air force jobs, Navy jobs, Coast Guard jobs, latest Engineering jobs 2020, latest teaching jobs 2020, latest Bank job, IBPS latest notification 2020, latest Railway jobs, New Indian Railway job, latest graduate jobs, latest 10+2 job and latest 10th class passed job. We are released all latest State Govt jobs like latest Govt jobs in CareerAssam360, New Govt jobs in Delhi, latest Govt jobs in Haryana, MP Govt jobs, UP Govt jobs, Gujarat Govt jobs, Bihar Govt jobs, Punjab Govt jobs and Maharashtra Govt jobs etc.

Previous Post Next Post