কোনে কি আৱিষ্কাৰ কৰিছিল? বিজ্ঞানী সকলৰ নাম। - বিশ্ব জ্ঞান

কোনে কি আৱিষ্কাৰ কৰিছিল? বিজ্ঞানী সকলৰ নাম। - বিশ্ব জ্ঞান 

০১/ ইলেক্ট্ৰনৰ প্ৰথম সন্ধান এম জে থমছন কৰিছিল তেওঁ ইংলেণ্ড হয়।
 ০২/ প্ৰট্ৰানৰ প্ৰথম সন্ধান গোল্ডষ্টেইনে কৰিছিল।
 
০৩/ প্ৰটনৰ প্ৰথম সন্ধান কৰিছিল ই ৰাদাৰফোৰ্ড তেওঁ হয় ইংলেণ্ড ।
 
০৪/  নিউট্ৰনৰ প্ৰথম সন্ধান কৰিছিল জেমছ চেডউইক তেওঁ হয় ইংলেণ্ড। 
 
০৫/ চাইক্লট্ৰনৰ প্ৰথম সন্ধান কৰিছিল লৰেন্স তেওঁ হ‌য় আমেৰিকা ।  
০৬/ ইউৰেনিয়ামৰ প্ৰথম সন্ধান কৰিছিল মাৰ্টিন ক্লাপ্ৰথ তেওঁ আছিল জাৰ্মানী ।
 
০৭/ নিউক্লিয়াছৰ প্ৰথম সন্ধান কৰিছিল ৰাদাৰফোৰ্ড ।
 
০৮/ পাৰমাণৱিক ৰিয়েক্টৰৰ প্ৰথম সন্ধান কৰিছিল এনৰিকো ফাৰ্মি । 
০৯/ অ'জনৰ প্ৰথম সন্ধান কৰিছিল খ্ৰীষ্টিয়ান শ্বনবেইন তেওঁ আছিল জাৰ্মানী ।
 
১০/ চক্ৰ ৰ প্ৰথম সন্ধান কৰিছিল জন কে. Macmillan তেওঁ আছিল স্কটলেণ্ড। 
 
১১/ চাইকেল টায়াৰ প্ৰথম সন্ধান কৰিছিল জন ডানলপ তেওঁ আছিল ইউ কে। 
 
১২/ মটৰ চাইকেল প্ৰথম আবিষ্কাৰ কৰিছিল জি ডেইমলাৰ তেওঁ আছিল জাৰ্মানী ।
 
১৩/ স্কুটাৰ প্ৰথম আবিষ্কাৰ কৰিছিল জি. ব্ৰেডশ্ব তেওঁ আছিল ইউ কে ।
 
১৪/ পৰমাণু সংখ্যাৰ প্ৰথম সন্ধান কৰিছিল হেনৰী মজেলি তেওঁ আছিল ইংলেণ্ড ।
 
১৫/ পাৰমাণৱিক তত্ত্বৰ প্ৰথম সন্ধান কৰিছিল জন ডাল্টন তেওঁ আছিল ইংলেণ্ড ।
 
১৬/ পাৰমাণৱিক বোমাৰ প্ৰথম আবিষ্কাৰ কৰিছিল অটো হান তেওঁ আছিল ইংলেণ্ড। 
 
১৭/ পাৰমাণৱিক গঠনৰ প্ৰথম নীল ব'ৰ আৰু ৰাদাৰফোৰ্ড আবিষ্কাৰ কৰিছিল।
 
১৮/ ৰেডিঅ' টেলিগ্ৰাফীৰ প্ৰথম আবিষ্কাৰ কৰিছিল ডেভিদ এডৱাৰ্ড হিউজ তেওঁ আছিল ব্ৰিটেইনৰ।
 
১৯/ ৰেডিঅ' টেলিগ্ৰাফীৰ প্ৰথম আবিষ্কাৰ কৰিছিল জি. Marconi তেওঁ আছিল ইতালিৰ।
 
২০/ ৰেডিঅ' ধৰ্ম্মিতাৰ প্ৰথম সন্ধান কৰিছিল এণ্টোৱান বেকুৱেৰেলে তেওঁ আছিল ফ্ৰান্সৰ। 
 
২১/ ৰেডিঅ' সক্ৰিয়কৰণৰ প্ৰথম সন্ধান কৰিছিল হেনৰী বেকেৰেল । 
২২/ ৰেডিয়ামৰ প্ৰথম সন্ধান কৰিছিল মেৰী কিউৰি আৰু পয়ৰিয়েৰ তেওঁ আছিল ফ্ৰান্সৰ।
 
২৩/ ডাইনামাইটৰ প্ৰথম সন্ধান কৰিছিল আলফ্ৰেড নোবেলে। 
 
২৪/ পি এইচ স্কেলৰ প্ৰথম সন্ধান কৰিছিল এছ. পি ছ’ৰেনছনে
 
২৫/ হাইড্ৰজেনৰ প্ৰথম সন্ধান কৰিছিল হেনৰী কেভেণ্ডিছ তেওঁ আছিল ইংলেণ্ডৰ। 
 
২৬/ নাইট্ৰজেনৰ প্ৰথম সন্ধান কৰিছিল ডেনিয়েল ৰুথাৰ ফৰ্ড তেওঁ আছিল ইংলেণ্ডৰ।
 
২৭/ প্লুটনিয়ামৰ প্ৰথম সন্ধান কৰিছিল জি. টি ছিবৰ্গ তেওঁ আছিল আমেৰিকাৰ। 
 
২৮/ মেগনেছিয়ামৰ প্ৰথম সন্ধান কৰিছিল এছ. হামফ্ৰে ডেভি তেওঁ আছিল ইংলেণ্ডৰ 
 
২৯/ ফটোগ্ৰাফীৰ (ধাতুত) প্ৰথম আবিষ্কাৰ কৰিছিল এল. ডেংগুৱেৰ, জে. Niepce।
 
৩০/ ফটোগ্ৰাফীৰ (কাগজ) প্ৰথম আবিষ্কাৰ কৰিছিল ডব্লিউ. শিয়াল টেলবট ।
 
৩১/ ফটোগ্ৰাফীৰ (চলচ্চিত্ৰ) প্ৰথম আবিষ্কাৰ কৰিছিল জন কৰ্বাট তেওঁ আছিল আমেৰিকাৰ। 
 
32/ অক্সিজেনৰ প্ৰথম সন্ধান কৰিছিল Carl Wilhelm Schlie, জোচেফ Priestley তেওঁ আছিল সুইডেন (যুক্তৰাজ্য) 
 
৩৩/ নিষ্ক্ৰিয় গেছ অৰ্গেনৰ প্ৰথম সন্ধান কৰিছিল ৰেমচি আৰু ৰেলি । 
৩৪/ থ'ৰিয়ামৰ প্ৰথম সন্ধান কৰিছিল বাৰ্জেলিয়াছ ।
 
35/ টেলিভিছনৰ (যান্ত্ৰিক) প্ৰথম আবিষ্কাৰ কৰিছিল JohnLogie Baird তেওঁ আছিল ইংলেণ্ড (ইউ কে) ।
 
৩৬/ টেলিভিছনৰ (ইলেক্ট্ৰনিক) প্ৰথম সন্ধান - পি টি ফাৰ্নছবাৰ্থ - আমেৰিকা ।
 
৩৭/ বেৰ'মিটাৰৰ প্ৰথম আবিষ্কাৰ কৰিছিল ইভানজেলিষ্টা টৰ্চেলি তেওঁ আছিল ইতালিৰ। 
 
৩৮/ ইঞ্জিনৰ প্ৰথম আবিষ্কাৰ কৰিছিল জৰ্জ ষ্টিফেনছন তেওঁ আছিল যুক্তৰাজ্য ।
 
৩৯/ ভাপ ইঞ্জিনৰ (কণ্ডেন্সাৰ) প্ৰথম আবিষ্কাৰ কৰিছিল জেমছ ৱাট তেওঁ আছিল স্কটলেণ্ডৰ। 
 
৪০/ টা ভাপ ইঞ্জিনৰ (পিষ্টন) প্ৰথম আবিষ্কাৰ কৰিছিল Wham Newcomen তেওঁ আছিল UK ।
 
৪১/ ডিজেল ইঞ্জিনৰ প্ৰথম আবিষ্কাৰ কৰিছিল ৰুডলফ কাৰ্ল ডিজেল তেওঁ আছিল জাৰ্মানীৰ।
 
৪২/ ইঞ্জিন ৰেলৰ প্ৰথম আবিষ্কাৰ কৰিছিল ৰিচাৰ্ড ট্ৰেকিথিক তেওঁ আছিল ইউ কে। 
 
43/ জেট ইঞ্জিনৰ প্ৰথম আবিষ্কাৰ কৰিছিল চাৰ ফ্ৰেংক হুইটলি তেওঁ আছিল ইংলেণ্ড (ব্ৰিটেইনৰ)
Previous Post Next Post