২০ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-
১/ ১৯৮৭ চনৰ আজিৰ দিনটোতে মিজোৰামক ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল।
২/ ১৯৮১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল নুচৰাত ইমৰোজ তিছাৰ তেওঁ আছিল এগৰাকী বাংলাদেশী অভিনেত্রী, মডেল আৰু প্ৰযোজক।
৩/ ১৯৮৮ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰিয়ানা তেওঁ আছিল এগৰাকী বার্বাৰিয়ান অভিনেত্রী।
৪/ ১৯৮৮ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল জিয়া খানৰ তেওঁ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী।
৫/ ১৯৯০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল পত্রলেখা পাল তেওঁ এগৰাকী ভাৰতীয় চলচ্চিত্র অভিনেত্রী।
৬/ ১৯৫০ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল শৰৎচন্দ্ৰ বসু তেওঁ আছিল এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্রামী।
৭/ ২০০৯ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল অমিতা মালিকৰ তেওঁ আছিল এগৰাকী ভাৰতীয় মিডিয়া সমালোচক।
৮/ ২০১৬ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল হীৰেন্দ্ৰ নাথ দত্তৰ তেওঁ আছিল এগৰাকী অসমীয়া কবি আৰু সমালোচক।
৯/ ২০২২ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল শকুন্তলা চৌধুৰীৰ তেওঁ আছিল এগৰাকী ভাৰতীয় সমাজ কর্মী।
১০/ আজিৰ দিনটোতে বিশ্ব সামাজিক ন্যায়বিচাৰ দিৱস হিচাপে পালন কৰা হয়।