অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৭খনৰ চমু বিৱৰণ অভয়াৰণ্য বনাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় উদ্যান লৈ

অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান ৭ খন 


১/ মানাহ ৰাষ্ট্ৰীয় উদ্যান (বাক্সা আৰু চিৰাং জিলাত)

উদ্যানৰ মুঠ মাটি কালি ৫০০ বৰ্গ কিলোমিটাৰ ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ১৯২৮ চনৰ ১ অক্টোবৰ পৰা জনা যায়।

১৯৭৩ চনত ৰাষ্ট্ৰীয় উদ্যান খনক ব্যাঘ্ৰ প্ৰকল্প হিচাবে ঘোষনা কৰা হয়।

ৰাষ্ট্ৰীয় উদ্যান খনক ১৯৮৫ চনত বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰে।

উদ্যান খনে ১৯৯০ চনত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰা।


বাক্সা 

২/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (নগাঁও আৰু গোলাঘাট জিলাত)


উদ্যান খনৰ মুঠ মাটিকালিৰ পৰিমান ৪৩০ বৰ্গ কিলোমিটাৰ।

১৯০৮ চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে জনা যায়।

১৯১৬ চনত উদ্যান খনক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়।

১৯৬৮ চনত উদ্যান খনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।

১৯৮৫ চনত কাজিৰঙাক ইউনেস্কয়ে বিশ্ব ঐতিহ্যাক্ষেত্ৰ হিচাপে ঘোষণা কৰে।

২০০৬ কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে ঘোষণা কৰে।

২০০৫ চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়।



৩/ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (কোকৰাঝাৰ জিলাত)


উদ্যান খনৰ মুঠ মাটিকালিৰ পৰিমান ৪২২ বৰ্গ কিলোমিটাৰ।

২০২১ চনত ৯ জুন তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।



৪/ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত)


উদ্যান খনৰ মুঠ মাটিকালিৰ ৩৪০ বৰ্গ কিলোমিটাৰ।

১৮৯০ চনত ডিব্ৰু আৰু ছৈখোৱা বনাঞ্চল হিচাপে ঘোষণা কৰা হয়।

১৯২৯ চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়।

১৯৯৫ চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়।

১৯৯৯ চনত ডিব্ৰু আৰু ছৈখোৱাক একলগ কৰি ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।

ৰাষ্ট্ৰীয় উদ্যান খনত বন ঘৰচীয়া ঘোঁৰা পোৱা যায়।




৫/ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত)


উদ্যান খনৰ মুঠ মাটিকালিৰ পৰিমান ২৩৪.২৬ বৰ্গ কিলোমিটাৰ।

২০০৪ চনত ১৩ জানুৱাৰী উদ্যান খনৰ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়।

২০২০ চনৰ ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰস্তাবিত কৰে আৰু ২০২১ চনৰ ৯ জুন তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।

উদ্যান খনক পূবৰ আমাজন বুলিও জনা যায় ।



৬/ নামেৰী ৰাষ্ট্ৰীয় উদ্যান (শোণিতপুৰ জিলাত)


উদ্যান খনৰ মুঠ মাটিকালিৰ ২০০ বৰ্গ কিলোমিটাৰ।

১৮৭৮ উদ্যান খনৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা।

১৯৮৫ উদ্যান খনৰ অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়।

১৯৯৮ উদ্যান খনৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।

২০০০ চনত উদ্যান খনক ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল হিচাপে ঘোষণা কৰা হয়।



৭/ ওৰাং ৰাষ্ট্ৰীয় উদ্যান (দৰং আৰু শোণিতপুৰ জিলাত)


উদ্যান খনৰ মুঠ মাটিকালিৰ ৭৮.৮১ বৰ্গ কিলোমিটাৰ

১৯১৫ চনত উদ্যান খনক ব্ৰিটিছ চৰকাৰে ওৰাং গেম অভয়াৰণ্য হিচাপে ঘোষণা কৰে।

১৯৮৫ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে অভয়াৰণ্য হিচাপে ঘোষণা কৰে।

১৯৯২ চনত উদ্যান খনক ৰাজীৱ গান্ধী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়।

১৯৯৯ চনৰ ৮ এপ্ৰিল তাৰিখে উদ্যান খনৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।

Tags-
অসমৰ নতুন ৰাষ্ট্ৰীয় উদ্যান
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম
অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান
অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান
অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান
অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে
ৰাষ্ট্ৰীয় উদ্যান চমু টোকা
অসমৰ অভয়াৰণ্য কেইখনৰ নাম
অসমৰ অভয়াৰণ্য কেইখনৰ নাম
অসমৰ নতুন ৰাষ্ট্ৰীয় উদ্যান
অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান
ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি
খ) অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম
অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে
অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে
অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান

Previous Post Next Post