🌼 Google ৰ প্ৰতিষ্ঠাতা হ'ল লেৰী পেজ আৰু চাৰ্গেন ব্ৰিন প্রতিষ্ঠিত হয় ৪ চেপ্তেম্বৰত, ১৯৯৮ চনত।
🌼 Facebook ৰ প্ৰতিষ্ঠাতা হ'ল মাৰ্ক জুকাৰবাৰ্গ প্রতিষ্ঠিত হয় ফেব্ৰুৱাৰী ৪ তাৰিখে ২০০৪ চনত।
🌼 YouTube ৰ প্ৰতিষ্ঠাতা হ'ল ষ্টিভ চেন চাড হাৰ্লে জাৱেদ কৰিম প্রতিষ্ঠিত হয় ফেব্ৰুৱাৰী ১৪ তাৰিখে ২০০৫ চনত।
🌼 Yahoo! ৰ প্ৰতিষ্ঠাতা হ'ল ডেভিল ফিলো, জেৰী য়াং প্রতিষ্ঠিত হয় মাৰ্চত ১৯৯৪ চনত।
🌼Baidu ৰ প্রতিষ্ঠিত হয় জানুৱাৰী ১ তাৰিখে।
🌼 Wikipedia ৰ প্ৰতিষ্ঠাতা হ'ল জিমি ওয়েলস আৰু ল্যাৰি স্যঙ্গাৰ প্রতিষ্ঠিত হয় ১৫ জানুৱাৰী ২০০১।
🌼 Windows Live ৰ প্রতিষ্ঠিত হয় ১ নবেম্বৰ ২০০৫।
🌼 Amazon ৰ প্ৰতিষ্ঠাতা হ'ল জেফ বেজ'চ প্রতিষ্ঠিত হয় ১৯৯৪ চনত।
🌼 Tencent QQ ৰ প্রতিষ্ঠিত হয় ফেব্ৰুৱাৰী ১৯৯৯ চনত।
🌼 Twitter ৰ প্ৰতিষ্ঠাতা হ'লEvan Williams Biz Stone & Jack Dorsey প্রতিষ্ঠিত হয় মাৰ্চৰ ২১ তাৰিখে ২০০৬ চনত।