অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ সভাপতি 2023

অসম সাহিত্য সভাৰ সভাপতিসকল
১৯১৭ চনত পদ্মনাথ গোহাঞিবৰুৱা শিৱসাগৰ
১৯১৮ চনত চন্দ্ৰধৰ বৰুৱা গোৱালপাৰা
১৯১৯ চনত কালিৰাম মেধি বৰপেটা
১৯২০ চনত হেমচন্দ্ৰ গোস্বামী তেজপুৰ
১৯২৩ চনত অমৃতভূষণ দেৱ অধিকাৰী যোৰহাট
১৯২৪ চনত কনকলাল বৰুৱা ‌ ডিব্ৰুগড়
১৯২৪ চনত লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটী
১৯২৫ চনত ৰজনীকান্ত বৰদলৈ নগাঁও
১৯২৬ চনত বেণুধৰ ৰাজখোৱা ধুবুৰী
১৯২৭ চনত তৰুণৰাম ফুকন গোৱালপাৰা
১৯২৯ চনত কমলাকান্ত ভট্টাচাৰ্য্য যোৰহাট
১৯৩০ চনত মফিজুদ্দিন আহমদ হাজৰিকা গোলাঘাট
১৯৩১ চনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰী শিৱসাগৰ
১৯৩৩ চনত জ্ঞানদাভিৰাম বৰুৱা উত্তৰ লখিমপুৰ
১৯৩৪ চনত আনন্দ চন্দ্ৰ আগৰৱালা মঙ্গলদৈ
১৯৩৬ চনত ৰঘুনাথ চৌধাৰী তেজপুৰ
১৯৩৭ চনত কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী
১৯৪০ চনত ময়িদুল ইছলাম বৰা যোৰহাট
১৯৪৪ চনত নীলমণি ফুকন শিৱসাগৰ
১৯৪৭ চনত নীলমণি ফুকন ডিব্ৰুগড়
১৯৫০. চনত অম্বিকাগিৰী ৰায়চৌধুৰী মাৰ্ঘেৰিটা
১৯৫৩ চনত সূৰ্য্যকুমাৰ ভূঞা শ্বিলং
১৯৫৪ চনত নলিনীবালা দেৱী যোৰহাট
১৯৫৫. চনত যতীন্দ্ৰনাথ দুৱৰা গুৱাহাটী
১৯৫৬ চনত বেণুধৰ শৰ্মা ধুবুৰী
১৯৫৮. চনত পদ্মধৰ চলিহা তিনিচুকীয়া
১৯৫৯ চনত অতুল চন্দ্ৰ হাজৰিকা নগাঁও
১৯৬০. চনত ত্ৰৈলোক্যনাথ গোস্বামী পলাশবাৰী
১৯৬১ চনত ত্ৰৈলোক্যনাথ গোস্বামী গোৱালপাৰা
১৯৬৩. চনত ৰত্নকান্ত বৰকাকতী নাজিৰা
১৯৬৪ চনত মিত্ৰদেৱ মহন্ত ডিগবৈ
১৯৬৫. চনত ডিম্বেশ্বৰ নেওগ নলবাৰী
১৯৬৬. চনত বিনন্দ চন্দ্ৰ বৰুৱা উত্তৰ লক্ষিমপুৰ
১৯৬৭. চনত নকুলচন্দ্ৰ ভূঞা ডিব্ৰুগড়
১৯৬৮ চনত জ্ঞাননাথ বৰা তেজপুৰ
১৯৬৯. চনত আনন্দ চন্দ্ৰ বৰুৱা বৰপেটা
১৯৭০. চনত উপেন্দ্ৰচন্দ্ৰ লেখাৰু ধিং
১৯৭১ চনত তীৰ্থনাথ শৰ্মা মাকুম
১৯৭২ চনত হেম বৰুৱা ধুবুৰী
১৯৭৩. চনত গিৰিধৰ শৰ্মা ৰঙিয়া
১৯৭৪ চনত মহেশ্বৰ নেওগ মঙ্গলদৈ
১৯৭৫ চনত সত্যেন্দ্ৰনাথ শৰ্মা তিতাবৰ
১৯৭৬. চনত যজ্ঞেশ্বৰ শৰ্মা টিহু
১৯৭৭. চনত চৈয়দ আব্দুল মালিক অভয়াপুৰী
১৯৭৮ চনত প্ৰসন্নলাল চৌধুৰী গোলাঘাট
১৯৭৯. চনত অতুল চন্দ্ৰ বৰুৱা শুৱালকুছি
১৯৮০. চনত যতীন্দ্ৰনাথ গোস্বামী ৰহা 
১৯৮১. চনত সীতানাথ ব্ৰহ্মচৌধুৰী তিনিচুকীয়া
১৯৮২. চনত সীতানাথ ব্ৰহ্মচৌধুৰী ডিফু
১৯৮৩ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঙাইগাঁও
১৯৮৫ চনত যোগেশ দাস বিহপুৰীয়া
১৯৮৬ চনত বীৰেণ বৰকটকী কামপুৰ
১৯৮৭. মহেন্দ্ৰ বৰা পাঠশালা
১৯৮৮ চনত কীৰ্তিনাথ হাজৰিকা হাইলাকান্দি
১৯৮৯. চনত মহিম বৰান ডুমডুমা
১৯৯০. চনত নৱকান্ত বৰুৱা বিশ্বনাথ চাৰিআলি
১৯৯১ চনত নিৰ্মলপ্ৰভা বৰদলৈ দুধনৈ
১৯৯২. চনত লক্ষ্যধৰ চৌধুৰী গোৰেশ্বৰ
১৯৯৩. চনত ভূপেন হাজৰিকা শিৱসাগৰ
১৯৯৪. চনত লীলা গগৈ মৰিগাঁও
১৯৯৫. চনত হিতেশ ডেকা সৰ্থেবাৰী
১৯৯৬. চনত লক্ষ্মীনন্দন বৰা বোকাখাত
১৯৯৭ চনত নগেন শইকীয়া বিলাসীপাৰা
১৯৯৮ চনত নগেন শইকীয়া হাওৰাঘাট
১৯৯৯ চনত চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া হাজো
২০০০. চনত চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া যোৰহাট
২০০১ চনত হোমেন বৰগোহাঞি ডিব্ৰুগড়
২০০২. চনত হোমেন বৰগোহাঞি কলগাছিয়া
২০০৩. চনত বীৰেন্দ্ৰনাথ দত্ত উত্তৰ লখিমপুৰ
২০০৪. চনত বীৰেন্দ্ৰনাথ দত্ত হোজাই
২০০৫. চনত কনকসেন ডেকা ছিপাঝাৰ
২০০৬. চনত কনকসেন ডেকা বেলশৰ
২০০৭ চনত কনকসেন ডেকা চাপৰ
২০০৯ চনত ৰংবং তেৰাং ধেমাজি
২০১০. চনত ৰংবং তেৰাং দেৰগাঁও
২০১৩. চনত ইমৰাণ শ্বাহ বৰপেটা ৰোড
২০১৫ চনত ডাঃ ধ্ৰুৱজ্যোতি বৰা কলিয়াবৰ
২০১৭. চনত লক্ষ্মীনন্দন বৰা শিৱসাগৰ,শতবৰ্ষ অধিবেশন
২০১৮ চনত পৰমানন্দ ৰাজবংশী বৰডুমচা
২০২০. চনত কুল শইকীয়া শুৱালকুছি, কামৰূপ
২০২২ চনত ড°সূৰ্যকান্ত হাজৰিকা নাৰায়ণপুৰ (২০২৩)


Previous Post Next Post