অসমৰ প্ৰথম ব্যক্তি সকলৰ ওপৰত প্ৰশ্ন

 অসমৰ প্ৰথম

১. স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী হ'ল গোপীনাথ বৰদলৈ।

২.অসমৰ প্ৰথম অৰ্জুন বঁটা লাভ কৰা দৌৰবিদ গৰাকী নাম হ'ল ভোগেশ্বৰ বৰুৱা (১৯৬৬ চন)

৩.অসমৰ প্ৰথম গৰাকী পদ্মভূষণ উপাধি লাভ কৰা ব্যক্তি হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা।

৪. অসমৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি হ'ল ফখৰুদ্দিন আলি আহমেদ।

৫.অসমৰ প্ৰথম গৰাকী ৰাজ্যপালৰ নাম হ'ল বিষ্ণুৰাম মেধি।

৬. অসমৰ প্ৰথম গৰাকী চাহ খেতিয়কৰ নাম হ'ল জগন্নাথ বৰুৱা।

৭.অসময় প্ৰথম গৰাকী আই চি এচ অফিচাৰৰ নাম হ'ল আনন্দৰাম বৰুৱা।

৮.অসমৰ প্ৰথম গৰাকী পি এইচ ডি অফিচাৰ নাম হ'ল মঃ ময়িদুল ইছলাম বৰা ।

৯. অসমৰ প্ৰথম গৰাকী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰবিচাৰপতিৰ নাম হ'ল হলিৰাম ডেকা।

১০.অসমৰ প্ৰথম গৰাকী সাহিত্য অকাডেমি বঁটা লাভ কৰা ব্যক্তি হ'ল যতীন্দ্ৰনাথদুৱৰা ।

১১.অসমৰ প্ৰথম গৰাকী ভাষাতত্ত্বৰ ডক্টৰেট ব্যক্তিৰ নাম হ'ল ড০ বাণীকান্ত কাকতি।

১২. অসমৰ প্ৰথম গৰাকী জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তি নাম হ'ল ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ১৯৭৯ চনত।

১৩. অসমৰ প্ৰথম অসমীয়া কথাছবি নিৰ্মাতা গৰাকী নাম হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা।

১৪.অসমৰ প্ৰথম গৰাকী দাদা চাহেব ফাল্কে বঁটা বিজয়ী ব্যক্তিৰ নাম হ'ল ড০ ভূপেন হাজৰিকা।

১৫.অসময় প্ৰথম গৰাকী ডাক টিকটত স্থান পোৱা ব্যক্তিৰ নাম হ'ল লক্ষ্মীনাথ বেজবৰুৱা।

Tags-
অসমৰ প্ৰথম বিশ্ববিদ্যালয় খনৰ নাম কি
অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি
কুইজ প্ৰশ্ন উত্তৰ
নতুন কুইজ
অসমীয়া সংস্কৃতিৰ কুইজ
অসমীয়া কুইজ ২০২2
অসম কুইজ ২০২৩
অসমীয়া কুইজ প্ৰতিযোগিতা
অসমীয়া কুইজ ২০২৩
অসমীয়া কুইজ ২০২২
অসমীয়া সংস্কৃতিৰ কুইজ
শিশু কুইজ
অসমীয়া কুইজ ২০২১
অসমীয়া সাহিত্যৰ কুইজ
নতুন কুইজ
Gk কুইজ assamese

Previous Post Next Post