মহাকাশ অভিযানৰ লগত জড়িত গুৰুত্বপূৰ্ণ প্ৰশ্নঃ
A, মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি : য়ুৰি গাগাৰিন।
B, মহাকাশলৈ উপগ্ৰহ প্ৰেৰণ কৰা প্ৰথমখন দেশ : ৰাছিয়া
C, মহাকাশলৈ যোৱা প্ৰথম মহাকাশ কুকুৰ : লাইকা
D, মহাকাশলৈ যোৱা প্ৰথম মহিলা
: ভেলেণ্টিনা টেৰেছকোভা।
E, মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় : ৰাকেশ শৰ্মা
F, চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি : নীল আৰ্মষ্ট্ৰং
G, মানুহক চন্দ্ৰলৈ পঠোৱা প্ৰথম দেশ : আমেৰিকা যুক্তৰাষ্ট্ৰ
H, মঙ্গলগ্ৰহত চালকবিহীন মহাকাশযান প্ৰেৰণ কৰা প্ৰথম খন দেশ : আমেৰিকা যুক্তৰাষ্ট্ৰ
I, ভাৰতৰ প্ৰথম চালকবিহীন বিমান : লক্ষ্য
J, চন্দ্ৰক প্ৰদক্ষিণ কৰা প্ৰথম মহাকাশযান : লুনা-১০
K, মঙ্গল গ্ৰহত অৱতৰণ কৰা প্ৰথম মহাকাশযান : ভাইকিং-1
L, চন্দ্ৰত অৱতৰণ কৰা প্ৰথম চালকৰ সৈতে মহাকাশযান : ঈগল
M, চন্দ্ৰলৈ মানুহ প্ৰদান কৰা বাহন : এপোলো-11
N, মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম স্পেচ শ্বাটল: কলম্বিয়া
O, আটাইতকৈ পুৰণি মহাকাশচাৰী : কাৰ্ল জি হানিজে
P, কনিষ্ঠতম মহাকাশচাৰী : গেৰেমান টিটব
Q, মহাকাশলৈ যোৱা প্ৰথম শিক্ষক: শ্বেৰিন ক্ৰিষ্টা মেকলিফ (আমেৰিকা যুক্তৰাষ্ট্ৰ)
R, মহাকাশলৈ যোৱা প্ৰথম আমেৰিকান মহিলা : চেলী ৰাইড
S, মহাকাশত ঘূৰি ফুৰা প্ৰথম মহিলা: শ্বেতলানা চেভিটাস্কায়া
T, প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী : কল্পনা চাওলা
U, দুবাৰ মহাকাশলৈ যোৱা প্ৰথম যাত্ৰীঃ কৰ্ণেল ভ্লাদিমিৰ কোমাৰোভ
V, মহাকাশযানৰ পৰা প্ৰস্থান কৰা প্ৰথম ব্যক্তি: এলেক্সি লিওনভ