WHAT HAPPENED TODAY IN HISTORY 23 January (জানুৱাৰী) আজি দিনটোৰ বিশেষ

23 জানুৱাৰী আজি দিনটোৰ বিশেষ:-
 
১/ ১৫৫৬ চনৰ আজিৰ দিনটোতে চীনৰ ইতিহাসৰ আটাইতকৈ ভয়ানক ভুমিকম্পটো হৈছিল থ'ত প্রায় ৮,৩০,০০০ শতাধিক লোকৰ মৃত্যু হৈছিল।
২/ ১৫৭১ চনৰ আজিৰ দিনটোতে লণ্ডনত ব্যৱসায়িক ভৱন ৰয়েল এক্সেইঞ্জৰ মুকলি কৰা হৈছিল ।
৩/ ১৯৫০ চনৰ আজিৰ দিনটোতে জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিল।
৪/ ১৯৬৮ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়াৰ সাগৰীয় সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত আমেৰিকাৰ জাহাজ "USS Puwelbo"ক জব্দ কৰি ৰাখে।
৫/ ১৯৯৭ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথমগৰাকী মহিলা হিচাপে "মেডলিন অলব্রাইট" Secretary of State নিযুক্ত দিয়া হৈছিল।
৬/ ২০০৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ আৰু দুৰদৰ্শনৰ ওপৰত আৰোপিত "ধুম্ৰপান প্ৰদৰ্শন"ৰ বাধা আঁতৰাই দিয়া হৈছিল।
৭/ ১৮৯৭ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসু মৃত্যু হৈছিল তেওঁ আছিল ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্রামী।
৮/ ১৯২৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল বালাচাহেব ঠাকৰে তেওঁ আছিল শিৱসেনাৰ প্ৰতিষ্ঠাপক।
৯/ ১৯৪৭ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল মেঘৱতী সুকর্ণপুত্রী তেওঁ আছিল ইণ্ডোনেছিয়াৰ পঞ্চম ৰাষ্ট্ৰপতি।
Previous Post Next Post