ভাৰতৰ তথা পৃথিৱীৰ বিভিন্ন ঠাইত আৰু অঞ্চলত ভাষা সাহিত্য ৰ ওপৰত অসমীয়াত কুইজ (ASSAMESE GK IN ASSAMESE LANGUAGE)

ভাৰতৰ তথা পৃথিৱীৰ বিভিন্ন ঠাইত আৰু অঞ্চলত ভাষা সাহিত্য ৰ ওপৰত  অসমীয়াত কুইজ  (ASSAMESE GK IN ASSAMESE LANGUAGE)


১। 'ব্ৰহ্ম সিদ্ধান্ত' গ্ৰন্থৰ প্ৰণেতা কোন ?

উত্তৰ = ব্ৰহ্মগুপ্ত ।


২। 'সেতুবন্ধ' কাব্যখনৰ ৰচক তোন ?

উত্তৰ = কালিদাস যুগৰ সমসাময়িক কবি 'প্ৰবৰসেন' ।


৩। 'নাম-ঘোষা' কোনে ৰচনা কৰিছিল ?

উত্তৰ = শ্ৰীমন্ত মাধৱদেৱে ।


৪। আকবৰৰ ৰাজত্বকালৰ বিৱৰণ থকা তথা আকবৰৰ সময়ৰ গ্ৰন্থ 'আইন-ই আকবৰী' গ্ৰন্থৰ ৰচয়িতা কোন ?

উত্তৰ = আবুল ফজল ।


৫। বিখ্যাত হিন্দী সাহিত্য কবি মুন্সী প্ৰেমচান্দৰ প্ৰকৃত নাম কি ?

উত্তৰ = ধনপত্ৰী শ্ৰীবাস্তৱ ।


৬। 'চাৰিবেদ' কি কি ?

উত্তৰ = ঋক্, সাম, যজুৰ আৰু অথৰ্ব বেদ ।


৭। 'সিদ্ধান্ত শিৰোমণি' গ্ৰন্থৰ প্ৰণেতা কোন ?

উত্তৰ = দ্বাদশ শতিকাৰ ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ 'দ্বিতীয় ভাস্কচাৰ্য' ।


৮। বিশ্বৰ দীৰ্ঘতম মহাকাব্য 'মহাভাৰত 'ৰ গ্ৰন্থকাৰ কোন ?

উত্তৰ = মহৰ্ষি বেদব্যাস ।


৯। 'কামায়নী' গ্ৰন্থখন কাৰ ?

উত্তৰ = জয়শংকৰ প্ৰসাদৰ ।


১০। গীতা, ভাগৱত, পুৰাণ আদিৰ সাৰভাগেৰে ৰচনা কৰা শ্ৰীমন্ত শংকৰদেৱৰ কাব্য-প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি ?

উত্তৰ = কীৰ্ত্তন-ঘোষা ।


১১। মহাভাৰতৰ বনপৰ্বৰ নল-দময়ন্তী আখ্যানৰ আধাৰত ৰচিত, বাইশটা সৰ্গত বিভক্ত সংস্কৃত সাহিত্যৰ সুবৃহৎ কাব্য 'নৈষিধ চৰিত্ৰম্' কাব্যখনৰ ৰচক কোন ?

উত্তৰ = 'শ্ৰীহৰ্ষ' ।


১২। ভৰত মুনিৰদ্বাৰা ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি ?

উত্তৰ = নাট্যশাস্ত্ৰ ।


১৩। 'ৰাজস্থানৰ ইতিহাস' নমাৰ গ্ৰন্থখনৰ কোনে ৰচনা কৰিছিল ?

উত্তৰ = ঐতিহাসিক টডে ।


১৪। বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ প্ৰথম ভাৰতীয় গ্ৰন্থ 'ৰাজতৰংগিনী'ৰ ৰচক কোন ?

উত্তৰ = এঘাৰ শতিকাৰ কাশ্মিৰী কবি-ইতিহাসবিদ 'কলহন' ।


১৫। 'নীল দৰ্পণ' নাটকৰ লেখক কোন ?

উত্তৰ = দীনবন্ধু মিত্ৰ ।


১৬। 'চৰফনামা' কোনে লিখিছিল ?

উত্তৰ = ইবন্-বতুতাই ।


১৭। ফিৰদৌছীয়ে ফাৰ্চী ভাষাত ৰচনা কৰা বিশ্ববিখ্যাত কাব্যখনৰ নাম কি ?

উত্তৰ = 'শ্বাহনামা' ।


১৮। 'A Princess Remembers' -- এইখন কোনগৰাকী ৰাজপুত মহাৰাণীৰ  আত্মজীৱনী ?

উত্তৰ = মহাৰাণী গায়ত্ৰী দেৱীৰ ।


১৯। বেদ কেতিয়া ৰচিত হয় ?

উত্তৰ = খৃঃ পূঃ ২৫০০ৰ পৰা ১০০০ বছৰৰ ভিতৰত ।


২০। খ্ৰীঃ পূঃ কিমানত ৰামায়ণ আৰু মহাভাৰত মহাকাব্য ৰচনা কৰা হয় ?

উত্তৰ = খ্ৰীষ্ঠপূৰ্ব ১০০০ ত ।


২১। প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম কি ?

উত্তৰ = অমৰকোষ ।


২২। গৌতম বুদ্ধৰ সমগ্ৰ জীৱনৰ বৰ্ণনা থকা ২৮ টা সৰ্গত বিভক্ত 'বুদ্ধচৰিত' কাব্যখনৰ ৰচক কোন ?

উত্তৰ = অশ্বঘোষ ।


২৩। ১৮ টা সৰ্গত বিভক্ত 'কিৰাতাৰ্জুনীয়ম্' কাব্যখনৰ ৰচক কোন ?

উত্তৰ = 'ভাৰবি' ।


২৪। ভাৰতীয় গদ্য সাহিত্যৰ প্ৰথমখন ভ্ৰমন কাহিনী গ্ৰন্থৰ নাম কি ?

উত্তৰ = পৰেম্মকাই থোমা কতনৰ "বৰ্দ্ধমান পুস্তকম" ।


২৫। লৌকিক সংস্কৃত সাহিত্যৰ প্ৰথম বৈয়াকৰণিকজন কোন আছিল ?

উত্তৰ = পাণিনি ।


২৬। পণ্ডিত ৰবিশংকৰে ৰচনা কৰা কিতাপখনৰ নাম কি ?

উত্তৰ = মাই মিউজিক মাই লাইফ । (My Music My Life)


২৭। ভাৰতৰ প্ৰথমখন মুদ্ৰিত বাতৰি কাকত বেংগল গেজেট কোনে সম্পাদনা কৰিছিল ?

উত্তৰ = আগষ্টাছ হিকীয়ে ।


২৮। 'গোদান' ভাৰতৰ কোনগৰাকী ব্যক্তিৰদ্বাৰা ৰচিত গ্ৰন্থ ?

উত্তৰ = প্ৰেম চান্দ ।


২৯। ২০০৬ চনত "বুকাৰ" বটা লাভ কৰা কিৰণ দেশাইৰ গ্ৰন্থখনৰ নাম কি ?

উত্তৰ = দি ইনহেৰিটেনছ্ অৱ লছ ।


৩০। ভাৰতবৰ্ষৰ শেবেইক্সপীয়েৰ বুলি কাক কোৱা হয় ?

উত্তৰ = মহাকবি কালিদাসক ।


৩১। অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত কোনখন কিতাপ পুলিচে বাজেয়াপ্ত কৰিছিল ?

উত্তৰ = বন্দিনী ভাৰত (১৯০৬) ।


৩২। গান্ধীজীৰ সম্পাদিত সংবাদ পত্ৰখনৰ নাম কি আছিল ?

উত্তৰ = ইয়ং ইণ্ডিয়া(১৯৩০)। (Young India)


৩৩। ভাৰতৰ ৰাষ্ট্ৰ ভাষা কি ?

উত্তৰ = হিন্দী । (Hindi)


৩৪। ভাৰতৰ ইংৰাজী ভাষাৰ সৰ্বাধিক প্ৰচাৰিত দৈনিক বাতৰি কাকতখনৰ নাম কি ?

উত্তৰ = দ্য টাইমছ অব্ ইণ্ডিয়া । (The Times Of India)


৩৫। অসমৰ সহযোগী ভাষা কি কি ?

উত্তৰ = বড়ো আৰু বঙালী ।


৩৬। মধ্যপ্ৰদেশৰ মুখ্য চৰকাৰী ভাষা কি ?

উত্তৰ = হিন্দী ।


৩৭। গোৱাৰ ৰাজ্যিক ভাষা কি ?

উত্তৰ = মাৰাঠী আৰু কোংকণী ।


৩৮। ভাৰতৰ বৰ্তমান সংবিধান স্বীকৃত ভাষাৰ সংখ্যা কিমান ?

উত্তৰ = ২২ টা ।


৩৯। পশ্মিমবংগৰ মুখ্য চৰকাৰী ভাষা কি ?

উত্তৰ = বঙলা ।


৪০। ৰাজস্থানৰ চৰকাৰী ভাষা কি ?

উত্তৰ = ৰাজস্থানী আৰু হিন্দী ।


৪১। ভাৰতীয় সংস্কৃতিৰ মূল ভিত্তি কি ?

উত্তৰ = ভাৰতীয় সংস্কৃতিৰ মূল ভিত্তি হ'ল বৈচিত্ৰ্যৰ মাজত ঐক্যৰ সমাহাৰ ।


৪২। বিশ্বৰ সবোতোকৈ পূৰণি ধৰ্মটো কি ?

উত্তৰ = হিন্দু ধৰ্ম ।


৪৩। দমন আৰু দিউৰ মুখ্য ভাষা কি ?

উত্তৰ = গুজৰাটী ।


৪৪। সম্প্ৰতি ভাৰতবৰ্ষৰ মুঠ অধিবাসীৰ কিমান শতাংশ মংগোলদয় গোষ্ঠীৰ লোকে বাস কৰে ?

উত্তৰ = ৩ শতাংশ ।


৪৫। মহাভাৰতৰ পুৰণি নামটো কি ?

উত্তৰ = জয় সংহিতা ।


৪৬। পঞ্চ মহাপাপ কি কি ?

উত্তৰ = দূৰ্বলতা, ভীৰুতা, কাপুৰুষতা, সংকীৰ্ণতা আৰু স্বাৰ্থপৰতা ।


৪৭। মহাভাৰতৰ পুৰণি নামটো কি ?

উত্তৰ = জয় সংহিতা ।



৪৮। মহামতি অশোক কোন বংশৰ ৰজা আছিল ?

উত্তৰ = মৌৰ্য বংশৰ ।


৪৯। পঞ্চ উপাচাৰ কি কি ?

উত্তৰ = চন্দন, পুষ্প, ধূপ, দীপ আৰু নৈবেদ্য ।


৫০। পঞ্চ পাণ্ডৱ বুলিলে কাক কাক বুজোৱা হয় ?

উত্তৰ = যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সবদেৱ ।


৫১)Dead Sea কোন দুখন দেশৰ মাজত অৱস্থিত?

উ:- জৰ্ডান আৰু ইজৰাইল ।


৫২)Bermuda triangle নামৰ ৰহস্যময় ঠাই খন কোন খন মহাসাগৰত অৱস্থিত?

উ:- আটলাণ্টিক মহাসাগৰ ।


৫৩)কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়?

উ:- চুইজাৰলেণ্ড ।


৫৪) সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়?

উ:- জাপান ।


৫৫) বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়?

উ:- ভূটান ।


৫৬) আটাইতকৈ বেছি দেশ থকা মহাদেশ খনৰ নাম কি?

উ:-আফ্ৰিকা ।


৫৭) শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়?

উ:-থাইলেণ্ড ।


৫৮)বিশ্বত মুঠ কেইখন মহাসাগৰ আছে?

উ:- ৫ খন ।


৫৯) বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত?

উ:- ৭ খন ।


৬০) হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়?

উ:- ফিনলেণ্ড।


৬১)কোন খন ঠাইক পৃথিৱীৰ মধুচ বুলি কোৱা হয়?

উ:- পামিৰ মালভূমি ।


৬২) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো কি?

উ:- গ্ৰীণলেণ্ড ।


৬৩) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্য খনৰ নাম কি?

উ:-আমাজান ।


৬৪) অসমৰ কোনখন ঠাইক পূবৰ আমাজান বুলি কোৱা হয়?

উ:- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান।


৬৫) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল?

উ:- ৫১ খন ।


৬৬) কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল?

উ:- ১৯৪৫ চনৰ ২৪ অক্টোবৰ ।


৬৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কি?

উ:- এণ্ডিছ ।


৬৮) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ পৰ্বতমালা কি?

উ:- হিমালয় ।


৬৯)কোন খন দেশক 'Battle ground of Europe' বুলি কোৱা হয়?

উ:- বেলজিয়াম ।


৭০)Mount Etna, এটা সক্ৰিয় আগ্নেয়গিৰি বিশ্বৰ কোনখন দেশত অৱস্থিত?

উ:- ইটালী ।


৭১) ঐতিহাসিক চহৰ মাচু পিচ্চু বিশ্বৰ কোনখন দেশত অৱস্থিত?

উ:- পেৰু ।


৭২)কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত?

উ:- টেমছ ।


৭৩) পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই?

উ:- ইউৰোপ ।


৭৪) ফ্ৰান্সৰ ৰাজধানী কি?

উ:- পেৰিছ ।


৭৫)কোনখন দেশত আটাইতকৈ বেছি হ্ৰদ অৱস্থিত?

উ:- কানাডা ।


৭৬)ইমু চৰাই কোনখন দেশত পোৱা যায়?

উ:- অষ্ট্ৰেলিয়া ।


৭৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি আৰু ই বিশ্বৰ কোনখন দেশত অৱস্থিত?

উ:- এঞ্জেল জলপ্ৰপাত আৰু ই ভেনেজুৱেলাত অৱস্থিত।


৭৮) পেৰিছ চহৰৰ মাজেৰে কি নদী বৈ গৈছে?

উ:- সেন (Seine) ।


Careerassam360.blogspot.com

৭৯) Yellow stone ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত?

উ:- আমেৰিকা যুক্তৰাষ্ট্ৰ ।


৮০) জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি?

উ:- মাউন্ট ফুজি ।


৮১) আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?

উ:- ৮ মাৰ্চ ।


৮২) বিশ্ব পৰিৱেশ কিমান তাৰিখে পালন কৰা হয়?

উ:- ৫ জুন ।


৮৩) শান্তিৰ নোবেল বঁটা কোন খন চহৰত প্ৰদান কৰা হয়?

উ:- অ'ছল' (Oslo) ।


৮৪) নোবেল বঁটা (শান্তিৰ নোবেল বঁটাৰ বাহিৰে) কোনখন চহৰত প্ৰদান কৰা হয়?

উ:- ষ্টকহ'ম ।


৮৫) ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন?

উ:- ৰবীন্দ্ৰনাথ ঠাকুৰ ।


৮৬) ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল?

উ:- সাহিত্য ।


৮৭) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল?

উ:- ১৯১৩ চনত ।


৮৮)কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল?

উ:- গীতাঞ্জলি ।


৮৯) কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়?

উ:- ১৯০১ চন ।


৯০)কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়?

উ:- আলফ্ৰেড ন'বেল ।


৯১) বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি?

উ:- নাইজেৰিয়া ।


৯২) ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?

উ:- ২২ এপ্ৰিল ।


৯৩)Diego Garcia বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ?

উ:- ভাৰত মহাসাগৰ ।


৯৪)নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়?

উ:- ইজিপ্ত ।


৯৫) মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন?

উ:- ইউৰি গাগাৰিন ।


৯৬) পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশ খনৰ নাম কি?

উ:- ব্ৰাজিল ।


৯৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি?

উ:- প্ৰশান্ত মহাসাগৰ ।


৯৮) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম কি?

উ:- এছিয়া ।


৯৯)পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী খনৰ নাম কি?

উ:- নীল নদী ।


১০০) পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী খনৰ নাম কি?

উ:- আমাজান ।

ASSAMESE GK IN ASSAMESE LANGUAGE

Previous Post Next Post