অসম চৰকাৰৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ লাগতীয়াল প্ৰশ্ন উত্তৰ ১

 (১) জোনবিল মেলা পালন কৰা হয় মাঘ মাহত ।


 (২) ভাৰতীয় জীৱন বীমা নিগম গঠন কৰা হৈছিল ১৯৫৬ চনৰ ১ ছেপ্টেম্বৰত ।


 (৩) চমাংকান উৎসৱ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পালন কৰে ।


 (৪) অসম ছাত্ৰ সন্মিলনীৰ গঠন ১৯১৬ চনত ।


 (৫) এজন মানুহে দিনত উশাহ লয় ২২,০০০ বাৰ 


 (৬) মধ্য প্ৰদেশত উচ্চ ন‍্যায়ালয় অৱস্থিত JABALPUR ।


 (৭) পৃথিৱীৰ গভীৰতম মহাসাগৰ খন হ'ল প্ৰশান্ত মহাসাগৰ ।


 (৮) ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নতুন মুদ্ৰা নীতি ঘোষণা কৰে ৮ ছেপ্টেম্বৰ ২০১৬।


 (৯) ডাক টিকটত ছবি প্ৰকাশ পোৱা প্ৰথম অসমীয়া সাহিত্যিক গৰাকী হ'ল  লক্ষ্মীনাথ বেজবৰুৱা। 


 (১০) কথক নৃত্য  জড়িত ৰাজ্যৰ খন হ'ল উত্তৰ প্ৰদেশ ।


 (১১) গুৰু ভটিমাৰ প্ৰৱৰ্তক হ'ল মাধৱদেৱ ।


 (১২) অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান।


 (১৩) ফৰকান্তি ৰাভা জনগোষ্ঠীৰ লোকসকলে পালন কৰে।


 (১৪) ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত খণ্ডৰ বেংকটো হ'ল HDFC BANK ।


 (১৫) লোক আদালত প্ৰথমে গুজৰাট  অনুষ্ঠিত হৈছিল।


 (১৬) অসমৰ আটাইতকৈ ওখ শৃংগটোৰ হ'ল লাইকে। 


 (১৭) কথাকলি নৃত্য কোনখন কেৰেলা ৰাজ্যৰ লগত জড়িত।


 (১৮) লালা লাজপত ৰায়ৰ প্ৰচেষ্টাত ভাৰতত PUNJAB NATIONAL BANK গঠন কৰা হয়।


 (১৯) চিগাৰেট ধূমপানৰ ফলত কাৰ্বন মনোক্সাইড গেছৰ নিৰ্গত হয়। 


 (২০) গৰম পানী উহ পোৱা যায়  নামবৰত।


 (২১) চিকিৎসক দিৱস পালন কৰা হয় ১ জুলাই তাৰিখে। 


 (২২) গুপ্ত যুগত পুনৰজাগৰণ ঘটাঁ ধৰ্মটো হ'ল বৌদ্ধ ধৰ্ম ।


 (২৩) ২০২০ বৰ্ষত কোনে দাদা চাহেব ফাল্কে বঁটা লাভ কৰে SUPERSTAR RAJINIKANTH ।


 (২৪) বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা পৰিমাণ হ'ল ৭৮.০৯% ।


(২৫) ভাৰতবৰ্ষত  চৰকাৰী ভাষা আয়োগ গঠন কৰা হয় ৭ জুন, ১৯৫৫ চনত। 


 (২৬) সংবিধানৰ ২৪ তম  সংশোধনৰ দ্বাৰা মৌলিক অধিকাৰ সংশোধন কৰাৰ ক্ষমতা সংসদক দিয়া হয়।


 (২৭) পানিপথৰ প্ৰথম যুদ্ধ হৈছিল বাবৰ আৰু ইব্ৰাহিম লোডী ।


 (২৮) ইংৰাজে আফু খেতি বন্ধ কৰে ১৮৬১ চনত। 


 (২৯) 'ৰাজতৰংগিণী' ৰচনা কলহনৰ।


 (৩০) মোহিনী অট্টম নৃত্য কেৰেলা ৰাজ্য ৰ লগত জড়িত ।


 (৩১) 'দাস বংশৰ' শ্ৰেষ্ঠ ৰজাজন হ'ল ইলতুৎমিচ ।


 (৩২) 'হিন্দ স্বৰাজ' গ্ৰন্থখনৰ লিখক হ'ল মহাত্মা গান্ধী। 


 (৩৩) ভাৰতৰ শেষ মোগল সম্ৰাটজন হ'ল দ্বিতীয় বাহাদুৰ ছাহ ।


 (৩৪) শিৱাজীয়ে ছত্রপতি উপাধি লাভ কৰিছিল ১৬৭৪ চনত ।


 (৩৫) চিগাৰেট লাইটাৰত ইন্ধন হিচাপে বিউটেন গেছৰ ব্যৱহাৰ কৰা হয়।


 (৩৬) আটাইতকৈ কম সময় ৰাজত্ব কৰা আহোম ৰজাজন হ'ল চামুগুৰীয়া ৰজা ।


 (৩৭) শিৱদৌল অম্বিকা কুঁৱৰী  ৰাণীয়ে নিৰ্মাণ কৰিছিল ।

 

 (৩৮) সূৰ্য্যৰ পৰা অহা ক্ষতিকাৰক অতিবেঙুনীয়া বিকিৰণৰ ৯৯% অ'জন স্তৰৰ দ্বাৰা প্ৰতিৰোধ কৰা হয়।


 (৩৯) দ্বিতীয় বিশ্বযুদ্ধত বোমাৰু বিমান অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল।


 (৪০) শালনীবাৰী বিমান বন্দৰ আছে  তেজপুৰ ।


 (৪১) বৰ্তমান পৃথিৱীৰ সাৰ্বভৌম ৰাষ্ট্ৰৰ সংখ্যা ১৯৪ খন।


 (৪২) মোহন বাৰি বিমান বন্দৰ আছে  ডিব্ৰুগড়ত।


 (৪৩) নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে শোণিতপুৰ জিলাত।


 (৪৪) শৰাইঘাট দলংখন সাজি উলিয়াইছিল ১৯৬২ চনত ।


 (৪৫) অসমৰ জনবসতি আটাইতকৈ কম নলবাৰীত।


 (৪৬) ভাৰতীয় উপন্যাসৰ জনক হ'ল বঙ্কিম চন্দ্ৰ চেটাৰ্জি ।


 (৪৭) "শ্ৰীহস্ত মুক্তাৱলী" নৃত্য আৰু মুদ্ৰা বিষয়ক পুথি।


 (৪৮) ভাৰতৰ প্ৰথমখন মুকলি বিশ্ববিদ্যালয় হৈ অন্ধ‍্ৰ প্ৰদেশ মুকলি বিশ্ববিদ্যালয় ।


 (৪৯) "ভদৰী" "পাতমুখী" চুটিগল্প ৰচক হ'ল লক্ষ্মীনাথ বেজবৰুৱা ।


 (৫০) মধ্যাকৰ্ষণ সূত্ৰ আবিষ্কাৰ কৰিছিল নিউটনে। 


 (৫১) প'ল' খেল আৰম্ভ হোৱা ভাৰতৰ প্ৰথম খন ৰাজ্য হ'ল মণিপুৰ। 


 (৫২) গৰিবি হতাও শ্লোগান দিয়া প্ৰথম ভাৰতীয় প্ৰধান মন্ত্ৰীজন হ'ল ইন্দিৰা গান্ধী ।


 (৫২) ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত মুঠ ভাষাৰ সংখ্যা হ'ল ২২ টা।


 (৫৩) 'ভূত নে ভ্ৰম' ৰ ৰচক হ'ল পদ্মনাথ গোহাঞি বৰুৱা ।


 (৫৪) 'বন্দিনী ভাৰত' নাটকৰ ৰচক হ'ল অম্বিকাগিৰী ৰায়চৌধুৰী।


 (৫৫) য়াদব পায়েংক অৰণ্য মানৱ উপাধিৰে সন্মানিত কৰা হয় ২০১২ চনত ।


 (৫৬)চুচেংফা বৃদ্ধি স্বৰ্গনাৰায়ণ বা বৃদ্ধ স্বৰ্গনাৰায়ণ বুলিও জনা যায় । 


 (৫৭) বড়ো সাহিত্য সভা হয় ১৯৫২ চনত।

Previous Post Next Post