২৯ জানুৱাৰী আজি দিনটোৰ বিশেষ:-
১/ ১৯৯৬ চনৰ আজিৰ দিনটোতে ভেনিছৰ লা ফেনিছ অপেৰা হাউছ অগ্নিকাণ্ডত জাহ যায়।
২/ ২০১৫ চনৰ আজিৰ দিনটোতে মালয়েছিয়াৰ সন্ধানহীন হোৱা মালয়েছিয়া এয়াৰলাইন্স ফ্লাইট ৩৭০ক দুর্ঘটনা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ সকলো যাত্ৰী আৰু কৰ্মচাৰীক মৃত হিচাপে ঘোষণা কৰে।
৩/ ১৯২৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল আব্দুছ ছালাম তেওঁ আছিল ঊন'বেল পুৰস্কাৰ বিজয়ী আৰু তেওঁ আছিল এগৰাকী পাকিস্তানী তত্ত্বীয় পদার্থবিজ্ঞানী।
৪/ ১৯৩৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৱাল্টাৰ লুইন তেওঁ আছিল এগৰাকী ডাচ্চ জ্যোতির্পদার্থবিজ্ঞানী আৰু মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকনলজীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক।
৫/ ১৯৪৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল এম হুছেইন তেওঁ আছিল এগৰাকী অসমৰ মঞ্চ যাদুকৰ ৷
৬/ ১৯৬২ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল গৌৰী লংকেশ তেওঁ আছিল এগৰাকী ভাৰতীয় সাংবাদিক আৰু সক্ৰিয় সমাজকর্মী।
৭/ ১৯৭০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰাজ্যৱৰ্ধন সিং ৰাখোড় তেওঁ আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু পূৰ্বৰ অলিম্পিয়ান।
৮/ ১৮৬০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল আণ্টন পাভলোভিচ চেখভ তেওঁ আছিল এগৰাকী ৰুছ চিকিৎসক, চুটী- গল্পকাৰ আৰু নাট্যকাৰ।
৯/ ১৯৬৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰবাৰ্ট ফ্ৰ'ষ্ট তেওঁ আছিল এগৰাকী আমেৰিকাৰ কবি।
১০/ ২০১৯ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল জর্জ ফার্নাণ্ডেজ তেওঁ আছিল এগৰাকী ভাৰতৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী।
১১/ ২০১৯ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল দীপক ভট্টাচাৰ্য তেওঁ আছিল এগৰাকী অসমৰ ৰাজনীতিবিদ।
১২/কান্সাছ, যুক্তৰাষ্টত আজিৰ দিনটোতে কান্সাছ দিৱস হিচাপে পালন কৰি আহিছে।