বিশ্ব সংস্থা সমূহৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু কিমান চনত স্থাপিত হৈছিল

 ১/ খাদ্য আৰু কৃষি সংস্থা (FAO) মূখ্য কাৰ্যালয় ৰোমৰ, ইটালীৰ স্থাপন হৈছিল ১৯৪৫ চনত।

২/ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (IAEA) মূখ্য কাৰ্যালয় ভিনেয়া অষ্ট্ৰেলিয়া স্থাপন হৈছিল ১৯৫৭ চনত।

৩/ আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান সংস্থা (ICAO) মূখ্য কাৰ্যালয় মন্টলিয়ান কানাডাত স্থাপন হৈছিল ১৯৪৭ চনত

৪/ আন্তঃৰাষ্ট্ৰীয় কৃষি উন্নয়ন নিধি (IFAD) মূখ্য কাৰ্যালয় ৰোমৰ ইটালীত স্থাপন হৈছিল ১৯৭৭ চনত।

৫/ আন্তঃৰাষ্ট্ৰীয় শ্ৰম পৰিষদ (ILO) মূখ্য কাৰ্যালয় জেনেভা চুইজাৰলেণ্ডত স্থাপন হৈছিল ১৯৪৬ চনত।

৬/ আন্তঃৰাষ্ট্ৰীয় সাগৰীয় সংস্থা (IMO) মূখ্য কাৰ্যালয় লণ্ডন যুক্তৰাষ্ট্ৰৰ স্থাপন হৈছিল ১৯৪৮ চনত।

৭/ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF) মূখ্য কাৰ্যালয় ৱাশ্বিংটন ডি চি ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত স্থাপন হৈছিল ১৯৪৫ চনত।

৮/ আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংগঠন (ITU) মূখ্য কাৰ্যালয় জেনেভা চুইজাৰলেণ্ডত স্থাপন হৈছিল ১৯৪৭ চনত।

৯/ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (UNESCO) পেৰিছৰ ফ্ৰান্সত স্থাপন হৈছিল ১৯৪৬ চনত।

১০/ ৰাষ্ট্ৰসংঘৰ ঔদ্যোগিক উন্নয়ন সংস্থা (UNIDO) মূখ্য কাৰ্যালয় ভিয়েনা অষ্ট্ৰেলিয়া স্থাপন হৈছিল ১৯৬৭ চনত।

১১/ বিশ্ব পৰ্যটন সংস্থা (UNWTI) মূখ্য কাৰ্যালয় মাদ্ৰাদৰ স্পেইনত স্থাপন হৈছিল ১৯৭৪ চনত।

১২/ বিশ্ব ডাক সংগঠন (UPU) মূখ্য কাৰ্যালয় বাৰ্ণ চুইজাৰলেণ্ডত স্থাপন হৈছিল ১৯৪৭ চনত।

১৩/ বিশ্ব খাদ্য কাৰ্যসূচী (WFP) মূখ্য কাৰ্যালয় ৰোমৰ ইটালীত স্থাপন হৈছিল ১৯৬৩ চনত।

১৪/ বিশ্ব স্বাস্থ্য সংস্থা (WHO) মূখ্য কাৰ্যালয় জেনেভা চুইজাৰলেণ্ডত স্থাপন হৈছিল ১৯৪৮ চনত।

১৫/ বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থা (WIPO) মূখ্য কাৰ্যালয় জেনেভা চুইজাৰলেণ্ডত স্থাপন হৈছিল ১৯৭৪ চনত।

১৬/ বিশ্ব জলবায়ু সংস্থা (WMO) মূখ্য কাৰ্যালয় জেনেভা চুইজাৰলেণ্ডত স্থাপন হৈছিল ১৯৫০ চনত।

১৭/ ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশুৰ বাবে থকা জৰুৰী নিধি (UNICEF) মূখ্য কাৰ্যালয় নিউয়ৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থাপন হৈছিল ১৯৪৬ চনত।

Tags-
বিশ্ব স্বাস্থ্য সংস্থা world health organization ৰ মুখ্য কাৰ্যালয় ক ত অৱস্থিত
বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত
Uno ৰ মুখ্য কাৰ্যালয় ক ত অৱস্থিত
বিশ্ব স্বাস্থ্য সংস্থা (who) অবস্থিত
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় কত অৱস্থিত
বিশ্ব স্বাস্থ্য সংস্থা প্রধান
বিশ্ব স্বাস্থ্য সংস্থা কত অৱস্থিত
ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল
বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত
বিশ্ব স্বাস্থ্য সংস্থা প্রধান
বিশ্ব স্বাস্থ্য সংস্থার উদ্দেশ্য
বিশ্ব স্বাস্থ্য সংস্থার (who)কার্যাবলী আলোচনা কর।
বিশ্ব স্বাস্থ্য সংস্থা সম্পর্কে টীকা লেখ
বিশ্ব স্বাস্থ্য সংস্থার বর্তমান সদস্য সংখ্যা কত
বিশ্ব স্বাস্থ্য সংস্থা কোথায় অবস্থিত
বিশ্ব স্বাস্থ্য সংস্থা কবে প্রতিষ্ঠিত হয়

Previous Post Next Post