১/ বিখ্যাত লেখক আৰ্ণেষ্ট হেমিংৱে The Old Man and the Sea কিতাপৰ বাবে নবেল বঁটা লাভ কৰিছিল।
২/ শ্বেক্সপীয়েৰে মুঠতে ৩৭ খন নাট লিখিছিল।
৩/ ইংৰাজী কবিতাৰ জনক’ জিওফ্ৰি চচাৰক কোৱা হয়।
৪/ “মোৰ মায়েই মোৰ সমস্ত অনুপ্ৰেৰণাৰ উৎস”- ভাৰতত জন্ম গ্ৰহণ কৰা কিৰণ দেশায়ে ২০০৬ চনৰ “বুকাৰ বঁটা” লাভ কৰি উৎফুল্লিত হৈ এইদৰে মন্তব্য কৰিছিল। দাঁ ইনহেৰিটেন্স অৱ লছ’ (The Inheritance of Loss) উপন্যাসৰ বাবে তেওঁ ‘বুকাৰ বঁটা’ লাভ কৰিছে।
৫/ ফিৰদৌছি লেখকক এছিয়াৰ ‘হোমাৰ’ বোলা হয়।
৭/ ‘Glimpses of world History’ জৱাহৰলাল নেহৰুৱে লিখিছে।
৮/ বিখ্যাত ফৰাচী লেখক ভল্টেয়াৰৰ প্ৰকৃতত নাম হ'ল ফ্ৰাচোঁৱা মেৰী অৰুৱে।
৯/ ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী চাৰ উইনষ্টন লিওনাৰ্ড চাৰ্চিলে ; তেও৬ৰ ছটা খণ্ডত লিখা ‘দ্য চেকেণ্ড ৱৰ্লড ৱাৰ’ নামৰ গ্ৰন্থখনৰ বাবে, ১৯৫৩ চনত নোবেল বঁটা লাভ কৰিছিল।
১০/ Croward’s die many a time before death – এই বিখ্যাত উক্তিটো শ্বেক্সপীয়েৰ কৈছিল।