WHAT HAPPENED TODAY IN HISTORY 26 January (জানুৱাৰী) আজিৰ দিনটো বিশেষ

২৬ জানুৱাৰী আজি দিনটোৰ বিশেষ:-
 
১/ ১৫০০ চনৰ আজিৰ দিনটোতে ভিচেণ্টে য়ানেজ পিঞ্জনৰ ব্ৰাজিললৈ যোৱা প্ৰথমজন ইউৰোপীয় ব্যক্তিৰ খ্যাতি লাভ কৰিছিল।
২/ ১৫৩১ চনৰ আজিৰ দিনটোতে লিখন, পর্তুগেলত হোৱা ভূমিকম্পত হাজাৰ হাজৰ লোকৰ মৃত্যু হৈছিল।
৩/ ১৫৬৪ চনৰ আজিৰ দিনটোতে কাউঞ্চিল অৱ ট্ৰেণ্টে ৰামান কেথলিকত্ব আৰু প্ৰটেষ্টেণ্টসমূহৰ মাজৰ ভেদ স্পষ্ট কৰে।
৪/ ১৫৬৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ অন্তিম হিন্দু ৰাজ্য ৱিজয়ানগৰৰ পতন ঘটিছিল 
৫/ ১৭০০ চনৰ আজিৰ দিনটোতে পশ্চিম আমেৰিকাত ৰিখটাৰ স্কেলত ৯ প্রাবল্যৰ কাস্কেডিয়া ভূমিকম্প হৈছিল।
৬/ ১৮৪১ চনৰ আজিৰ দিনটোতে য়ু কে'ই হংকং দখল কৰিছিল 
৭/  অষ্ট্ৰেলিয়াট আজিৰ দিনটোতে অষ্ট্ৰেলিয়া ডে দিৱস হিচাপে পালন কৰা হয়।
৮/  ডমিনিকান ৰিপাব্লিক আজিৰ দিনটোতে ডুৱার্টে' ডে হিচাপে পালন কৰা হয়।
৯/   যুগাণ্ডা আজিৰ দিনটোতে লিবাৰেচন ডে হিচাপে পালন কৰা হয়।
১০/  ভাৰতবৰ্ষত আজিৰ দিনটোতে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়।
Previous Post Next Post