WHAT HAPPENED TODAY IN HISTORY 24 January (জানুৱাৰী) দিনটোৰ বিশেষ

24 জানুৱাৰী আজি দিনটোৰ বিশেষ:-
 
১/ ১৭৩৯ চনৰ আজিৰ দিনটোতে পেচোৱা বীৰ "চিমনাজী আপ্পা"ই পৰ্টুগীজক হৰুৱাই "টাৰাপুৰ দুৰ্গ" পুনৰুদ্ধাৰ কৰে।
২/ ১৮৫৭ চনৰ আজিৰ দিনটোতে দক্ষিণ এছিয়াৰ প্ৰথমখন আধুনিক শিক্ষাৰ বিশ্ববিদ্যালয় "কলিকতা বিশ্ববিদ্যালয়" আনুষ্ঠানিক ভাৱে
মুকলি কৰা হৈছিল।
৩/ ১৮৬২ চনৰ আজিৰ দিনটোতে ৰোমানিয়াৰ ৰাজধানী হিচাপে "বুখাৰেষ্ট "ক মান্যতা প্ৰদান কৰা হৈছিল।
৪/ ১৯০৮ চনৰ আজিৰ দিনটোতে"ৰবাৰ্ট বেডেন পাৰেলে" "বয় স্কাউট"ৰ গঠন কৰা হৈছিল।
৫/ ১৯৫০ চনৰ আজিৰ দিনটোতে "জন গন মন..." সংগীত টোক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল 
৬/ ১৯৮৪ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম পার্চনেল কম্পিউটাৰ এপ'লৰ "মেচিনটছ"ৰ বিক্ৰী আৰম্ভ কৰা হৈছিল।
৭/ ১৯৪৩ চনৰ সুভাষ ঘাই, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
৮/ ১৯৬৫ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল উইনষ্টন চার্চিল তেওঁ আছিল ইংলেণ্ডৰ এগৰাকী প্ৰাক্তন প্রধানমন্ত্রী।
৯/ ১৯৬৬ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল হোমী জাহাংগীৰ ভাবা তেওঁ আছিল ভাৰতীয় এগৰাকী বিজ্ঞানী।
১০/ আজি দিনটোত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপে পালন কৰা হয় ভাৰতবৰ্ষত।
Previous Post Next Post