WHAT HAPPENED TODAY IN HISTORY 30 January (জানুৱাৰী) আজি দিনটোৰ বিশেষ

৩০ জানুৱাৰী আজি দিনটোৰ বিশেষ:-
 
১/ ১৯৩৩ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ চেনচেলৰ পদত এডল্ফ হিটলাৰে আৰোহণ কৰিছিল।
২/ ১৯১০ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল চিদাম্বৰম সুব্রমনিয়াম তেওঁ আছিল এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্রামী।
৩/ ১৯১৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল অমৃতা শ্বেৰগিল তেওঁ আছিল এগৰাকী হাংগেৰীয়ান ভাৰতীয় চিত্রশিল্পী।
৪/ ১৯২৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ড° অমলেন্দু গুহ তেওঁ আছিল এগৰাকী অসমৰ ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক।
৫/ ১৯৪১ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল দীপালী বৰঠাকুৰ তেওঁ আছিল এগৰাকী অসমৰ এগৰাকী স্বনামধন্য গায়িকা।
৬/ ১৯৪৮  চনৰ আজিৰ দিনটোতে জন্ম হৈছিল আকিৰা য়শ্বিন তেওঁ আছিল এগৰাকী জাপানী ৰসায়নবিদ। 
৭/ ১৯৪৮ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল মহাত্মা গান্ধী তেওঁক ভাৰতৰ জাতিৰ পিতা বুলি কোৱা হয় আৰু তেওঁ আছিল ভাৰতৰ স্বাধীনতা সংগ্রামী মূখ্য ব্যক্তি।
৮/ ২০১৩ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল সোণাৰাম চুতীয়া তেওঁ আছিল এগৰাকী অসমীয়া শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু।
৯/ ২০২২ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল অনুপমা ভট্টাচাৰ্য তেওঁ আছিল অসমৰ চলচ্চিত্র অভিনেত্রী।
১০/ আজি এই বিশেষ দিনটো ভাৰতবৰ্ষত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।
১১/ আজি এই বিশেষ দিনটো  গ্ৰীচত শিক্ষক দিৱস হিচাপে পালন কৰা হয়।
Previous Post Next Post