Most Important Questions and Answer in Assamese

গুৰুত্বপূৰ্ণ কেইটামান সানমিহলি কুইজ 

1. শ্ৰীমন্ত সংকৰ্দেৱে কোন ৰজাৰ শাসনকালত ‘এক শৰণ নাম ধৰ্ম’ স্থাপন কৰিবলৈ সক্ষম হৈছিল?

a)ভাস্কৰবৰ্মন
b)বিশ্ব সিংগা
c) নৰনাৰায়ণ
d) চিলাৰাই

Ans- c

2. শ্ৰীমন্ত সংকৰ্দেৱে কোন ৰজাৰ শাসনকালত ‘এক সাৰণ নাম ধৰ্ম’ স্থাপন কৰিবলৈ সক্ষম হৈছিল?

a)ভাস্কৰবৰ্মন
b)বিশ্ব সিংগা
c)নৰনাৰায়ণ
d)চিলাৰাই

3.গোদাৱান হৈছে ৰাজ্যিক চৰাই-

a) গুজৰাট
b) মণিপুৰ
c) ৰাজস্থান
d) কেৰালা

Ans – c

4: বন্দে ভাৰত এক্সপ্ৰেছৰ আগৰ নাম টো কি আছিল?

(a) মহাৰাজা এক্সপ্ৰেছ
(b) ৰেল ১৮
(c) সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ
(d) শতাব্দী এক্সপ্ৰেছ

Ans- b

5.উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সীমা ৰেখাক কি বুলি কোৱা হয়?

a) ২০তম সমান্তৰাল
b) ১৭ তম সমান্তৰাল
c) ৭৪ তম সমান্তৰাল
d) ৩৮ তম সমান্তৰাল

Ans  d

6.ভাৰতৰ প্ৰথম ৰেলপথ স্থাপন কৰা হৈছিল-

(a) ১৮৫২
(b) ১৮৫৩
(c) ১৮৫৭
(d) ১৮৮৫

Ans- b

7.বিশ্বৰ সৰ্ববৃহৎ সোণ উৎপাদক হৈছে-

(a) চৌদি আৰৱ
(b) আমেৰিকা যুক্তৰাষ্ট্ৰ
(c) দক্ষিণ আফ্ৰিকা
(d) কানাডা

8.তেৰাই অঞ্চল অসমৰ অৱস্থিত-

(a) উত্তৰ অঞ্চল
(b) পূব অঞ্চল
(c) দক্ষিণ অঞ্চল
(d) পশ্চিম অঞ্চল

Ans- b

9.এছিয়াৰ আটাইতকৈ দীঘল নদী কোনখন?

(a) সুৰামা নদী
(b) ওব নদী
(c) গংগা নদী
(d) ব্ৰহ্মপুত্ৰ নদী

Ans- b

10.সোণৰ আটাইতকৈ বিশুদ্ধ ৰূপ হৈছে-

(a) ১৮ কেৰেট
(b) ২২ কেৰেট
(c) 24 কেৰেট
(d) ২৮ কেৰেট

Ans – c

11.জোনাকী কাকত খনৰ প্ৰথম সম্পাদক কোন আছিল?

(a) জ্যোতিপ্ৰসাদ আগৰৱালা
(b) চন্দ্ৰ কুমাৰ আগৰৱালা
(c) আনন্দ চন্দ্ৰ আগৰৱালা
(d) বিনন্দ চন্দ্ৰ আগৰৱালা

Ans- b

12.লক্ষ্মীনাথ বেজবৰুৱাক “ৰসৰাজ” উপাধি কোন চনত প্ৰদান কৰা হৈছিল?

(a) ১৯৩০
(b) ১৯২৯
(c) ১৯৩২
(d) ১৯৩১

Ans- d

13.অসমীয়া সাহিত্যত গীত-কবিতাৰ জনক বুলি কাক জনা যায়?

(a) গনেশ গগৈ
b) চন্দ্ৰ কুমাৰ আগৱালা
c) হেম চন্দ্ৰ বৰুৱা
(d) যতীন্দ্ৰ নাথ দুৱৰা

Ans- d

14.তলৰ কোনখন নাট জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা নহয়?

(a) লভিতা
(b) কাৰেঙৰ লিগিৰী
(c) ৰূপালীম
(d) জয়মতী কুঁ‌ৱৰী

Ans- d

15.”প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ”, প্ৰতিমা সন্দৰ্ভত কোনে এনেদৰে লিখিছিল?

(a) গুণাভিৰাম বৰুৱা
(b) চন্দ্ৰ কুমাৰ আগৰৱালা
(c) হেমচন্দ্ৰ বৰুৱা
(d) লক্ষ্মীনাথ বেজবৰুৱা

Ans- d

16.পদ্মনাথ গোহাঞি বৰুৱাই সম্পাদনা কৰা এখন আলোচনী?

(a) অৰুনোদই
b) বাঁ‌হী
(c) ঊষা
(d) জোনাকী

Ans- c

17.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁ‌টা লাভ কৰা গ্ৰন্থখনৰ নাম?

(a) ইয়াৰুইঙ্গম
(b) আই
(c) শতঘ্নী
(d) মৃত্যুঞ্জয়

Ans- d

18.তলৰ কোনখন শ্ৰীমন্ত শংকৰ দেৱৰ ৰচিত অংকীয়া নাট নহয়?

(a) অমৃত মন্থন
(b) পত্নী প্ৰসাদ
(c) ৰুক্মিণী হৰণ
(d) কেলি গোপাল

Ans- a

19.উচ্চ সদন কি ?

(a) লোকসভা
(b) ৰাজ্যসভা
(c) বিধানসভা
(d) ওপৰৰ এটাও নহয়

Ans- b

20.শিশুৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰি শিশুক কিমান বছৰলৈ বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ’য় –

(a) ৬-১৮ বছৰলৈ
b) ৬-১৬ বছৰলৈ
(c) ৫-১৪ বছৰলৈ
(d) ৬-১৪ বছৰলৈ

Ans- d
Previous Post Next Post