অসমৰ কোনো খন জিলাক কি বুলি জনাজাত

১. পূৱৰ মানচেষ্টাৰ বুলি শুৱালকুছি জিলাক কোৱা হয়।

২. অসমৰ সাংস্কৃতিক ৰাজধানী বুলি যোৰহাট জিলাক কোৱা হয়।

৩. অসমৰ পঞ্চতীৰ্থ বুলি হাজো জিলাত কোৱা হয়।

৪. অসমৰ স্কটলেণ্ড বুলি হাফলং জিলাত কোৱা হয়।

৫. অসমৰ নবদ্বীপ বুলি নলবাৰী জিলাক কোৱা হয়।

৬.শান্তি আৰু প্ৰগতিৰ দেশ বুলি মিজোৰাম ৰাজ্যক কোৱা হয়।

৭. পূৱৰ আমাজন বুলি দিহিং পাটকাই কোৱা হয়।

৮. পূৱৰ চুইজাৰলেণ্ড বুলি নাগালেণ্ড কোৱা হয়।

৯. চাহৰ নগৰ বুলি ডিব্ৰুগড় জিলাক কোৱা হয়।

১০. প্ৰেমত নগৰী বুলি তেজপুৰক কোৱা হয়।

১১. সত্ৰৰ নগৰী বুলি বৰপেটা জিলাৰ কোৱা হয়।

Previous Post Next Post