WHAT HAPPENED TODAY IN HISTORY 24 FEBRUARY (ফ্ৰেব্ৰুৱাৰী) আজি দিনটোৰ বিশেষ

২৪ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-
১/ ১৮২৬ চনৰ আজিৰ দিনটোতে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল।
২/ ১৩০৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ইবন বটুতা তেওঁ আছিল এগৰাকী চুন্নী মুছলিম পর্যটক, চিন্তাবিদ আৰু ধর্মতাত্ত্বিক।
৩/ ১৯২৭ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল কামিনী কৌশল, তেওঁ আছিল ভাৰতীয় চলচ্চিত্র অভিনেত্ৰী আৰু প্রযোজক।
৪/ ১৯৪৮ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল জয়ললিতা তেওঁ আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিজ্ঞ।
৫/ ১৯৫৫ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ভীত জছৰ তেওঁ আছিল এগৰাকী আমেৰিকান কম্পিউটাৰ ব্যৱসায়ী আৰু আৱিষ্কাৰক।
৬/ ১৯৬১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল পৰাগ কুমাৰ দাসৰ তেওঁ আছিল এগৰাকী অসমীয়া সাংবাদিক, মানৱ অধিকাৰ কৰ্মী।
৭/ ১৯৭২ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল পূজা ভাটৰ তেওঁ আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেত্রী, ভয়ছ অভাৰ শিল্পী, মডেল আৰু ছবি-নির্মাতা।
৮/ ১৯৭৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ভাল নোৱাহ হাবাৰী তেওঁ আছিল এগৰাকী ইজৰাইলী ইতিহাসবিদ আৰু লেখক।
৯/ ১৯৭৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল তৰুণ শ‍ইকীয়াৰ তেওঁ আছিল এগৰাকী মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰা প্ৰথম অসমীয়া।
১০/ ১৯৮৬ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ৰুক্মিণী দেৱী অৰুণ্ডেল, তেওঁ আছিল এগৰাকী ভাৰতীয় শাস্ত্রীয় নৃত্যশিল্পী আৰু নৃত্য নির্দেশক।
১১/ ১৯৯৮ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ললিতা পাৱাৰ তেওঁ আছিল এগৰাকী ভাৰতীয় অভিনেত্রী।
১২/ ২০০১ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ক্লড মেনন তেওঁ আছিল এগৰাকী আমেৰিকান গণিতজ্ঞ, অভিযন্তা আৰু সংকেতলিপিকাৰ।
১৩/ ২০১৮ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল শ্ৰী দেৱীৰ তেওঁ আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্রযোজক।
১৪/ ইৰানত আজিৰ দিনটোতে অভিযন্তা দিৱস হিচাপে পালন কৰা হয়।
১৫/ মেক্সিকত আজিৰ দিনটোতে পতাকা দিৱস হিচাপে পালন কৰা হয়।
১৬/ ইষ্টনিয়া আজিৰ দিনটোতে স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
১৭/ থাইলেণ্ডত আজিৰ দিনটোতে ৰাষ্ট্ৰীয় শিল্পী দিৱস হিচাপে পালন কৰা হয়।
Previous Post Next Post