General knowledge for India History in Assamese ভাৰতৰ ইতিহাসৰ ওপৰত বিশেষ কিছুমান প্ৰশ্ন উত্তৰ অসমীয়াত

ভাৰতৰ ইতিহাসৰ ওপৰত  বিশেষ কিছুমান প্ৰশ্ন উত্তৰ অসমীয়াত

1. তলৰ কোনবিধ দাণ্ডি যাত্ৰাৰ লগত জড়িত?
(ক) পানী
(খ) নিমখ
(গ) চেনি
(ঘ) গাখীৰ
Ans: (খ) নিমখ

2.ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন?
(ক) ৰাণী লক্ষ্মীবাই
(খ) ৰেজিয়া চুলতানা
(গ) জীজা বাঈ
(ঘ) ছান্দবিবি
Ans:(খ) ৰেজিয়া চুলতানা

3.‘চিপাহী বিদ্ৰোহ’ৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তি গৰাকী কোন?
ক) ভগৎ সিং
(খ) মঙ্গল পাণ্ডে
(গ) ক্ষুদিৰাম বসু
(ঘ) সুখৰাম
Ans:(খ) মঙ্গল পাণ্ডে

4. কনিষ্ক_বংশৰ এজন শ্রেষ্ঠ ৰজা আছিল।
(ক) চোলা
(খ) চালুক্য
(গ) কুশান
(ঘ) পল্লৱ
Ans:(গ) কুশান

5.শ্বেৰ শ্বাহ চুৰীৰ দুৰ্গ ক’ত অৱস্থিত ? 
(ক) আগ্রা
(খ) সহশ্রম
(গ) লাহোৰ
(ঘ) ৰোহতাছ
Ans: (খ) সহশ্রম

6. গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল?
(ক) লুম্বিনী
(খ) সাৰনাথ
(গ) গয়া
(ঘ) কপিলাবস্তু
Ans:(ক) লুম্বিনী

7. ছাহজাহানে তলৰ কোনটো সাজিছিল? 
(ক) শালিমাৰ বাগিছা 
(খ) মতি মছজিদ
(গ) হজ খাছ
(ঘ) তাজমহল
Ans:(ঘ) তাজমহল

8.কোনগৰাকী মোগল সম্রাটে তাজমহল সাজিছিল ?
(ক) ঔৰংজেৱ
(খ) আকবৰ
(গ) ছাহজাহান
(ঘ) হুমায়ুন
Ans:(গ) ছাহজাহান

9. জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক’ত হৈছিল?
(ক) অমৃতসৰ
(খ) নাগপুৰ
(গ) চণ্ডীগড়
(ঘ) কলিকতা
Ans:(ক) অমৃতসৰ

১০। তলৰ কোনজন মগধৰ শাসক বুদ্ধৰ সমসাময়িক আছিল? 
(ক) চন্দ্রগুপ্ত মৌৰ্য্য 
(খ) অজাত শত্রু
(গ) বীম্বিসাৰ
(ঘ) মহাপদ্ম নন্দ
Ans:(গ) বীম্বিসাৰ

১১। প্রাচীন মুদ্রাত বীণ বজোৱা অৱস্থা দেখুৱাই মুদ্রিত কৰা হিন্দু ৰজাজনৰ নাম কি?
(ক) শিৱাজী 
(খ) বিক্রমাদিত্য 
(গ) সমুদ্র গুপ্ত 
(ঘ) অশোক 
Ans:(গ) সমুদ্র গুপ্ত

১২। হিটলাৰ কেতিয়া জাৰ্মানীৰ উপদেষ্টা (Chancellor) হৈছিল? 
(ক) ১৯২৪ খ্রীষ্টাব্দ 
(খ) ১৯৩৩ খ্রীষ্টাব্দ 
(গ) ১৯৩৯ খ্রীষ্টাব্দ 
(ঘ) ১৯৪৫ খ্রীষ্টাব্দ
Ans:(খ) ১৯৩৩ খ্রীষ্টাব্দ

১৩। ৰাজস্থানৰ আজমীৰত অৱস্থিত ‘তাৰাগড় দুৰ্গ’ কোনে নির্মাণ কৰিছিল?
(ক) ৰজা চৱাই মানসিঙে 
(খ) ৰাণা উদয় সিঙে
(গ) জাহাঙ্গীৰে
(ঘ) আকবৰে
Ans:(ঘ) আকবৰে

১৪। তলত দিয়াবোৰৰ ভিতৰত কোনগৰাকী অশোকৰ জীয়েক হয়?
(ক) সংঘমিত্রা
(খ) চাৰুলতা
(গ) সম্প্রীতি
(ঘ) কান্নাগী
Ans:(ক) সংঘমিত্রা

১৫। তলত দিয়াবোৰৰ ভিতৰত কোনজন মহাবীৰ আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা আছিল?
(ক) চন্দ্রগুপ্ত মৌর্য্য 
(খ) অশোক
(গ) বিক্রমাদিত্য
(ঘ) অজাত শত্রু
Ans:(খ) অশোক

১৬। পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি কোন?
(ক) মেগেলান
(খ) ভাস্কো-ডা গামা
(গ) আমুণ্ডছেন
(ঘ) মিহিৰ সেন
Ans:(ক) মেগেলান

১৭। মহেঞ্জোদাৰো আৰু হৰাপ্পা সভ্য়তা ক’ত অৱস্থিত? 
(ক) আফগানিস্তান 
(খ) পাকিস্তান
(গ) ভাৰত
(ঘ) বাংলাদেশ
Ans:(খ) পাকিস্তান

১৮। জৈন ধৰ্মৰ ২৪তম তীর্থাংকৰৰ নাম কি?
(ক) নেমিনাথ
(খ) পৰসনাথ
(গ) মহাবীৰ
(ঘ) ঋষভদেৱ
Ans:(গ) মহাবীৰ

১৯। পুৰণি কালত দিল্লী কি নামেৰে জনা গৈছিল ?
(ক) গয়া
(খ) ইন্দ্ৰপ্ৰস্থ
(গ) অযোধ্যা
(ঘ) পাটলিপুত্র
Ans:(খ) ইন্দ্ৰপ্ৰস্থ

২০। ‘ভাৰতৰ নেপোলিয়ন’ বুলি কাক কোৱা হয়?
(ক) চন্দ্রগুপ্ত ২য়
(খ) স্কণ্ড গুপ্ত
(গ) প্রথম চন্দ্রগুপ্ত
(ঘ) সমুদ্র গুপ্ত
Ans:(ঘ) সমুদ্র গুপ্ত

২১। ১৫২৬ চনৰ পানিপথৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
(ক) বাবৰ আৰু ইব্রাহিম লোডীৰ মাজত
(খ) বাবৰ আৰু ৰাণা প্রতাপ সিংহৰ মাজত 
(গ) বাবৰ আৰু শ্বেৰশ্বাহৰ মাজত
(ঘ) বাবৰ আৰু মাহমুদ লোডীৰ মাজত
Ans:(ক) বাবৰ আৰু ইব্রাহিম লোডীৰ মাজত

২২। তলৰ কোনখন গ্ৰন্থ কাশ্মীৰ বুৰঞ্জীৰ তথ্য সম্বলিত উৎস
(ক) মামুদ গমীৰ ‘লাইলা মজনু’
(খ) কলহনৰ ‘ৰাজতৰঙ্গিনী’ 
(গ) বাণভট্টৰ ‘কাদম্বৰী’
(ঘ) কালিদাসৰ ‘অভিজ্ঞান শকুন্তলা’
Ans:(খ) কলহনৰ ‘ৰাজতৰঙ্গিনী’ 

২৩। ‘মগধ’ নামৰ ঠাইখিনি কোন ৰাজ্যত অৱস্থিত?
(ক) বিহাৰ
(খ) মধ্য প্রদেশ
(গ) পশ্চিম বংগ
(ঘ) উত্তৰ প্ৰদেশ
Ans:(ক) বিহাৰ

২৪। ১৩০৩ খ্রীষ্টাব্দত আলাউদ্দিন খিল্‌জিয়ে চিতোৰ আক্ৰমণ কৰি জয় কৰাৰ সময়ত তাত কোনে শাসন কৰিছিল ?
(ক) ৰাণা সংগ
(খ) ৰাণা কুম্ভ
(গ) ৰাণা ৰতন সিং
(ঘ) ৰাণা হামিৰ
Ans:(গ) ৰাণা ৰতন সিং

২৫। দিল্লীৰ কুতুব মিনাৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল ?
(ক) কুতুবুদ্দিন আইবাক 
(খ) মহম্মদ ঘোৰী
(গ) ইলতুৎমিচ
(ঘ) এটাও নহয়
Ans:(ক) কুতুবুদ্দিন আইবাক

২৬৷ পুৰুৱে আলেকজেণ্ডাৰক আক্রমণ কৰাৰ কাৰণ? 
(ক) তেওঁৰ সাম্ৰাজ্য হ্ৰাস কৰিবলৈ 
(খ) বন্ধুত্ব জয় কৰিবলৈ 
(গ) তেওঁৰ সম্পত্তি ডকাইতি কৰিবলৈ 
(ঘ) তেওঁৰ সাম্ৰাজ্য জয় কৰিবলৈ
Ans:(গ) তেওঁৰ সম্পত্তি ডকাইতি কৰিবলৈ

২৭। ___ৰ শাসন কালত তুলসীদাসে ৰামচৰিৰ্তমানস ৰচনা কৰিছিল? 
(ক) কৃষ্ণদেৱ ৰায় 
(খ) ৰাম ৰায়
(গ) জাহাংগীৰ 
(ঘ) আকবৰ 
Ans: (ঘ) আকবৰ

২৮। পুৰণি ভাৰতৰ কোনগৰাকী সম্ৰাটৰ ৰাজত্বকালৰ সময়ছোৱাক ‘সোণালী যুগ’ আখ্যা দিয়া হয়?
(ক) হুমায়ুন
(খ) ছাহজাহান
(গ) আকবৰ
(ঘ) দ্বিতীয় চন্দ্রগুপ্ত
Ans:(ঘ) দ্বিতীয় চন্দ্রগুপ্ত


২৯। দিল্লীৰ টোগলক বংশৰ শেষৰজন চুলতান কোন আছিল? 
(ক) ফিৰোজ শ্বাহ টোগলক
(খ) দ্বিতীয় গিয়াছুদ্দিন টোগলক শ্বাহ
(গ) নাছিৰুদ্দিন মাহমুদ
(ঘ) নুছ্‌ট শ্বাহ
Ans:(গ) নাছিৰুদ্দিন মাহমুদ

৩০। টাইমূৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?
(ক) ১৩৯৮ চনত
(খ) ১২৮৮ চনত
(গ) ১১৯৮ চনত
(ঘ) এটাও নহয়
Ans:(ক) ১৩৯৮ চনত

৩১। গজনীৰ চুলতানে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল?
(ক) ১৫ বাৰ
(খ) ১৬ বাৰ
(গ) ১৮ বাৰ
(ঘ) ১৭ বাৰ
Ans:(ঘ) ১৭ বাৰ

৩২। ‘সীমান্ত গান্ধী’ৰূপে খ্যাত ব্যক্তিগৰাকী কোন?
(ক) খান আব্দুল গফৰ খান
(খ) মহম্মদ ইকবাল
(গ) মৌলানা আব্দুল কালাম
(ঘ) মহম্মদ আলী জিন্না
Ans:(ক) খান আব্দুল গফৰ খান

৩৩। সিন্ধু সভ্যতা’ৰ সময়ত সিন্ধু উপত্যকাৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল? 
(ক) চিকাৰ
(খ) বাণিজ্য
(গ) পশুপালন
(ঘ) কৃষি
Ans:(ঘ) কৃষি

৩৪। কোনগৰাকী মোগল সম্রাটে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল?
(ক) আকবৰ
(খ) জাহাংগীৰ
(গ) ঔৰংজেৱ
(ঘ) ছাহজাহান
Ans:(গ) ঔৰংজেৱ

৩৫। কিমান চনত ভাৰতবৰ্ষত ‘স্কাউট আৰু গাইড’ বাহিনী গঠন কৰা হৈছিল?
(ক) ১৯৫০ চনত
(খ) ১৯৫১ চনত
(গ) ১৯৪৭ চনত
(ঘ) ১৯৪৯ চনত
Ans:(ক) ১৯৫০ চনত

৩৬। ভাৰতত ‘হোম-ৰুল-লীগ’ কোনে আৰম্ভ কৰিছিল?
 (ক) এনী বেচান্ত আৰু বাল গংগাধৰ তিলক
(খ) এছ. এন. বেনাৰ্জী আৰু ডব্লিউ. চি. বেনাৰ্জী 
(গ) মহাত্মা গান্ধী আৰু মতিলাল নেহৰু
(ঘ) এনী বেচান্ত আৰু গোখলে
Ans:(ক) এনী বেচান্ত আৰু বাল গংগাধৰ তিলক

৩৭। কোন বংশৰ ৰজাসকলক ‘দেৱতাৰ পুত্ৰ’ হিচাপে আখ্যা দিয়া হয়?
(ক) কুশান
(খ) শক
(গ) চোলা
(ঘ) মৌর্য্য
Ans:(ক) কুশান

৩৮। ‘লিবাৰ্টেৰ অৱ দা প্ৰেছ’ হিচাপে খ্যাত ব্যক্তিগৰাকী কোন? 
(ক) মেট্‌কাফে 
(খ) হেষ্টিঙছ 
(গ) মেকলে 
(ঘ) বেণ্টিংক
Ans:(ক) মেট্‌কাফে 

৩৯।__ৰ শাসন কালত মোগল চিত্রকলাই শীর্ষ পৰ্য্যায়ত উপনীত হৈছিল।
(ক) বাবৰ
(খ) আকবৰ
(গ) জাহাংগীৰ
(ঘ) ছাহজাহান
Ans:(গ) জাহাংগীৰ

৪০।’টালিকট’ৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? 
(ক) মাৰাঠা আৰু বৃটিছ 
(খ) মোগল আৰু শ্বেৰশ্বাহ চুৰী 
(গ) বৃটিছ আৰু ফ্ৰান্স 
(ঘ) বিজাপুৰ, বিদৰ, আহমদনগৰ, গোলকুণ্ডা আৰু বিজয়নগৰৰ মিত্র-গোষ্ঠী।
Ans:(গ) বৃটিছ আৰু ফ্ৰান্স

৪১। তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? 
(ক) মহম্মদ ঘোৰী আৰু ৰাণা প্রতাপ সিংহৰ মাজত 
(খ) ৰাণা প্রতাপ আৰু পৃথ্বিৰাজ চৌহানৰ মাজত 
(গ) মীৰ কাছিম আৰু পৃথ্বিৰাজ চৌহানৰ মাজত 
(ঘ) মহম্মদ ঘোৰী আৰু পৃথ্বিৰাজ চৌহানৰ মাজত 
Ans:(ঘ) মহম্মদ ঘোৰী আৰু পৃথ্বিৰাজ চৌহানৰ মাজত

৪২। আগ্ৰাৰ লালকিল্লা নিৰ্মাণৰ কৃতিত্বৰ স্বীকৃতি কাক দিয়া হয়? 
(ক) ছিকন্দৰ লোডী 
(খ) আকবৰ 
(গ) জাহাংগীৰ 
(ঘ) ছাহজাহান
Ans:(খ) আকবৰ

৪৩।___ৰ শাসন কালত শিৱাজীয়ে মাৰাঠা ৰাজ্য প্রতিষ্ঠা কৰিছিল।
(ক) বাবৰ
(খ) আকবৰ
(গ) ছাহজাহান
(ঘ) ঔৰংজেৱ
Ans:(ঘ) ঔৰংজেৱ

৪৪। মোগল ৰাজদৰবাৰত প্ৰচলিত ভাষা কোনটো? 
(ক) আৰৱী 
(খ) পাৰ্চী
(গ) উর্দু 
(ঘ) সংস্কৃত 
Ans:(খ) পাৰ্চী

৪৫। কোনগৰাকী ভাৰতীয় মুক্তি যোদ্ধাৰ জন্মদিনটো ২৩ জানুৱাৰী তাৰিখে পালন কৰা হয়? 
(ক) নেতাজী সুভাষ চন্দ্র বসু 
(খ) উমেশ চন্দ্র বেনার্জী 
(গ) আবুল কালাম আজাদ 
(ঘ) সুৰেন্দ্ৰ নাথ বেনার্জী
Ans:(ক) নেতাজী সুভাষ চন্দ্র বসু

৪৬। অশোকে কেতিয়া কলিংগ বিজয় কৰিছিল? 
(ক) ২৫৮ খ্ৰীঃ পূঃ 
(খ) ২৬১ খ্রীঃপূঃ 
(গ) ২৬৫ খ্রীঃ পূঃ 
(ঘ) ২৬৯ খ্রীঃ পূঃ 
Ans:(ক) ২৫৮ খ্ৰীঃ পূঃ

৪৭। কোন গৰাকী ভাৰতীয় শাসকৰ পিতা-পুত্ৰৰ নাম একেই আছিল
(ক) ইন্দ্ৰজিৎ গুপ্ত 
(খ) চন্দ্রগুপ্ত 
(গ) সমুদ্রগুপ্ত 
(ঘ) এটাও নহয় 
Ans:(গ) সমুদ্রগুপ্ত 

৪৮। আকবৰৰ সাম্ৰাজ্য বিস্তাৰৰ তিনিটা কাৰণৰ দুটা হ’ল যুদ্ধ আৰু সন্ধি। তৃতীয়টো কি?
(ক) বন্ধুত্ব
(খ) ব্যৱসায়  
(গ) বিবাহ 
(ঘ) ধৰ্মৰ সম্প্ৰসাৰণ 
Ans:(গ) বিবাহ 

৪৯। মার্গাৰেট এলিজাবেথ ন’বেলক কোনে ‘নিবেদিতা’ আখ্যা দিছিল? 
(ক) মহাত্মা গান্ধী
(খ) স্বামী বিবেকানন্দ  
(গ) জৱাহৰলাল নেহৰু 
(ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ 
Ans:(খ) স্বামী বিবেকানন্দ

৫০। ভাস্কো ডা-গামাই প্রথম পৰিভ্ৰমণ কৰা ভাৰতৰ চহৰখনৰ নাম কি?
(ক) ব’ম্বে (বৰ্তমানৰ মুম্বাই) 
(খ) কালিকট (বৰ্তমানৰ ক’জিকোড়) 
(গ) কলিকতা (বর্তমানৰ ক’লকাতা) 
(ঘ) মাদ্রাজ (বৰ্তমানৰ চেন্নাই) 
Ans:(খ) কালিকট (বৰ্তমানৰ ক’জিকোড়) 

৫১। বৃটিছসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ ওচৰত সাহায্য বিচাৰিছিল ?
(ক) ঝান্সীৰ ৰাণী 
(খ) জয় সিংহ 
(গ) শিৱাজী 
(ঘ) টিপু চুলতান
Ans:(ঘ) টিপু চুলতান

৫২। কোনবিধ সামগ্ৰীৰ আৱিষ্কাৰে প্ৰাক্-ঐতিহাসিক যুগৰ অৱসান সূচায় ?
(ক) কাগজ
(খ) লিখন সঁজুলি
(গ) ছপাশাল
Previous Post Next Post