১.বুঢ়া ৰজা বুলি = চুচেংফাক কোৱা হয় ।
২.গোবৰ ৰজা বুলি = চুপাতফা কোৱা হয় ।
৩.দিহিঙ্গীয়া ৰজা বুলি = চ্যুহুনমুং কোৱা হয়।
এইজনা ৰজাই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল আৰু বকতাত ৰাজধানী পাতিছিল।
৪.গড়গঞা ৰজা বুলি = চুক্লেনমুংক কোৱা হয়।
এই জনা ৰজাই গড়গাঁওত ৰাজধানী পাতিছিল।
৫.খোৰা ৰজা বুলি = চ্যুখামফাক কোৱা হয়।
৬.ভগা ৰজা বুলি = চ্যুৰামফাক কোৱা হয়।
৭.গদাপানি বুলি = গদাধৰ সিংহ ওৰফে চ্যু-পাত-ফাক জনা যায়।
৮.নৰিয়া ৰজা বুলি = চুৰামফাক কোৱা হয়।
৯.ভগণীয়া ৰজা বুলি = চুতাম্লাক কোৱা হয়।
তেওঁক জয়ধ্বজ সিংহ বুলিও জনা যায়।
১০.ল'ৰা ৰজা বুলি = চুলিকফাক কোৱা হয়।
তেওঁক ৰত্নধ্বজ সিংহ বুলিও জনা যায়।
১১লাই বুলি = চুখ্ৰংফা ওৰফে ৰুদ্ৰসিংহক জনা যায়।