১/ভাৰতবৰ্ষৰ প্রথম মহিলা ৰাষ্ট্রপতি গৰাকী নাম হ'ল প্রতিভা পাটিল।
২/ ভাৰতবৰ্ষৰ প্রথম মহিলা প্রধানমন্ত্রী গৰাকী নাম হ'ল ইন্দিৰা গান্ধী।
৩/ ভাৰতৰ প্রথম মহিলা ৰাজ্যপাল গৰাকী নাম হ'ল সৰোজিনী নাইডু।
৪/ অসমৰ প্ৰথম মহিলা ৰাজ্যপাল গৰাকী নাম হ'ল নলিনীবালা দেবী।
৪/ ভাৰতৰ প্রথম মহিলা মুখ্যমন্ত্রী গৰাকী নাম হ'ল সুচেতা কৃপালিনী।
৫/ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকী নাম হ'ল চৈয়দ আনোৱাৰা টাইমূৰ।
৫/ ভাৰতৰ প্রথম মিছ ওয়ার্ল্ড গৰাকী নাম হ'ল ৰীতা ফাৰিয়া।
৬/ ভাৰতৰ প্রথম মিছ ইউনিভাৰ্চ গৰাকী নাম হ'ল সুস্মিতা সেন।
৭/ ভাৰতৰ প্রথম মিছ এছিয়া পেচিফিক গৰাকী নাম হ'ল জিনাত আমন।
৮/ ভাৰতৰ প্রথম মিছ ইন্টাৰকন্টিনেন্টাল গৰাকী নাম হ'ল লাৰা দত্ত।
৯/ ভাৰতৰ প্রথম মহিলা মিচেছ ওয়ার্ল্ড গৰাকী নাম হ'ল অদিতি গোয়িত্রিকাৰ।
১০/ ভাৰতৰ প্রথম মহিলা নোবেল বিজয়ী গৰাকী নাম হ'ল মাদাৰ টেৰেছা ।
১১/ ভাৰতৰ প্রথম মহিলা স্নাতক গৰাকী নাম হ'ল চন্দ্রমুখী বসু।
১২/ অসমৰ প্রথম মহিলা স্নাতক গৰাকী নাম হ'ল অমলপ্ৰভা দাস।
১৩/ ভাৰতৰ প্রথম মহিলা ট্রেন চালক গৰাকী নাম হ'ল সুৰেখা যাদব।
১৪/ ভাৰতৰ প্রথম মহিলা আইনজীবী গৰাকী নাম হ'ল কর্নেলিয়া সোৰাবজী।
১৫/ ভাৰতৰ প্রথম মহিলা প্রধান বিচাৰপতি গৰাকী নাম লেয়লা চেঠ হাইকোৰ্টৰ।
১৬/ ভাৰতৰ প্রথম মহিলা বিচাৰপতি গৰাকী নাম হ'ল ফতিমা বিবি সুপ্ৰিম কোৰ্টৰ।
১৭/ অসমৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰথম গৰাকী মহিলাৰ নাই হ'ল পাৰ্বতী কুমাৰ গোস্বামী (১৯৭৩)।
১৮/ ভাৰতৰ প্রথম ইংলিছ চেনেল জয় কৰা মহিলা গৰাকীৰ নাম হ'ল আৰতি সাহা।
১৯/ ভাৰতৰ প্রথম মহিলা স্পিকাৰ গৰাকী নাম হ'ল মীৰা কুমাৰ লোক সভাৰ।
২০/ ভাৰতৰ প্রথম এভাৰেষ্ট বিজয়ী মহিলা গৰাকী নাম হ'ল বাচেন্দ্রী পাল।
২১/ অসমৰ প্ৰথম গৰাকী এভাৰেষ্ট আৰোহণৰ নাম হ'ল তৰুণ শইকীয়া ।
২২/ অসমৰ প্ৰথম কাঞ্চনজংঘা’ আৰোহণ কৰা মহিলা গৰাকীৰ নাম হ'ল অৰ্জন মন্তি ৰাজখোৱাৰ।
২৩/ ভাৰতৰ প্রথম মহিলা গ্র্যান্ডমাস্টাৰ গৰাকী নাম হ'ল কোনেৰু হাম্পি।
২৪/ ভাৰতৰ প্রথম মহিলা IAS অফিচাৰ গৰাকী নাম হ'ল ঈশা বসন্ত যোশী।
২৫/ অসমৰ প্ৰথম মহিলা IAS অফিচাৰ গৰাকী নাম হ'ল পাৰুল দাস।
২৬/ ভাৰতৰ প্রথম মহিলা IPS অফিচাৰ গৰাকী নাম হ'ল কিৰন বেদী।
২৭/ অসমৰ প্ৰথম মহিলা IPS গৰাকী নাম হ'ল ভায়’লেট বৰুৱা।
২৮/ ভাৰতৰ প্রথম মহিলা অলিম্পিক ইভেন্ট ফাইনালিস্ট গৰাকী নাম হ'ল পি. টি. উষা।
২৯/ ভাৰতৰ প্রথম মহিলা ৰেলমন্ত্রী গৰাকী নাম হ'ল মমতা বেনার্জী।
৩০/ ভাৰতৰ প্ৰথম মহিলা বিত্তীয়মন্ত্ৰী গৰাকী নাম হ'ল নিৰ্মলা সীতাৰমণ।
৩১/ অসমৰ প্ৰথম মহিলা বিত্তীয় মন্ত্ৰী গৰাকী নাম হ'ল অজন্তা নেওগ।
৩২/ ভাৰতৰ প্রথম মহিলা পাইলট গৰাকী নাম হ'ল হকিতা কৌৰ দেওল।
৩৩/ ভাৰতৰ প্রথম এছিয়ান গেমছ স্বৰ্ণ পদক লাভ মহিলা গৰাকী নাম হ'ল কমলজিৎ সাঁধু।
৩৪/ অসমৰ প্ৰথম এছিয়ান গেমছ স্বৰ্ণ পদক লাভ কৰা মহিলা গৰাকীৰ নাম হ'ল হিমা দাস।
৩৫/ অসমৰ প্ৰথম অলিম্পিকত পদক লাভ কৰে মহিলা গৰাকী নাম হ'ল বক্সাৰ লাভ'লিনা বৰগোঁহাই।
৩৬/ অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী গৰাকী নাম হ'ল ৰেনুকা দেৱী বৰকটকী।
৩৭/ অসমৰ প্ৰথম মহিলা ACS গৰাকী নাম হ'ল শুচিব্ৰতা ৰায়চৌধুৰী।
৩৮/ অসমৰ প্ৰথম চিকিৎসকৰ সন্মান লাভ কৰা মহিলা গৰাকীৰ নাম হ'ল ডাঃ ৰজনীপ্ৰভা শইকীয়া।
৩৯/ প্ৰথম অসমীয়া মহিলা স্নাতকৰ দুগৰাকী নাম হ'ল সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা।
৪০/ অসমৰ প্ৰথম গৰাকী মহিলা বিমান পাইলতৰ নাম হ'ল ধীৰা চলিহা ১৯৬১ চনত ২১ বছৰৰ বয়সত।