প্ৰথম অসমীয়া ভাষা সাহিত্য সমূহ কোনে আৰু কিমান চনত লিখা

 অসমীয়া প্ৰথম ছপা পুথি খনৰ নাম হ'ল ধৰ্মপুস্তক ১৮১৩ চনত লিখিছিল আত্মাৰাম শৰ্মাই।


অসমীয়া প্ৰথম ছনেট খনৰ নাম হ'ল প্ৰিয়তমা চিঠি লিখিছিল হেমচন্দ্ৰ গোস্বামীয়ে।


প্ৰথম অসমীয়া ছনেট পুথি খনৰ নাম হ'ল মালচ ১৯১৮ চনত লিখিছিল হিতেশ্বৰ বৰবৰুৱাই।


প্ৰথম অসমীয়া গদ্য হ'ল কথা গীত লিখিছিল ভট্টদেৱ।


প্ৰথম অসমীয়া কথা কবিতা ৰচয়িতা হ'ল যতীন্দ্ৰনাথ দুৱৰা।

ভাষা সাহিত্য


প্ৰথম অসমীয়া চুটি গল্প ৰচয়িতা হ'ল লক্ষ্মীনাথ বেজবৰুৱা।



সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম কবিতা পুথি হ'ল বনফুল ১৯৫২ চনত যতীন্দ্ৰনাথ দুৱৰা দেৱৰ লিখিত।


সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম উপন্যাস খনৰ নাম হ'ল ইয়াৰুইঙ্গম ১৯১৬ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই দেৱৰ লিখিত।


প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী হয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ১৯৭৯ চনত মৃত্যুঞ্জয় পুথিৰ বাবে।


প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা পুথি হ'ল বনকুৱৰী লেখক চন্দ্ৰ কুমাৰ আগৰৱালা।


প্ৰথম অসমীয়া অনাতাঁৰ নাটক হ'ল বীন বৈৰাগী লেখক প্ৰফুল্ল চন্দ্ৰ বৰুৱা।


প্ৰথম অসমীয়া আধুনিক জীৱনী আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱৰ চৰিত্ৰ ১৮৮০ চনত গুণাভিৰাম বৰুৱাই লিখিত।


প্ৰথম অসমীয়া আধুনিক নাটক খন হ'ল ৰাম নৱমী ১৮৫৭ চনত গুণাভিৰাম বৰুৱাই লিখিত।


প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী হ'ল বিলাতৰ চিঠি ১৯৩৯ চনত জ্ঞানদাভিৰাম বৰুৱাই লিখিত।



প্ৰথম অসমীয়া গল্প সংকলন খনৰ নাম হ'ল সুৰভি ১৯০৯ চনত লিখিত লক্ষ্মীনাথ বেজবৰুৱাই।


প্ৰথম অসমীয়া ছপা উপন্যাস খনৰ নাম হ'ল লাহৰী ১৮৯২ চনত পদ্মনাথ গোহাঞি বৰুৱাই।


প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস খনৰ নাম হ'ল ভানুমতী ১৮৯০ চনত পদ্মনাথ গোহাঞিবৰুৱাৰ ই লিখা।


জন-জাতিয় জীৱনৰ আধাৰত লিখিত প্ৰথমখন উপন্যাসৰ নাম হ'ল মিৰি জীয়ৰী ১৮৯৪ চনত লেখক ৰজনীকান্ত বৰদলৈ।


প্ৰথম অসমীয়া শিশু উপন্যাস খনৰ নাম হ'ল পাতালপুৰী লেখক হৰেগোবিন্দ শৰ্মা।










Previous Post Next Post