অসমৰ মুঠ বন্যপ্ৰাণী অভয়াৰণ্য সংখ্যা ১৭ খন হ'ল
বন্যপ্ৰাণী অভয়াৰণ্য সমূহ হ'ল
১/ পবিতৰা অভয়াৰণ্য মুঠ মাটিকালিৰ = ৩৮.৮০ বৰ্গ কিলোমিটাৰ অৱস্থিত মৰিগাঁও।
২/ সৌনাই ৰূপাই অভয়াৰণ্য মুঠ মাটিকালিৰ = ২৩০ বৰ্গ কিলোমিটাৰ অৱস্থিত শোণিতপুৰ জিলাত।
৩/ পূব কাৰ্বি-আংলং অভয়াৰণ্য মুঠ মাটিকালিৰ = 222 বৰ্গ কিলোমিটাৰ অৱস্থিত কাৰ্বি আংলং জিলাত।
৪/ মাৰাট লংৰি অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৪৫১ বৰ্গ কিলোমিটাৰ অৱস্থিত কাৰ্বি আংলং জিলাত।
৫/ বৰাইল অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৩২৬.২৬ বৰ্গ কিলোমিটাৰ অৱস্থিত ডিমা হাছাও জিলাত।
৬/ বুঢ়া চাপৰি অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৪৪.০৬ বৰ্গ কিলোমিটাৰ অৱস্থিত শোণিতপুৰ জিলাত।
৭/লাও খোৱা অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৭০.১৩ বৰ্গ কিলোমিটাৰ অৱস্থিত নগাঁও জিলাত।
৮/আমচোং অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৭৮.৬৪ বৰ্গ কিলোমিটাৰ অৱস্থিত কামৰূপ মহানগৰত ।
৯/ চক্ৰশিলা অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৪৫.৫০ বৰ্গ কিলোমিটাৰ অৱস্থিত ধুবুৰী জিলাত।
১০/ বৰনদী অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ২৬.২২ বৰ্গ কিলোমিটাৰ অৱস্থিত বাক্সা জিলাৰ / ওদালগুৰি জিলাত।
১১/ নামবৰ-দৈগ্ৰুং অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৯৭.১৫ বৰ্গ কিলোমিটাৰ অৱস্থিত গোলাঘাট জিলা / কাৰ্বি আংলং জিলাত।
১২/ গৰমপানী অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৬.৩৫ বৰ্গ কিলোমিটাৰ অৱস্থিত গোলাঘাট জিলা / কাৰ্বি আংলং জিলাত।
১৩/ নামবৰ অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৩৭ বৰ্গ কিলোমিটাৰ অৱস্থিত গোলাঘাট জিলা / কাৰ্বি আংলং জিলাত।
১৪/ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ২০.৯৮ বৰ্গ কিলোমিটাৰ অৱস্থিত যোৰহাট জিলাত।
১৫/ পানী দিহীং অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৩০.৯৩ বৰ্গ কিলোমিটাৰ অৱস্থিত শিৱসাগৰ জিলাত।
১৬/ ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৭.২২ বৰ্গ কিলোমিটাৰ অৱস্থিত তিনিচুকীয়া জিলাত।
১৭/ দ্বীপৰ বিল অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৪.১৪ বৰ্গ কিলোমিটাৰ অৱস্থিত গুৱাহাটীত।
অসমৰ প্ৰস্তাৱিত অভয়াৰণ্য ২ খন
১/ বৰদৈবাম বিলমুখ পক্ষী বন্যপ্ৰাণী অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ১১.২৫ বৰ্গ কিলোমিটাৰ অৱস্থিত ধেমাজি জিলা / লক্ষীমপুৰ জিলাত
২/ উত্তৰ কাৰ্বি আংলং বন্যজীৱ অভয়াৰণ্যৰ মুঠ মাটিকালিৰ = ৯৬ বৰ্গ কিলোমিটাৰ অৱস্থিত কাৰ্বি আংলং জিলাত