অসম সাহিত্য সভাৰ ২০২০-২৩ বৰ্ষৰ বঁটা সমূহ

১/ অসম সাহিত্য সভাই ২০২০-২৩ বৰ্ষৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা প্ৰদান কৰে ডঃ এম কামালুদ্দিন আহমেদক।
২/ অসম সাহিত্য সভাই ২০২০-২৩ বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা  বঁটা প্ৰদান কৰে ডঃ পূ্ৰ্ণ ভট্টাচাৰ্যলৈক।
৩/ অসম সাহিত্য সভাই ২০২০-২৩ বৰ্ষৰ বাসন্তী বৰদলৈ বঁটা প্ৰদান কৰে নীলাক্ষি চলিহাক।
৪/ অসম সাহিত্য সভাই ২০২০-২৩ বৰ্ষৰ হেম বৰুৱা বঁটা প্ৰদান কৰে গংগা পদ চৌধুৰীক।
৫/ অসম সাহিত্য সভাই ২০২০-২৩ বৰ্ষৰ বুদুৰাম পাংগিং সোঁৱৰণী বঁটা প্ৰদান কৰে মুকুট শৰ্মাক।
৬/ অসম সাহিত্য সভাই ২০২০-২৩ বৰ্ষৰ ফণী তালুকদাৰ ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা প্ৰদান কৰে অঞ্জলি মহন্তক।
৭/ অসম সাহিত্য সভাই ২০২০-২৩ বৰ্ষৰ ভৰত চন্দ্ৰ বৰুৱা বঁটা প্ৰদান কৰে ভূপেন ৰায়চৌধুৰীক।
৮/ অসম সাহিত্য সভাই ২০২০-২৩ বৰ্ষৰ গিৰিধৰ শৰ্মা বঁটা প্ৰদান কৰে প্ৰতিভা ভাগৱতক।
৯/অসম সাহিত্য সভাই ২০২০-২৩ বৰ্ষৰ অমূল্য বৰুৱা বঁটা প্ৰদান কৰে ৰঞ্জিৎ পাটগিৰিক।
Previous Post Next Post