Assamese General Knowledge Assam Career
✍️ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি -- প্ৰতিভা পাটিল।
✍️ ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী -- ইন্দিৰা গান্ধী।
✍️ ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী -- সুচেতা কৃপালিনী।
✍️ ভাৰতৰ প্ৰথম মিছ ওয়াৰ্ল্ড -- ৰীতা ফাৰিয়া।
✍️ ভাৰতৰ প্ৰথম মিছ ইউনিভাৰ্চ-- সুস্মিতা সেন।
✍️ ভাৰতৰ প্ৰথম মিছ এছিয়া পেচিফিক - জিনাত আমন।
✍️ ভাৰতৰ প্ৰথম মিছ ইন্টাৰকন্টিনেন্টাল -- লাৰা দত্ত।
✍️ ভাৰতৰ প্ৰথম মহিলা মিচেছ ওয়াৰ্ল্ড - অদিতি
গোয়িত্ৰিকাৰ।
✍️ ভাৰতৰ প্ৰথম মিছ আৰ্থ -- নিকোলে ফাৰিয়া।
✍️ ভাৰতৰ প্ৰথম মহিলা নোবেল বিজয়ী -- মাদাৰ
টেৰেছা |
✍️ ভাৰতৰ প্ৰথম মহিলা স্নাতক -- চন্দ্ৰমুখী বসু।
✍️ ভাৰতৰ প্ৰথম মহিলা স্নাতক (অনাৰ্স) -- কামিনী ৰায়।
✍️ ভাৰতৰ প্ৰথম মহিলা ট্ৰেন চালক -- সুৰেখা যাদব।
✍️ ভাৰতৰ প্ৰথম মহিলা আইনজীবী -- কৰ্নেলিয়া
সোৰাবজী।
✍️ ভাৰতৰ প্ৰথম মহিলা প্ৰধান বিচাৰপতি (হাইকোৰ্ট) --
লেয়লা চেঠ।
✍️ ভাৰতৰ প্ৰথম মহিলা বিচাৰপতি (সুপ্ৰিম কোৰ্ট) -- এম.
ফতিমা বিবি।
✍️ ভাৰতৰ প্ৰথম ইংলিছ চেনেল জয়ী মহিলা - আৰতি
সাহা
✍️ ভাৰতৰ প্ৰথম মহিলা কেবিনেট মন্ত্ৰী - ৰাজকুমাৰী অমৃতা কৌৰ।
✍️ ভাৰতৰ প্ৰথম মহিলা স্পিকাৰ (লোকসভা) -- মীৰা
কুমাৰ৷
✍️ ভাৰতৰ প্ৰথম এভাৰেষ্ট বিজয়ী মহিলা -- বাচেন্দ্ৰী পাল।
✍️ভাৰতৰ প্ৰথম মহিলা গ্ৰ্যাল্ডমাস্টাৰ (দাবা)-- কোনেৰুহাম্পি।
✍️ ভাৰতৰ প্ৰথম মহিলা অফিচাৰ -- ষ্টশা বসন্তযোশী।
✍️ভাৰতৰ প্ৰথম মহিলা অফিচাৰ -- কিৰন বেদী।
✍️ ভাৰতৰ প্ৰথম মহিলা অলিম্পিক ইভেন্ট ফাইনালিস্ট--পি.টি.উষা৷
✍️ ভাৰতৰ প্ৰথম মহিলা ৰেলমন্ত্ৰী- মমতা বেনা্জী।
✍️ ভাৰতৰ প্ৰথম মহিলা পাইলট (এয়াৰ ফোৰ্স) -- হকিতাকৌৰ দেওল।
✍️ ভাৰতৰ প্ৰথম এছিয়ান গেমছ স্বৰ্ণ পদক বিজয়ীমহিলা -- কমলজিৎ সাধু।