১/ খাদ্য আৰু কৃষি সংস্থা (FAO) মূখ্য কাৰ্যালয় ৰোমৰ, ইটালীৰ স্থাপন হৈছিল ১৯৪৫ চনত।
২/ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (IAEA) মূখ্য কাৰ্যালয় ভিনেয়া অষ্ট্ৰেলিয়া স্থাপন হৈছিল ১৯৫৭ চনত।
৩/ আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান সংস্থা (ICAO) মূখ্য কাৰ্যালয় মন্টলিয়ান কানাডাত স্থাপন হৈছিল ১৯৪৭ চনত
৪/ আন্তঃৰাষ্ট্ৰীয় কৃষি উন্নয়ন নিধি (IFAD) মূখ্য কাৰ্যালয় ৰোমৰ ইটালীত স্থাপন হৈছিল ১৯৭৭ চনত।
৫/ আন্তঃৰাষ্ট্ৰীয় শ্ৰম পৰিষদ (ILO) মূখ্য কাৰ্যালয় জেনেভা চুইজাৰলেণ্ডত স্থাপন হৈছিল ১৯৪৬ চনত।
৬/ আন্তঃৰাষ্ট্ৰীয় সাগৰীয় সংস্থা (IMO) মূখ্য কাৰ্যালয় লণ্ডন যুক্তৰাষ্ট্ৰৰ স্থাপন হৈছিল ১৯৪৮ চনত।
৭/ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF) মূখ্য কাৰ্যালয় ৱাশ্বিংটন ডি চি ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত স্থাপন হৈছিল ১৯৪৫ চনত।
৮/ আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংগঠন (ITU) মূখ্য কাৰ্যালয় জেনেভা চুইজাৰলেণ্ডত স্থাপন হৈছিল ১৯৪৭ চনত।
৯/ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (UNESCO) পেৰিছৰ ফ্ৰান্সত স্থাপন হৈছিল ১৯৪৬ চনত।
১০/ ৰাষ্ট্ৰসংঘৰ ঔদ্যোগিক উন্নয়ন সংস্থা (UNIDO) মূখ্য কাৰ্যালয় ভিয়েনা অষ্ট্ৰেলিয়া স্থাপন হৈছিল ১৯৬৭ চনত।
১১/ বিশ্ব পৰ্যটন সংস্থা (UNWTI) মূখ্য কাৰ্যালয় মাদ্ৰাদৰ স্পেইনত স্থাপন হৈছিল ১৯৭৪ চনত।
১২/ বিশ্ব ডাক সংগঠন (UPU) মূখ্য কাৰ্যালয় বাৰ্ণ চুইজাৰলেণ্ডত স্থাপন হৈছিল ১৯৪৭ চনত।
১৩/ বিশ্ব খাদ্য কাৰ্যসূচী (WFP) মূখ্য কাৰ্যালয় ৰোমৰ ইটালীত স্থাপন হৈছিল ১৯৬৩ চনত।
১৪/ বিশ্ব স্বাস্থ্য সংস্থা (WHO) মূখ্য কাৰ্যালয় জেনেভা চুইজাৰলেণ্ডত স্থাপন হৈছিল ১৯৪৮ চনত।
১৫/ বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থা (WIPO) মূখ্য কাৰ্যালয় জেনেভা চুইজাৰলেণ্ডত স্থাপন হৈছিল ১৯৭৪ চনত।
১৬/ বিশ্ব জলবায়ু সংস্থা (WMO) মূখ্য কাৰ্যালয় জেনেভা চুইজাৰলেণ্ডত স্থাপন হৈছিল ১৯৫০ চনত।
১৭/ ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশুৰ বাবে থকা জৰুৰী নিধি (UNICEF) মূখ্য কাৰ্যালয় নিউয়ৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থাপন হৈছিল ১৯৪৬ চনত।