উত্তৰ পূৰ্বাঞ্চলৰ উৎসৱ সমূহৰ


 ৱানচোৱা উৎসৱ পালন কৰে তিৱা জনগোষ্ঠী সকলৰ।


ৰাজিনী গাবাৰ পূজা পালন কৰে ডিমাছা সকলৰ।


ৰাখাল পূজা অসমৰ গোৱালপাৰা জিলাত প্ৰচলিত।


ৰংখেৰ বা ৰংকেৰ উৎসৱ পালন কৰে কাৰ্বিসকলে পালন কৰে।


দেহাল পূজা বা ডামৰা লঙৰি পালন কৰে কাৰ্বিসকলে।


হাচা বেকান বা হাচ্চা কেনান উৎসৱ পালন কৰে কাৰ্বিসকলে।


হাচাং পূজা পালন কৰে ডিমাছা জনগোষ্ঠী সকলে।


আগালমাকা উৎসৱ পালন কৰে গাৰো জনগোষ্ঠী সকলে।


আলি আই লিগাং উৎসৱ পালন কৰে মিচিং জনগোষ্ঠীয় সকলে।


ইবাঁক বিচু উৎসৱ পালন কৰে দেউৰী সম্প্ৰদায়ৰ লোকে।


কৰম পূজা পালন কৰে অসমৰ চাহ জনগোষ্ঠীয় সকলে।


খেৰাই উৎসৱ পালন কৰে বড়ো জনগোষ্ঠীয় সকলে।


খোকচি পূজা পালন কৰে ৰভা জনগোষ্ঠীয় সকলে।


চমাংকান উৎসৱ পালন কৰে কাৰ্বি জনগোষ্ঠীয় সকলে।


চহৰাই পৰৱ উৎসৱ পালন কৰে চাহ জনগোষ্ঠীয় সকলে।


চিক পুই ৰুই উৎসৱ পালন কৰে ডিমা হাছাও জিলাৰ মাৰ জনগোষ্ঠীয় সকলে।


ছগ্ৰা পূজা পালন কৰে তিৱা জনগোষ্ঠীয় লোক সকলে।


জোনবিল মেলা পালন কৰে তিৱা সম্প্ৰদায়ৰ লোকে সকলে এই উৎসৱত খাচী জয়ন্তী আৰু গাৰো জনগোষ্ঠীয় লোক সকলে অংশগ্ৰহণ।


টুকুৰীয়া পূজা পালন কৰে ৰাভা জনগোষ্ঠীয় লোক সকলে।


টুচু পূজা পালন কৰে চাহ জনগোষ্ঠীয় লোক সকলে।


দেহাল পূজা বা দেওশাল পূজা পালন কৰে কাৰ্বি জনগোষ্ঠীয় লোক সকলে।


প:ৰাগ উৎসৱ পালন কৰে মিচিং জনগোষ্ঠীয় লোক সকলে।


পয় লেং উৎসৱ পালন কৰে বৌদ্ধ জনগোষ্ঠীয় লোক সকলে।


ফৰকান্তি উৎসৱ পালন কৰে ৰাভা জনগোষ্ঠীয় লোক সকলে।


বাঁহ গোসাঁই উৎসৱ পালন কৰে কছাৰী লোক সকলে।


বাইখো পূজা পালন কৰে ৰাভা জনগোষ্ঠীয় লোক সকলে।


বাইথ পূজা পালন কৰে সোণোৱাল কছাৰী লোক সকলে।


বাথৌ পূজা পালন কৰে বড়ো আৰু কছাৰী লোক সকলে।


বুছু ডিমা উৎসৱ পালন কৰে ডিমাছা জনগোষ্ঠীয় লোক সকলে।


বুষু ডিমা উৎসৱ পালন কৰে ডিমাছা জনগোষ্ঠীয় লোক সকলে।


বৈচাগু উৎসৱ পালন কৰে বড়ো জনগোষ্ঠীয় লোক সকলে।


বৰত উৎসৱ পালন কৰে তিৱা জনগোষ্ঠীয় লোক সকলে।


লাংলাই পূজা পালন কৰে ডিমাছা জনগোষ্ঠীয় লোক সকলে।


স্বপংয়ঙ মানাও পয় উৎসৱ পালন কৰে চিংফৌ সকলে ।


ব'হাগ, মাঘ আৰু কাতি বিহু পালন কৰে অসমীয়া লোক সকলে।

Tags-
অসমৰ উৎসৱ সমূহ
আহোম সকলৰ উৎসৱ সমূহ
ভাৰতৰ উৎসৱ সমূহ
উৎসৱ পাৰ্বণ
লোক উৎসৱ pdf
উত্তৰ পূৰ্বাঞ্চলৰ জনসংখ্যা
উৎসৱ পাৰ্বন চমুটোকা
বিছু কোন জনগোষ্ঠীৰ উৎসৱ
ভাৰতৰ উৎসৱ সমূহ
অসমৰ লোক উৎসৱ
লোক উৎসৱ pdf
আহোম সকলৰ উৎসৱ সমূহ
উৎসৱ বিষয়ক ৰচনা
উৎসৱ পাৰ্বণ
অসমৰ কৃষিভিত্তিক উৎসৱ
বিছু কোন জনগোষ্ঠীৰ উৎসৱ

Previous Post Next Post