WHAT HAPPENED TODAY IN HISTORY 25 January (জানুৱাৰী) আজিৰ দিনটো বিশেষ

25 জানুৱাৰী আজি দিনটোৰ বিশেষ:-
 
১/ ১৭৫৫ চনৰ আজিৰ দিনটোতে মস্কো বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল।
২/ ১৮৮১ চনৰ আজিৰ দিনটোতে টমাছ আলভা এডিচন আৰু আলেকজেণ্ডাৰ গ্ৰেহামবেলে "Oriental Telephone Company " প্ৰতিষ্ঠা কৰে ।
৩/ ১৯১৮ চনৰ আজিৰ দিনটোতে বলচেভিক ৰাছিয়াৰ পৰা ইউক্রেইনে স্বাধীনতা ঘোষণা কৰিছিল।
৪/ ১৯৪৯ চনৰ আজিৰ দিনটোতে এমী পুৰস্কাৰৰ আৰম্ভণি কৰা হৈছিল।
৫/  ১৯৮০ চনৰ আজিৰ দিনটোতে মাদাৰ টেৰেছাক "ভাৰত ৰত্ন" প্ৰদান কৰা হৈছিল।
৬/ ২০০৫ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ মহাদেৱী মন্দিৰত ভক্তৰ ভিৰৰ বাবে হোৱা দৌৰা-দৌৰিত প্ৰায় ২৫৮জন লোকৰ মৃত্যু হৈছিল।
৭/  ২০১১ চনৰ ২৫ জানুৱাৰী তাৰিখে প্ৰতি বছৰে ভাৰতবৰ্ষত "ৰাষ্ট্ৰীয় ভোটাৰ দিৱস" পালন কৰি আহিছে। ভাৰতৰ নিৰ্বাচনী আয়োগৰ ৬১তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে এই দিৱসৰ আনুষ্ঠানিক পাতনি মেলিছিল।
৮/ প্ৰতি বছৰৰ আজিৰ দিনটোতে "ৰাষ্ট্ৰীয় পৰ্যটন দিৱস” (National Tourism Day) হিচাপে পালন কৰি অহা হৈছে।
৯/ ১৮২৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল বঙালী কবি আৰু প্ৰথম চনেট ৰচয়িতা মধুসুধন দত্তৰ জন্ম হৈছিল 
১০/  ১৯৫৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল মানবেন্দ্ৰ নাথ ৰয়, আন্তর্জাতিক কমিউনিষ্ট আন্দোলনৰ নেতা।
Previous Post Next Post