২৩ ফেব্ৰুৱাৰী আজি দিনটোৰ বিশেষ:-
১/ ১৯১১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল তীৰ্থনাথ শৰ্মাৰ তেওঁ আছিল এগৰাকী অসমীয়া শিক্ষাবিদ আৰু সাহিত্যিক।
২/ ১৯৫৭ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল মামাং দাইৰ তেওঁ আছিল এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক।
৩/ ১৯৫৮ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল নাজনীন তেওঁ আছিল এগৰাকী ভাৰতীয় অভিনেত্রী।
৪/ ১৯৬০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল নাৰুহিটৰ তেওঁ আছিল এগৰাকী জাপানৰ সম্রাট।
৫/ ১৯৬৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ডিডিয়াৰ কুয়েলজ তেওঁ আছিল এগৰাকী ছুইছ জ্যোতির্বিজ্ঞানী।
৬/ ১৯৬৭ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল অনুপমা চোপ্ৰাৰ তেওঁ আছিল এগৰাকী ভাৰতীয় ছবি সমালোচক, লেখক আৰু সাংবাদিক। ৭/১৯৬৯ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ভাগ্যশ্রী পটৱৰ্ধনৰ তেওঁ আছিল ভাৰতীয় অভিনেত্ৰী আৰু সমাজকর্মী।
৮/ ১৯৮২ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল কৰন সিং গ্রোভাৰৰ তেওঁ আছিল এগৰাকী ভাৰতীয় টেলিভিছনৰ অভিনেতা আৰু মডেল।
৯/ ১৯৯৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল তৃপ্তি ডিমৰিৰ তেওঁ আছিল এগৰাকী ভাৰতীয় অভিনেত্রী।
১০/ ১৮২১ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল জন কীটছৰ তেওঁ আছিল এগৰাকী ইংৰাজ কবি।
১১/ ১৮৫৫ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল কার্ল ফ্ৰিডৰিখ গাউছ তেওঁ আছিল এগৰাকী জার্মান গণিতজ্ঞ আৰু পদাৰ্থ- বিজ্ঞানী।
১২/ ১৯৫২ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল কীর্তিনাথ শৰ্মা বৰদলৈৰ তেওঁ আছিল এগৰাকী অসমীয়া সংগীতজ্ঞ।
১৩/ ১৯৬৯ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল মধুবালাৰ তেওঁ আছিল এগৰাকী ভাৰতীয় অভিনেত্রী।
১৪/ আজিৰ দিনটোতে ব্রুনেই ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰে।
১৫/ আজিৰ দিনটোতে তাজিকিস্তান সশস্ত্র বাহিনী দিৱস হিচাপে পালন কৰে।