অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকলৰ বিষয়ে অসমীয়াত
ক) অসমৰ সর্ব প্রথম স্নাতক কোন হয় ?
➢ আনন্দ ৰাম বৰৱুা।
খ) অসমৰ সৰ্বপ্ৰথম আৰুএতি য়ালৈ কে একমাত্র দাদাচাহেব ফাল্কে বঁটা বিজয়ী কোন হয়?
গ) অসমৰ সৰ্বপ্ৰথম কথাছবি পৰিচালক কোন হয় ?
➢ প্রমথেশ বৰৱুা।
ঘ) অসমৰ সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন হয় ?
➢ ফখৰদ্দিুদ্দিন আলী আহমেদ।
ঙ) অসমৰ সর্বপ্রথম গদ্য লিখক কোন হয় ?
➢ ভট্টদেব।
চ) অসমৰ সর্বপ্রথম বোলছবি কোন হয় ?
➢ জয়মতী (জ্যোতি প্ৰসাদ আগৰৱালা)।
ছ) অসমৰ সৰ্বপ্ৰথম বৰুঞ্জী লেখক কোন হয় ?
➢ হলিৰাম ঢেকিয়াল ফুকন।
জ) অসমৰ সর্বপ্রথম চাহ খেতিয়ক কোন হয় ?
➢ মণিৰাম দেৱান
ঝ) অসমৰ সৰ্বপ্ৰথম নাট্যকাৰ কোন হয় ?
➢ ব্রজ শর্মা ।
ঞ) অসমৰ সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা কোন হয় ?
➢ পিয়লী ফুকন।
ট) অসমৰ সর্বপ্রথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন হয় ?
➢ দেৱকান্ত বৰৱুা
ঠ) অসমৰ সর্বপ্রথম মহিলা মহকুমাধিপতি কোন হয় ?
➢ শুচিত্ৰতা ৰায়চৌধুৰী।
ড) অসমৰ সর্বপ্রথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন হয় ?
➢ গণেশ ফুকন।
ঢ) অসমৰ সর্বপ্রথম মহিলা সাহিত্যিক পেন্সনাৰ কোন হয় ?
➢ নলিনীবালা দেৱী।
ণ) অসমৰ সর্বপ্রথম মহিলা মুখ্যমন্ত্ৰী কোন হয় ?
➢ চৈয়দা আনোৱাৰা টাইমৰু ।
ত) অসমৰ সর্বপ্রথম মহি লা কেন্দ্ৰীয় মন্ত্ৰী কোন হয় ?
➢ ৰেণুকা দেৱী বৰকটকী।
থ) অসমৰ সর্বপ্রথম সাহিত্য সভাৰ সভাপতি কোন হয় ?
➢ পদ্মনাথ গোহাঞি বৰৱুা ।
দ) অসমৰ সর্বপ্রথম অসমীয়া সংবাদ পত্র কোন হয় ?
➢ অৰনুনোদই।
ধ) অসমৰ সৰ্বপ্ৰথম অসমৰ ছপাশাল কোন হয় ?
➢ মিছন প্ৰেছ, শিৱসাগৰ।
ন) অসমৰ সর্বপ্রথম মহিলা পাইলট কোন হয় ?
➢ ধীৰা হাজৰিকা ।
প) অসমৰ সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডক্টৰে ট কোন হয় ?
➢ বাণীকান্ত কাকতি ।
ফ) অসমৰ সৰ্বপ্ৰথম অসমীয়া বিলাতলৈ যাওঁতা কোন হয় ?
➢ আনন্দৰাম বৰৱুা ।
ব) অসমৰ সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰোঁতা কোন হয় ?
➢ জ্যোতি প্ৰসাদ আগৰৱালা ।
ভ) অসমৰ সর্বপ্রথম অসমীয়া পি .এইচ.ডি . কোন হয় ?
➢ মইদলু ইছলাম বৰা ।
ম) অসমৰ সর্বপ্রথম অসমীয়া মেডিকেল ছাৰ্ভিচ পাছ কৰে কোন হয় ?
➢ কর্ণেল শিৱৰাম বৰৱুা।
য) অসমৰ সর্বপ্রথম অসমীয়া মহিলা স্নাতক কোন হয় ?
➢ সুখলতা দৱুৰা আৰু সুধালতা দৱুৰা ।
ৰ) অসমৰ সর্বপ্রথম সাহিত্য অকাডেমী বঁটা বিজয়ী কোন হয় ?
➢ যতীন্দ্ৰনাথ দৱুৰা (১৯৫৫)
ল) অসমৰ সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ কোন হয় ?
➢ বলিনাৰায়ণ বৰা ।
ৱ) অসমৰ সৰ্বপ্ৰথম অসমৰ চিকিৎসালয় কোন হয় ?
➢ বেৰি হোৱাইট মেডিকেল স্কুল।
শ) অসমৰ সর্বপ্রথম মেডিকেলকলেজ কোন হয় ?
➢ অসম মেডিকেল কলেজ, ডিব্ৰুগড়।
ষ) অসমৰ সর্বপ্রথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন হয় ?
➢ সুৰেন্দ্ৰনাথ বঢ়ুাগোহাঁই ।
হ) অসমৰ সর্ব প্রথম সাহিত্যিক পেন্সনাৰ কোন হয় ?
➢ পদ্মনাথ গোহাঞি বৰৱুা।
ক্ষ) অসমৰ সর্বপ্রথম অসমীয়া ডি .লি ট কোন হয় ?
➢ সূর্য কুমাৰ ভূঞা
ড়) অসমৰ সর্বপ্রথম অসমীয়া মহিলা ডক্টৰেট কোন হয় ?
➢ ড° লক্ষ্মী দেৱী।