ৰাষ্ট্ৰসংঘ ক'ত কেতিয়া আৰু কিমান চনত গঠিত হৈছিল

ৰাষ্ট্ৰসংঘৰ চুক্তিপত্ৰ স্বাক্ষ্যৰ হয় ২৬ জুন ১৯৪৫ চনত আৰু কাৰ্যকৰী হয় ২৪ অক্টোবৰ পৰা ।

ৰাষ্ট্ৰসংঘৰ মূখ্য কাৰ্যালয় অৱস্থিত নিউয়ৰ্ক চহৰত ।

ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা ১৯৩ খন ৰাষ্ট্ৰ আৰু ২ পৰ্যবেক্ষক ৰাষ্ট্ৰ।


ৰাষ্ট্ৰসংঘৰ সচিব হ'ল এন্টনিও গুটেৰেচ

উপ সচিব প্ৰধান হ'ল আমীনা মহম্মদ


ৰাষ্ট্ৰসংঘৰ প্ৰধান ৬টা অংগ হৈছে  = 

১,সাধাৰণ পৰিষদে

২, নিৰাপত্তা পৰিষদৰ

৩, অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ

৪, সচিবালয়ৰ

৫, আন্তৰাষ্ট্ৰীয় ন্যায়ালয় 

৬,ন্যাসৰক্ষী পৰিষদৰ

Tags-
ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল
ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল
Uno ৰ মুখ্য কাৰ্যালয় ক ত অৱস্থিত
ৰাষ্ট্ৰসংঘৰ প্রথম সচিব প্ৰধান কোন
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন হৈছিল
ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন
মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল
ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়
ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল
ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন
মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল
ৰাষ্ট্ৰ সংঘৰ প্ৰথম সচিব প্ৰধান কোন
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় কত অৱস্থিত
ৰাষ্ট্ৰসংঘৰ মুখ্য কার্যালয় কত অৱস্থিত
ৰাষ্ট্ৰসংঘৰ এটা উদ্দেশ্য লিখা

Previous Post Next Post