অসমত কোন চনত কোনো কোনো ৰজাই ৰাজত্ব কৰিছিল

 অসমত কোন চনত কোনো কোনো ৰজাই  ৰাজত্ব কৰিছিল 

১. ৫৯৪ চনত ভাস্কৰ বৰ্মন কামৰূপৰ  ৰজা হয় !


২.৬২৯ চনত চীনা পৰিব্রাজক হিউৱেন চাওৰ অসম আগমন ৰজা আছিল ভাস্কৰ বৰ্মন।


৩ .১২০৬ চনত মুছলমানৰ প্ৰথম অসম আক্রমণ কৰে।


৪.১২৫৩ চনত চৰাইদেউত প্রথম বাৰ আহােমৰ ৰাজধানী স্থাপন হয়।


৫. ১৪৪০ চনত শেন বংশৰ প্রতিষ্ঠা হয়।


৬. ১৪৪৯ চনত মহাপুৰুষ শংকৰদেৱৰ জন্ম হয়।


৭. ১৫১৫ চনত কোঁচ ৰাজ্যৰ প্রতিষ্ঠা হয়।


৮. ১৫৩৯ চনত গড়গাঁৱত আহােমৰ ৰাজধানী স্থাপন হৈছিল।


৯. ১৫৪৮ চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল


১০.১৬৬২ চনত মীৰ জুমলাৰ অসম আক্রমণ কৰে।


১১. ১৬৬৭ চনত লাচিত বৰফুকনৰ নেতৃত্বত মােগলৰ হাতৰ পৰা গুৱাহাটী আৰু পাণ্ড উদ্ধাৰ হয়।


১২. ১৯৭৯ চনত অসমত সংযুক্ত মুক্তি বাহিনীৰ গঠন হয়।


১৩. ১৬৮১ চনত মােগল আৰু আহােমৰ মাজত ইটাখুলিৰ ৰণ হয়।


১৪. ১৬৯৪ চনত উমানন্দ মন্দিৰৰ প্ৰতিষ্ঠা হয়।


১৫. ১৭৬৯ চনত মােৱামৰীয়াৰ প্রথম বিদ্রোহ আৰম্ভ হয়।


১৬. ১৭৮২ চনত মােৱামৰীয়াৰ দ্বিতীয় বিদ্রোহ আৰম্ভ হয়।


১৭. ১৭৮৬ চনত মােৱামৰীয়াৰ তৃতীয় বিদ্রোহ আৰম্ভ হয়।


১৮. ১৭৯৪ চনত যােৰহাটত আহােমৰ ৰাজধানী প্রতিষ্ঠা হয়।


১৯. ১৮১৭ চনত মানৰ প্রথম আক্রমণ কৰিছে।


২০. ১৮১৯ চনত মানৰ দ্বিতীয় আক্রমণ কৰিছিল।


২১. ১৮২১ চনত মানৰ তৃতীয় আক্রমণ কৰিছিল।


২২. ১৮২৩ চনত অসমত চাহৰ আৱিষ্কাৰ হৈছিল।


২৩. ১৮২৫  চনত অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ হয় ।


২৪. ১৫৮১ কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হয়।


২৫. ১৫২৩ চনত  চুতীয়া ৰাজ্যৰ পতন হয়।


২৬. ১৯২৬ চনত অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন  অনুষ্ঠিত হৈছিল।


২৭. ১৯৮৫ চনত অসম চুক্তি কেতিয়া স্বাক্ষৰিত হয়।


২৮. ১৪৪০ চনত শেন বংশৰ প্ৰতিষ্ঠা হয়।


২৯. ১৯৪৩ চনত কুশল কোঁৱৰক ফাঁচী হৈছিল।


৩০. ১৮৭৪ চনত বংগৰ পৰা অসম পৃথক হয়।


৩১. ১৯১৭ চনত অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কেতিয়া অনুষ্ঠিত হয়।


৩২. ১৯৭৪ চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয়।


৩৩. ১৮৭১ চনত আসাম বিলাসিনী সংবাদপত্ৰখন কিমান চনত প্ৰকাশিত হয়।


৩৪. ১৯৬১ চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হয়।


৩৫. ১৫১৫ চনত কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা হয়।


৩৬. ১৯৮৫ চনত অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ  স্থাপিত হয়।


৩৭. ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ জয়মতী নিৰ্মান হৈছিল।


৩৮. ১৯৭২ চনত প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা ভাইটি নিৰ্মাণ হৈছিল।

Tags-
কামৰূপ ৰাজ্যৰ ৰজাই কি উপাধি গ্ৰহণ কৰিছিল?
আহোমৰ প্ৰথম ৰাজধানী কি আছিল?
প্ৰাচীন কামৰূপৰ ৰাজধানী কত আছিল?
অসমৰ ৰাজধানীৰ নাম কি?
অসম কিৰ বাবে বিখ্যাত
অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল
মহীৰংগ দানৱৰ সময়ত অসমৰ নাম কি আছিল?
কামৰূপৰ মহকুমা কি?
চুকাফা শব্দৰ অৰ্থ কি?
কামরূপার রাজকন্যা অমৃতপ্রভা কে বিয়ে করেন কোন রাজা
চুকাফাৰ দেউতাকৰ ৰাজ্যৰ নাম কি?
আহোমের প্রথম রাজধানী কি ছিল
সুকাফা অসম আক্ৰমণ কৰিলে মোৰন ৰজা কোন আছিল
অসম কত সেন্টিমিটার
ৰুদ্ৰ সিংহৰ আহোম নাম কি আছিল?
অসমৰ প্ৰথম ৰাজ্যপাল গৰাকীৰ নাম কি?


Previous Post Next Post