General knowledge of assam pdf I assamese gk question answer 2023

1// ১৯১৭  চনত  শিৱসাগৰ অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল?

উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা    
উত্তৰ:- চন্দ্ৰধৰ বৰুৱা    
উত্তৰ:- হেমচন্দ্ৰ গোস্বামী   
উত্তৰ:-কালিৰাম মেধি  

2/ ১৯১৮  চনত গোৱালপাৰআ অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল?         

উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা    
উত্তৰ:- চন্দ্ৰধৰ বৰুৱা    
উত্তৰ:- হেমচন্দ্ৰ গোস্বামী   
উত্তৰ:-কালিৰাম মেধি  

3/ ১৯১৯  চনত বৰপেটা অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল?           

 উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা    
উত্তৰ:- চন্দ্ৰধৰ বৰুৱা    
উত্তৰ:- হেমচন্দ্ৰ গোস্বামী   
উত্তৰ:-কালিৰাম মেধি

4/ ১৯২০  চনত তেজপুৰ অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল?          
     
উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা    
উত্তৰ:- চন্দ্ৰধৰ বৰুৱা    
উত্তৰ:- হেমচন্দ্ৰ গোস্বামী   
উত্তৰ:-কালিৰাম মেধি

5/ ভাৰতৰ প্ৰথম মহিলা কেবিনেট মন্ত্ৰী কোন?

উত্তৰ:- ৰাজকুমাৰী অমৃতা কৌৰ।
উত্তৰ:- মীৰা কুমাৰ৷
উত্তৰ:-বাচেন্দ্ৰী পাল।
উত্তৰ:-কোনেৰু হাম্পি।

6/ ভাৰতৰ প্ৰথম মহিলা স্পিকাৰ (লোকসভা)  কোন ? 

উত্তৰ:- ৰাজকুমাৰী অমৃতা কৌৰ।
উত্তৰ:- মীৰা কুমাৰ৷
উত্তৰ:-বাচেন্দ্ৰী পাল।
উত্তৰ:-কোনেৰু হাম্পি।

7/  ভাৰতৰ প্ৰথম এভাৰেষ্ট বিজয়ী মহিলা কোন ? 

উত্তৰ:- ৰাজকুমাৰী অমৃতা কৌৰ।
উত্তৰ:- মীৰা কুমাৰ৷
উত্তৰ:-বাচেন্দ্ৰী পাল।
উত্তৰ:-কোনেৰু হাম্পি।

 8/ভাৰতৰ প্ৰথম মহিলা গ্ৰ্যাল্ডমাস্টাৰ (দাবা) কোন ? 

উত্তৰ:- ৰাজকুমাৰী অমৃতা কৌৰ।
উত্তৰ:- মীৰা কুমাৰ৷
উত্তৰ:-বাচেন্দ্ৰী পাল।
উত্তৰ:-কোনেৰু হাম্পি।
 
9/ ভাৰতৰ প্ৰথম মহিলা আইনজীবী  কোন ?

উত্তৰ:- ৰাজকুমাৰী অমৃতা কৌৰ।
উত্তৰ:- মীৰা কুমাৰ৷
উত্তৰ:-বাচেন্দ্ৰী পাল।
উত্তৰ:-কৰ্নেলিয়া সোৰাবজী। 

10/ভাৰতৰ প্ৰথম মহিলা ১০5০ অফিচাৰ কোন ?

উত্তৰ:- ৰাজকুমাৰী অমৃতা কৌৰ।
উত্তৰ:- মীৰা কুমাৰ৷
উত্তৰ:-বাচেন্দ্ৰী পাল।
উত্তৰ:-কিৰন বেদী।
Previous Post Next Post