অসমৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল ? ভাৰতৰ দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি কোন আছিল ?

ক/ ভাৰতৰ প্ৰথম মহিলা অলিম্পিক ইভেন্ট ফাইনালিস্ট কোন ?
১)পি.টি.উষা৷
২)মমতা বেনা্জী।
৩)হকিতা কৌৰ দেওল।
৪)কমলজিৎ সাধু

খ/ ভাৰতৰ প্ৰথম মহিলা ৰেলমন্ত্ৰী কোন ?
১)পি.টি.উষা৷
২)মমতা বেনা্জী।
৩)হকিতা কৌৰ দেওল।
৪)কমলজিৎ সাধু


গ/ ভাৰতৰ প্ৰথম মহিলা পাইলট (এয়াৰ ফোৰ্স) কোন?
১)পি.টি.উষা৷
২)মমতা বেনা্জী।
৩)হকিতা কৌৰ দেওল।
৪)কমলজিৎ সাধু


ঘ/ ভাৰতৰ প্ৰথম এছিয়ান গেমছ স্বৰ্ণ পদক বিজয়ী
মহিলা কোন?
১)পি.টি.উষা৷
২)মমতা বেনা্জী।
৩)হকিতা কৌৰ দেওল।
৪)কমলজিৎ সাধু


ঙ/ ভাৰতে INS Vikrant ৰ বাবে কিমানখন যুঁজাৰু বিমান ক্ৰয় কৰিব?
উত্তৰ : ২৬ খন ।
উত্তৰ :২৭ খন।
উত্তৰ :২৯খন।
উত্তৰ : ২৮ খন

চ/ চৰকাৰী তথ্য অনুসৰি বিত্তীয় বৰ্ষ ২২ ত ভাৰতৰ জিডিপি কিমান শতাংশ হাৰত বৃদ্ধি হৈছে?
উত্তৰ : ৮.৭% ।
উত্তৰ : ৮.৮%
উত্তৰ : ৮.৯%
উত্তৰ : ৮.৬%

ছ/অমিত শ্বাহে কোনখন চহৰত নতুন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিছে?
উত্তৰ : আহমেদাবাদ ।
উত্তৰ : নতুন দিল্লীৰ
উত্তৰ : গুৱাহাটী 
উত্তৰ : কলকাতা 

জ/ বাংলাদেশ-ভাৰত যাত্ৰীবাহী ৰেল সেৱা কিমান বছৰৰ পিছত পুনৰ আৰম্ভ হ'ব?
উত্তৰ : ২ বছৰ ।
উত্তৰ : ১ বছৰ 
উত্তৰ : ৩ বছৰ 
উত্তৰ : ৫ বছৰ

ঝ/World Milk Day বিশ্বৰ কোন দিনটোত পালন কৰা হয়?
উত্তৰ : ১ জুন
উত্তৰ : ১ জুলাই
উত্তৰ : ১ মে
উত্তৰ : ১ এপ্ৰিল 

ঞ/কোনখন দেশে চীনা মুদ্ৰা ব্যৱহাৰ কৰা আৰম্ভ কৰিব?
উত্তৰ : পাকিস্তান ।
উত্তৰ : শ্ৰীলংকা 
উত্তৰ : নেপাল
উত্তৰ : বাংলাদেশ
Previous Post Next Post