WHAT HAPPENED TODAY IN HISTORY 21 FEBRUARY (ফ্ৰেব্ৰুৱাৰী) আজি দিনটোৰ বিশেষ

২১ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-
১/১৯৪৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল জয়কান্ত গন্ধীয়াৰ তেওঁ আছিল এগৰাকী অসমীয়া গৱেষক আৰু লোকশিল্পী।
২/ ১৯৬১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল অভিজিৎ বেনাৰ্জীৰ তেওঁ আছিল এগৰাকী ভাৰতীয় আমেৰিকান অর্থনীতিবিদ।
৩/ ১৯৬৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল স্কট যোচেফ কেলি তেওঁ এগৰাকী আমেৰিকান অভিযন্তা আৰু মহাকাশচাৰী।
৪/ ১৯৮০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল জিগমে খেচাৰ নামগৱেল ৱাংচুক তেওঁ এগৰাকী ভূটানৰ পঞ্চম আৰু বর্তমান "ড্রোক গ্যাল্প" বা "ড্ৰেগন ৰজা"।
৫/ ১৮২৯ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল কিট্টুৰ চেন্নাম্মা তেওঁ আছিল বৰ্তমানৰ কৰ্ণাটকৰ অন্তৰ্গত দেশীয় ৰাজ্য কিট্টুৰৰ ৰাণী।
৬/ ১৯৯০ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল জোহৰাবাই অষালেৱালী ৰ তেওঁ আছিল এগৰাকী ভাৰতীয় কণ্ঠশিল্পী।
৭/ ১৯৯১ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল নূতন সামর্থৰ তেওঁ আছিল এগৰাকী ভাৰতীয় অভিনেত্রী।
৮/২০১৬ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল কলানিধি নাৰায়ণৰ তেওঁ আছিল এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু ভাৰতনাট্যমৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ শিক্ষক
৯/ আজিৰ এই বিশেষ দিনটো আন্তর্জাতিক মাতৃভাষা দিৱস হিচাবে পালন কৰা হয়।
১০/আজিৰ এই বিশেষ দিনটো দক্ষিণ আফ্রিকা সশস্ত্র বাহিনী দিৱস হিচাপে পালন কৰা হয় 
Previous Post Next Post