অসমৰ বুৰঞ্জী,সাহিত্য, ভৌগোলিক চাৰিসীমা ওপৰত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ :-

অসমৰ বুৰঞ্জী,সাহিত্য, ভৌগোলিক চাৰিসীমা ওপৰত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ :-

১. অসমৰ প্ৰাচীন নাম কি ?
- প্ৰাগজ্যোতিষপুৰ

২. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?
- ভাস্কৰবৰ্মাৰ দিনত ৷

৩. চীনা পৰিব্ৰাজকজনৰ নাম কি ?
- হিউৱেন চাং

৪. ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?
- আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷

৫. আহোমসকলৰ আদি ৰজা কোন আছিল ?

৬. আহোমৰ শেষ ৰজাজনৰ নাম কি ?
- স্বৰ্গদেউ পুৰন্দৰ সিংহ ৷

৭. আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?
- প্ৰায় ৬০০ বছৰ ৷

৮. আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
- ইটাখুলি ৰণ (১৬৮২ খ্ৰী:) ৷

৯. কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ণ হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল ?
- স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৷

১০. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি ?
- চুলিকফা (ৰত্নধ্বজ সিংহ) ৷

১১. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ?
- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (১৭৫১ চনত) ৷

১২. ৰংঘৰ কোনে সজাইছিল ?
- স্বৰ্গদেউ প্ৰমত্ত সিংহয় (১৭৪৬ চনত) ৷

১৩. অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল ?
- বদন বৰফুকনে ৷

১৪. কেতিয়াৰ পৰা অসম বৃটিচৰ অধীনলৈ যায় ?
- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা (ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে) ৷

১৫. কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল ?
- কুমাৰ ভাস্কৰ বৰ্মৰ দিনত ৷

১৬. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
- নৰনাৰায়ণ ৷

১৭. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ?
- চক্ৰধ্বজ সিংহৰ দিনত ৷

১৮. শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল ?
- লাচিত বৰফুকন ৷

১৪. কেতিয়াৰ পৰা অসম বৃটিচৰ অধীনলৈ যায় ?
- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা (ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে) ৷

১৫. কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল ?
- কুমাৰ ভাস্কৰ বৰ্মৰ দিনত ৷

১৬. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
- নৰনাৰায়ণ ৷

১৭. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ?
- চক্ৰধ্বজ সিংহৰ দিনত ৷

১৮. শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল ?
- লাচিত বৰফুকন ৷

১৯. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ?
- ৰাম সিংহ ৷

২০. মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?
- ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৷

২১.কোনজন আহোম ৰজাই পোনপ্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰ : চুহুংমুং

২২.হাজোৰ পোৱামক্কা কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : গিয়াচুদ্দিন আউলিয়া

২৩.কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল?
উত্তৰ : ভাস্কৰ বৰ্মন

২৪.আহোম সকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত?
উত্তৰ : বশিষ্ঠাশ্ৰমত

২৫.আহোম মুদ্ৰা বোৰৰ আকাৰ কি আছিল?
উত্তৰ : আঠচুকীয়া

২৬.অসমত জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল?
উত্তৰ : আহোম সকলে

২৭.আহোম সকলে চুতীয়া ৰাজ্য জয় কৰি শাসনৰ বাবে কোনজন বিষয়াক নিয়োগ কৰিছিল?
উত্তৰ : শদিয়াখোৱা গোহাঁই

২৮.আহোম সকল পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰবেশ কৰোতে কোন জনগোষ্ঠীয়ে আগ ভেটি যুদ্ধ কৰিছিল?
উত্তৰ : নগা

২৯.অসমত দাস প্ৰথা কেতিয়া বিলুপ্ত সাধন কৰা হয়?
উত্তৰ : ১৮৪৩ চনত

৩০.আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কিমান চনত স্হাপন হৈছিল?
উত্তৰ : ১২৫৩ চনত

৩১.আহোমৰ আটাইতকৈ দীঘলীয়া কাল ৰাজত্ব কৰা ৰজাজনৰ নাম?
উত্তৰ : চুকামফা

৩২.কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত মুচলমান সকলে পোনপ্ৰথম অসম আক্ৰমণ কৰে?
উত্তৰ : চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ দিনত

৩৩.কোন ৰজাৰ দিনত আহোম ৰাজ‍্যৰ ৰাজধানী গড়গাঁও ত প্ৰতিষ্ঠা হয়?
উত্তৰ : চুক্লেংমুং ৰ দিনত

৩৪.কোন ৰজাৰ দিনত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হয়?
উত্তৰ : প্ৰতাপ সিংহ

৩৫.উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ : গদাধৰ সিংহই

৩৫.মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?
উত্তৰ : চন্দ্ৰকান্ত সিংহ

৩৬.কোন তাৰিখে চুকাফা দিৱস পালন কৰা হয়?
উত্তৰ : ২ ডিচেম্বৰ

৩৭.বামুণী কোৱৰ বুলি কাক জনা যায়?
উত্তৰ : চুডাংফা

৩৮:আহোম ৰাজ্যৰ প্ৰথম জন বৰপাত্ৰগোহাই কোন আছিল?
উত্তৰ : কনছেং

৩৯ : কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্তু বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল?
উত্তৰ : ১৯০৫ চনৰ বংগ বিভাজন।

৪০. ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূ-খণ্ডৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ : ৱাৰেণ হেষ্টিংছ।

৪১. ৰবাৰ্ট ক্লাইভ কেতিয়া বংগৰ গৱৰ্ণৰ হৈছিল?
উত্তৰ : ১৭৬৪ খ্ৰীষ্টাব্দত।

৪২. টিপু চুলতান কোন আছিল ?
উত্তৰ : তেওঁ মহিশূৰৰ চুলতান আছিল।

৪৩. ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?
উত্তৰ : জে বি কৃপালিনী।

৪৪. ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচপে আনুষ্ঠানিক্ভাৱে ঘোষণা কৰিছিল?
উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৪৫. অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল?
উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৪৬. ১৮৫৭ চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ : নানা চাহেব।

৪৭. কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল?
উত্তৰ : উমেশ চন্দ্ৰ বেনাৰ্জী।

৪৮. বৃটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল?
উত্তৰ : ১৮৭৭ খ্ৰীষ্টাব্দত।

৪৯. ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰদান কৰিছিল।ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?
উত্তৰ : লৰ্ড কেনিং।

৫০. উত্তৰ-পশ্চিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে ১৯০৫ চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন কোন আছিল?
উত্তৰ : লৰ্ড কাৰ্জন।

৫১. ‘সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী’ হিচাপে কাক জনা যায়?
উত্তৰ : লৰ্ড চাৰ্লছ মেটকাফে।

৫২. অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
উ÷ভোগেশ্বৰ বৰুৱা ।

৫৩. ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?
উ÷৫ ম ।

৫৪. কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?
উ÷১৯৯৯ চনত ।

৫৫. অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল?
উ÷হৰিশংকৰ ব্ৰক্ষ্ম ।

৫৬. অসমৰ কাক Lion Man of Assam বুলি জনা যায়?
উ÷ৰাধা গোবিন্দ বৰুৱা ।

৫৭. সৰ্বানন্দ সোণোৱাল অসমৰ কিমান তম মুখ্যমন্ত্ৰী?
উ÷১৪ তম ।

৫৮. চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উ÷অঘৰী আত্মাৰ কাহিনী ।

৫৯. অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়?
উ÷ৰুদ্ৰ বৰুৱা ।

৬০. ২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উ÷জয়ন্ত মাধৱ বৰা ।

৬১. চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?
উ÷বীৰ পাল ।

৬২. কিমান চনত Assam Association গঠন হৈছিল?
উ÷১৯০৩ চনত ।

৬৩. Assam Association ৰ প্ৰথম সভাপতি কোন আছিল?
উ÷ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ।

৬৪. এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো?
উ÷ডিগবৈ ।

৬৫. ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?
উ÷১৯০১ চনত ।

৬৬. ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷ তিনিচুকীয়া জিলাত ।

৬৭. অসমৰ কোনখন চহৰক তৈলনগৰী হিচাপে জনা যায়?
উ÷ডিগবৈ ।

৬৮. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উ÷আনোৱাৰা টাইমূৰ ।

৬৭. অসমৰ জাতীয় পক্ষী কি?
উ÷দেও হাহঁ ।

৬৮. অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উ÷ভট্টদেৱ ।

৬৯. ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?
উ÷বৈকুন্ঠ নাথ ভাগৱত ভট্টাচাৰ্য ।

৭০. অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত?
উ÷গোৱালপাৰা জিলা ।

৭১. অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি?
উ÷বৰাইল পৰ্বত ।

৭২. অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?
উ÷ ২ খন ।

৭৩. অসমীয়া সাহিত্যত কাক ভাঙনি কোৱঁৰ হিচাপে জনা যায়?
উ÷আনন্দ চন্দ্ৰ আগৰৱালা ।

৭৪. অসমীয়া সাহিত্যিত কাক উপন্যাস সম্ৰাট বুলি জনা যায়?
উ÷ৰজনীকান্ত বৰদলৈ ।

৭৫. অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়?
উ÷ৰঘুনাথ চৌধাৰী ।

৭৬. লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?
উ÷মোৰ জীৱন সোৱঁৰণ ।

৭৭. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কি?
উ÷কদমকলি ।

৭৮. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি?
উ÷পদুম কুৱঁৰী ।

৭৯. অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল?
উ÷শৰৎ চন্দ্ৰ গোস্বামী ।

৮০. Tea চাহৰ বৈজ্ঞানিক নাম কি?
উ÷কেমেলিয়া চিনেচিছ ।Camellia sinensis

৮১. উত্তৰ-পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত?
উ÷যোৰহাট জিলাৰ টুকলাইত অৱস্থিত ।

৮২. ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?
উ÷১৯৮১ চনত ।

৮৩.  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?
উ÷৪৩০ বৰ্গ কিঃমিঃ।

৮৪. অসমৰ ৰাজ্যিক ফুল কি?
উ÷কপৌ ফুল ।
Previous Post Next Post