২২ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-
১/ ১৮৫৭ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল লর্ড বেডেন পাৱেলৰ তেওঁ আছিল এগৰাকী স্কাউট' শিক্ষা পদ্ধতিৰ প্রবর্তক।
২/ ১৯১৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল দেৱকান্ত বৰুৱাৰ তেওঁ আছিল এগৰাকী অসমীয়া ৰোমান্তিক কবি।
৩/ ১৯৩৭ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল সাবিত্রী চট্টোপাধ্যায়ৰ তেওঁ আছিল এগৰাকী ভাৰতীয় অভিনেত্রী।
৪/ ১৯৬৫ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ইছমাইল হোছেইনৰ তেওঁ আছিল এগৰাকী অসমীয়া কবি, সমালোচক আৰু গৱেষক।
৫/ ১৯৮৫ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল বোম্বাইলা দেৱী লাইশ্রামৰ তেওঁ আছিল এগৰাকী ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ।
৬/ ১৯৪৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল কস্তুৰবা গান্ধীৰ তেওঁ আছিল এগৰাকী ভাৰতীয় ৰাজনৈতিক কর্মী।
৭/ ১৯৫৮ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল আবুল কালাম আজাদৰ তেওঁ আছিল ভাৰতীয় এগৰাকী পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা সংগ্রামী।
৮/ ১৯৯৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল বিনন্দ চন্দ্ৰ বৰুৱাৰ তেওঁ আছিল এগৰাকী অসমীয়া কবি ।
৯/ ২০১৫ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল আদ্য শৰ্মাৰ তেওঁ আছিল এগৰাকী অসমীয়া চিত্রশিল্পী।
১০/ছেণ্ট লুচিয়াত আজিৰ দিনটোতে স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
১১/ আজিৰ দিনটোতে ৰাষ্টীয় মেকৰী দিৱস হিচাপে পালন কৰা হয়।