WHAT HAPPENED TODAY IN HISTORY 22 January (জানুৱাৰী)আজি দিনটোৰ বিশেষ:-

22 জানুৱাৰী আজি দিনটোৰ বিশেষ:-
 
১/ ১৯৬৩ চনৰ আজিৰ দিনটোত দৃষ্টিহীনসকলৰ বাবে জাতীয় গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কৰা হৈছিল 
২) ১৫৬১ চনৰ আজিৰ দিনটোত জন্ম হৈছিল ফ্রান্সিছ বেকন তেওঁ আছিল এগৰাকী ইংৰাজ সাহিত্যিক।
৩/ ১৭৪৭ চনৰ আজিৰ দিনটোত জন্ম হৈছিল টিমথী ডেক্সটাৰ তেওঁ আছিল এগৰাকী আমেৰিকান ব্যৱসায়ী।
৪/ ১৭৮৮ চনৰ আজিৰ দিনটোত জন্ম হৈছিল বায়ৰন তেওঁ আছিল এগৰাকী ইংৰাজ কবি। তেওঁৰ সম্পূৰ্ণ নাম জর্জ গর্ডন।
৫/ ১৮৭৭ চনৰ আজিৰ দিনটোত জন্ম হৈছিল দেশভক্ত তৰুণৰাম ফুকন তেওঁ আছিল এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্রামী।
৬/ ১৯০৮ চনৰ আজিৰ দিনটোত জন্ম হৈছিল লোভ লাগুাউ তেওঁ আছিল এগৰাকী ছ'ভিয়েট পদার্থ বিজ্ঞানী। 
৭/ ১৯২৭ চনৰ আজিৰ দিনটোত জন্ম হৈছিল নিপ বৰুৱা তেওঁ আছিল এগৰাকী অসমীয়া চলচ্চিত্র নির্মাতা।
৮/ ১৯৪৯ চনৰ আজিৰ দিনটোত জন্ম হৈছিল মাণিক চৰকাৰ তেওঁ আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ত্ৰিপুৰাৰ প্রাক্তন মুখ্যমন্ত্রী।
৯/ ১৬৬৬ চনৰ আজিৰ দিনটোত মৃত্যু হৈছিল শাহজাহান তেওঁ আছিল এগৰাকী মোগল সম্রাট। 
১০/ ১৯০১ চনৰ আজিৰ দিনটোত মৃত্যু হৈছিল ৰাণী ভিক্টোৰিয়া তেওঁ আছিল এগৰাকী ইংলেণ্ডৰ ৰাণী ।
১১/ ১৯৯৬ চনৰ আজিৰ দিনটোত মৃত্যু হৈছিল দুৰ্গেশ্বৰ বৰঠাকুৰ তেওঁ আছিল এগৰাকী নাট্যকাৰ, অভিনেতা আৰু অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ।
Previous Post Next Post