আহোমৰ ৰজাৰ সকলক কি কি ছদ্মনামেৰে জনা যায়

 ১.বুঢ়া ৰজা বুলি = চুচেংফাক কোৱা হয় ।


২.গোবৰ ৰজা বুলি = চুপাতফা কোৱা হয় ।


৩.দিহিঙ্গীয়া ৰজা বুলি = চ্যুহুনমুং কোৱা হয়।

এইজনা ৰজাই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল আৰু বকতাত ৰাজধানী পাতিছিল।


৪.গড়গঞা ৰজা বুলি = চুক্লেনমুংক কোৱা হয়।

এই জনা ৰজাই গড়গাঁওত ৰাজধানী পাতিছিল।


৫.খোৰা ৰজা বুলি = চ্যুখামফাক কোৱা হয়।


৬.ভগা ৰজা বুলি = চ্যুৰামফাক কোৱা হয়।


৭.গদাপানি বুলি = গদাধৰ সিংহ ওৰ‌ফে চ্যু-পাত-ফাক জনা যায়।


৮.নৰিয়া ৰজা বুলি = চুৰামফাক কোৱা হয়।


৯.ভগণীয়া ৰজা বুলি = চুতাম্লাক কোৱা হয়।


তেওঁক জয়ধ্বজ সিংহ বুলিও জনা যায়।


১০.ল'ৰা ৰজা বুলি = চুলিকফাক কোৱা হয়।


তেওঁক ৰত্নধ্বজ সিংহ বুলিও জনা যায়।


১১লাই বুলি = চুখ্ৰংফা ওৰফে ৰুদ্ৰসিংহক জনা যায়।

Tags-
আহোমৰ শ্ৰেষ্ঠ ৰজা কোন আছিল
আহোমৰ শেষ ৰজা কোন আছিল
আহোমৰ শেষ স্বাধীন ৰজা কোন আছিল
আহোমৰ দ্বিতীয় ৰাজধানী কি
আহোমৰ ৰাজধানী সমূহ
আহোম সকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল
আহোমৰ ৰজা সকল
আহোম বুৰঞ্জী pdf
আহোমৰ শেষ ৰজা কোন আছিল
আহোমৰ শেষ স্বাধীন ৰজা কোন আছিল
মোগলৰ শেষ ৰজা কোন আছিল
প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল
মোগলৰ প্ৰথম ৰজা কোন আছিল
আহোমৰ ৰজা সকল
প্ৰথম আহোম ৰজা কোন আছিল
লৰা ৰজা কোন

Previous Post Next Post