অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকলৰ বিষয়ে অসমীয়াত

অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকলৰ বিষয়ে অসমীয়া

ক) অসমৰ সর্ব প্রথম স্নাতক কোন হয় ?
➢ আনন্দ ৰাম বৰৱুা।

খ) অসমৰ সৰ্বপ্ৰথম আৰুএতি য়ালৈ কে একমাত্র দাদাচাহেব ফাল্কে বঁটা বিজয়ী কোন হয়?

গ) অসমৰ সৰ্বপ্ৰথম কথাছবি পৰিচালক কোন হয় ?
➢ প্রমথেশ বৰৱুা।

ঘ) অসমৰ সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন হয় ?
➢ ফখৰদ্দিুদ্দিন আলী আহমেদ।

ঙ) অসমৰ সর্বপ্রথম গদ্য লিখক কোন হয় ?
➢ ভট্টদেব।

চ) অসমৰ সর্বপ্রথম বোলছবি কোন হয় ?
➢ জয়মতী (জ্যোতি প্ৰসাদ আগৰৱালা)।

ছ) অসমৰ সৰ্বপ্ৰথম বৰুঞ্জী লেখক কোন হয় ?
➢ হলিৰাম ঢেকিয়াল ফুকন।

জ) অসমৰ সর্বপ্রথম চাহ খেতিয়ক কোন হয় ?
➢ মণিৰাম দেৱান

ঝ) অসমৰ সৰ্বপ্ৰথম নাট্যকাৰ কোন হয় ?
➢ ব্রজ শর্মা ।

ঞ) অসমৰ সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা কোন হয় ?
➢ পিয়লী ফুকন।

ট) অসমৰ সর্বপ্রথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন হয় ?
➢ দেৱকান্ত বৰৱুা

ঠ) অসমৰ সর্বপ্রথম মহিলা মহকুমাধিপতি কোন হয় ?
➢ শুচিত্ৰতা ৰায়চৌধুৰী।

ড) অসমৰ সর্বপ্রথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন হয় ?
➢ গণেশ ফুকন।

ঢ) অসমৰ সর্বপ্রথম মহিলা সাহিত্যিক পেন্সনাৰ কোন হয় ?
➢ নলিনীবালা দেৱী।

ণ) অসমৰ সর্বপ্রথম মহিলা মুখ্যমন্ত্ৰী কোন হয় ?
➢ চৈয়দা আনোৱাৰা টাইমৰু ।

ত) অসমৰ সর্বপ্রথম মহি লা কেন্দ্ৰীয় মন্ত্ৰী কোন হয় ?
➢ ৰেণুকা দেৱী বৰকটকী।

থ) অসমৰ সর্বপ্রথম সাহিত্য সভাৰ সভাপতি কোন হয় ?
➢ পদ্মনাথ গোহাঞি বৰৱুা ।

দ) অসমৰ সর্বপ্রথম অসমীয়া সংবাদ পত্র কোন হয় ?
➢ অৰনুনোদই।

ধ) অসমৰ সৰ্বপ্ৰথম অসমৰ ছপাশাল কোন হয় ?
➢ মিছন প্ৰেছ, শিৱসাগৰ।

ন) অসমৰ সর্বপ্রথম মহিলা পাইলট কোন হয় ?
➢ ধীৰা হাজৰিকা ।

প) অসমৰ সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডক্টৰে ট কোন হয় ?
➢ বাণীকান্ত কাকতি ।

ফ) অসমৰ সৰ্বপ্ৰথম অসমীয়া বিলাতলৈ যাওঁতা কোন হয় ?
➢ আনন্দৰাম বৰৱুা ।

ব) অসমৰ সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰোঁতা কোন হয় ?
➢ জ্যোতি প্ৰসাদ আগৰৱালা ।

ভ) অসমৰ সর্বপ্রথম অসমীয়া পি .এইচ.ডি . কোন হয় ?
➢ মইদলু ইছলাম বৰা ।

ম) অসমৰ সর্বপ্রথম অসমীয়া মেডিকেল ছাৰ্ভিচ পাছ কৰে কোন হয় ?
➢ কর্ণেল শিৱৰাম বৰৱুা।

য) অসমৰ সর্বপ্রথম অসমীয়া মহিলা স্নাতক কোন হয় ?
➢ সুখলতা দৱুৰা আৰু সুধালতা দৱুৰা ।

ৰ) অসমৰ সর্বপ্রথম সাহিত্য অকাডেমী বঁটা বিজয়ী কোন হয় ?
➢ যতীন্দ্ৰনাথ দৱুৰা (১৯৫৫)

ল) অসমৰ সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ কোন হয় ?
➢ বলিনাৰায়ণ বৰা ।

ৱ) অসমৰ সৰ্বপ্ৰথম অসমৰ চিকিৎসালয় কোন হয় ?
➢ বেৰি হোৱাইট মেডিকেল স্কুল।

শ) অসমৰ সর্বপ্রথম মেডিকেলকলেজ কোন হয় ?
➢ অসম মেডিকেল কলেজ, ডিব্ৰুগড়।

ষ) অসমৰ সর্বপ্রথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন হয় ?
➢ সুৰেন্দ্ৰনাথ বঢ়ুাগোহাঁই ।

হ) অসমৰ সর্ব প্রথম সাহিত্যিক পেন্সনাৰ কোন হয় ?
➢ পদ্মনাথ গোহাঞি বৰৱুা।

ক্ষ) অসমৰ সর্বপ্রথম অসমীয়া ডি .লি ট কোন হয় ?
➢ সূর্য কুমাৰ ভূঞা

ড়) অসমৰ সর্বপ্রথম অসমীয়া মহিলা ডক্টৰেট কোন হয় ?
➢ ড° লক্ষ্মী দেৱী।
Previous Post Next Post